চলচ্চিত্ৰ বান: অসমীয়া চলচ্চিত্ৰ (১৯৮৬)

বান (ইংৰাজী: Baan) ১৯৮৬ চনৰ এখন অসমীয়া ছবি। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মছৰ। সঙ্গীত পৰিচালনা কৰিছে নয়নে। শব্দগ্ৰহণ সতীশ চৌহানৰ। মুখ্য ভূমিকাত আছে পূৰ্ণিমা পাঠক শইকীয়া, চন্দ্ৰ নাৰায়ণ বৰুৱা।

বান
Baan
চলচ্চিত্ৰ বান: অসমীয়া চলচ্চিত্ৰ (১৯৮৬)
পৰিচালক চাৰু কমল হাজৰিকা
প্ৰযোজক ডো-ৰে-মি ফিল্মচ্
অভিনয়ত পূৰ্ণিমা পাঠক শইকীয়া
চন্দ্ৰ নাৰায়ণ বৰুৱা
চিত্ৰগ্ৰহণকাৰী অভয় শঙ্কৰ
সম্পাদনা তৰুণ দত্ত
সংগীত পৰিচালক নয়ন
মুক্তি
১৯৮৬
দৈৰ্ঘ্য
১০৮ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ

নদীদ্বীপ মাজুলী বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান।প্ৰতিবছৰে বান আৰু গৰাখহনীয়াই মাজুলীক জুৰুলা কৰি আহিছে। বান নিয়ন্ত্ৰণৰ নামত চৰকাৰী বিষয়া আৰু ঠিকাদাৰসকলে দুৰ্নীতিৰ পোহাৰ মেলে। এই দুৰ্নীতিৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামী এজনৰ ডেকা পুত্ৰই ঠিয় দিয়ে। থুলমূলকৈ এয়ে ছবিখনৰ কাহিনী।

বঁটা

৩৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৬) ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।এই বঁটাত প্ৰযোজক আৰু পৰিচালকলৈ ৰজত কমলৰ সৈতে নগদ ধন ক্ৰমে ২০,০০০ টকা আৰু ১০,০০০ টকা আগবঢ়োৱা হৈছিল

তথ্য উৎস

Tags:

ইংৰাজী ভাষাপূৰ্ণিমা পাঠক শইকীয়া

🔥 Trending searches on Wiki অসমীয়া:

ইণ্ডিয়ান বেংকদ্বিতীয় বিশ্বযুদ্ধৱিকিসাহিত্য অকাডেমি বঁটাপূৰবী বৰমুদৈগৱেষণাজয়মতী (২০০৬ চলচ্চিত্ৰ)অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলনীলিম কুমাৰভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাবাজেটঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাউৎসেচকতলাতল ঘৰৰমা দাশবিশ্ব থিয়েটাৰ দিৱসশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯পিঠামামণি ৰয়ছম গোস্বামীৰ উপন্যাসআত্মজীৱনীসংস্কৃত ভাষাগোলোকচন্দ্ৰ গোস্বামীসময়বিশ্ব বাণিজ্য সংস্থাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যহিচাপবিদ্যাপৃথিৱীসুভাষ চন্দ্ৰ বসুঅসমৰ পৰম্পৰাগত খেল-ধেমালিচৰাইচানডুবি বিলভাৰতীয় ৰিজাৰ্ভ বেংকনেলছন মেণ্ডেলাগামখাৰুবৰষুণশিলঘাটআৰ্লিং হালেণ্ডবড়ো সাহিত্য সভাশব্দ (অভিধান)এম ভেঙ্কায়াহ নাইডুপাঠ পৰিকল্পনামিৰি জীয়ৰীজল প্ৰদূষণঈয়াৰুইঙ্গমঅৰুণোদইখিলঞ্জীয়া লোকভাৰত-ইউৰোপীয় ভাষা পৰিয়ালঅনুৰাধা শৰ্মা পূজাৰী২৭ মাৰ্চপদ্মা-পুৰাণভঠেলিনতুন দিল্লীজৈৱ বৈচিত্ৰ্যঅসমীয়া খাদ্যাভ্যাসযোগেশ দাসঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাকাৰ্বি ভাষাফকৰা যোজনামাটিকল্পনা সাহিত্যঅসম দিৱসফলৰাষ্ট্ৰসংঘশৰাইঘাট দলংশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহলিংগঅসমত দেখা পোৱা মাছৰ তালিকাদেৱকান্ত বৰুৱাসাঁচিপাতৰ পুথি (উপন্যাস)উমানন্দগঙ্গা নদীচৰ্যাপদদিন🡆 More