বৈষ্ণৱ সাহিত্য

মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নিজৰ সাহিত্য, কৃষ্টি সংস্কৃতি নিদৰ্শনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পাছৰ ভকত বৈষ্ণৱ (আজি পৰ্যন্ত) সকলে যি ভগৱন্তৰ গুণ গৰিমা গাই উত্তৰাধিকাৰী সকলৰ জ্ঞানৰ অৰ্থে যি নীতি শাস্ত্ৰ লিখি থৈ গৈছে বা যি লিখি আছে , তেনে শাস্ত্ৰ বা পুথি যি সাহিত্যৰ আধাৰত জড়িত হৈ আছে তেনে সাহিত্যক বৈষ্ণৱ সাহিত্য বোলে ।

এই সাহিত্যৰ আৰম্ভণি মহেন্দ্ৰ কন্দলী, শংকৰদেৱ, মাধৱদেৱ, ৰামানন্দ ইত্যাদি মহাপুৰুষ সকলৰ পৰা আদি কৰি ৰামকান্ত মুক্তিয়াৰ আতা লৈকে যি সকলে বৈষ্ণৱ ধৰ্মৰ আধাৰত ভক্তিমূলক ভাবে কৰা সকলো ৰচনা বৈষ্ণৱ সাহিত্যৰ অন্তৰ্গত ।

বৈষ্ণৱ সাহিত্যৰ ৰচনাসমূহ :- কীৰ্তন, নৱম, দশম, গুণমালা, ভাগৱত, পুৰাণ, বেদ ইত্যাদি ।

Tags:

মাধৱদেৱশংকৰদেৱ

🔥 Trending searches on Wiki অসমীয়া:

বাথৌ পূজাওজাপালিশাল গছপ্ৰাচীন গ্ৰীচবিবাহগণতন্ত্ৰপৰিয়ালঅসমৰ পৰম্পৰাগত সাজ-পাৰনতুন দিল্লীভাৰতীয় ৰেলসিংহবায়ু প্ৰদূষণসপ্তকাণ্ড ৰামায়ণৰোমান সাম্ৰাজ্যকালিদাসৰাজনৈতিক দলইতিহাসসংস্কৃত ভাষাডিম্বেশ্বৰ নেওগপৰিস্থিতি বিজ্ঞানজাহ্নু বৰুৱামণিৰাম দেৱানঅসমীয়া বিখ্যাত সাহিত্যিকসকলৰ তালিকানীলিম কুমাৰচ্যু-খ্ৰং-ফানিৰ্ম্মল ভকতপাইথেগাৰাছসন্ধিডিম্পু বৰুৱাতোলনি বিয়াটকা (বাদ্য)তলাতল ঘৰভাৰতীয় শিল্পকলাৰাম সৰস্বতীঈয়াৰুইঙ্গমমৌখিক লোকসাহিত্যমাৰিয়া মণ্টেছৰীসৌৰভ কুমাৰ চলিহাঋকবেদভাৰত-ইউৰোপীয় ভাষা পৰিয়ালকাৰ্ল মাৰ্ক্সযতীন্দ্ৰ নাথ দুৱৰাইটো সিটো বহুতোভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅম্বিকাগিৰি ৰায়চৌধুৰীঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫পূৰবী বৰমুদৈহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যয়ুৰি গেগেৰিনচীনা সাম্যবাদী বিপ্লৱহনুমানকাৰ্বি ভাষাআনন্দৰাম বৰুৱাহিন্দ স্বৰাজবেংক অৱ মহাৰাষ্ট্ৰনাৰী সবলীকৰণঅসমীয়া গীতি সাহিত্যএ পি জে আব্দুল কালামধানঅসমৰ জনগোষ্ঠীকাৰ্বি জনগোষ্ঠীঅসমৰ ছপাশালচিৰ চেনেহী মোৰ ভাষা জননীৰীমা দাসবিজ্ঞানঅসমৰ তেল শোধনাগাৰঅভিমন্যুব্ৰহ্মপুত্ৰ নদসূৰ্যব্ৰিটিছ ভাৰতৰ মুদ্ৰাচাহ🡆 More