বতাহ

বতাহ (ইংৰাজী: Wind) হৈছে এক বৃহৎ পৰিসৰত হোলা গেছৰ চলাচল বা বায়ুৰ চলাচলকেই বতাহ বোলে। পৃথিৱীত বতাহত কেৱল বায়ুৰ প্ৰৱাহ হয়। বাহ্যিক মহাকাশত সৌৰ বতাহ হৈছে মহাকাশৰ মাজেৰে সূৰ্যৰ পৰা বায়ু আৰু আহিত কণাৰ প্ৰৱাহ, আনহাতে গ্ৰহীয় বতাহ গ্ৰহসমূহৰ পৰা পাতল ৰাসায়নিক অনু মহাকাশলৈ নিৰ্গমন হোৱা কাৰ্য। সাধাৰণতে বায়ু প্ৰৱাহিত হোৱা বেগ, বতাহে উৎপন্ন কৰা বল, উৎপত্তি স্থল আৰু বতাহে পেলোৱা প্ৰভাৱৰ ভিত্তিত বতাহক শ্ৰেণীকৰণ কৰা হয়। সৌৰজগতত উৎপন্ন হোৱা আটাইতকৈ শক্তিশালী বতাহ নেপচুন আৰু শনি গ্ৰহত নিৰীক্ষণ কৰা হৈছিল। বতাহৰ বহু কাৰক থাকে: বেগ (বতাহৰ গতি); জৰিত গেছৰ ঘনত্ব; শক্তি বা বতাহৰ শক্তি। ইয়াৰোপৰি বীজৰ বিস্তাৰ ক্ষুদ্ৰ চৰাইৰ উৰণতো বতাহে সহায় কৰে।

বতাহ
বতাহ বলাৰ বাবে চেৰী পাত লৰিছে

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাগেছগ্ৰহনেপচুনবেগশনি গ্ৰহসূৰ্যসৌৰজগত

🔥 Trending searches on Wiki অসমীয়া:

ত্ৰিপিটক৭ ফেব্ৰুৱাৰীঅসমৰ মুখা শিল্পসতী সাধনীঅসমীয়া খাদ্যাভ্যাসমূৰাৰা, ৰঙিয়াডাকৰ বচনতগৰকামৰূপ জিলাভাষাঅসমৰ মাছ ধৰা সঁজুলিব্ৰহ্মপুত্ৰ নদহিন্দু ধৰ্মধ্যান চান্দবিজ্ঞানকমলাকান্ত ভট্টাচাৰ্য্যপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনইন্দিৰা মিৰিকীৰ্তন-ঘোষাভাৰতৰ জাতীয় পতাকাঅসমত দেখা চৰাইবোৰকুলধৰ শইকীয়াপৰ্যটনধাতু আৰু অধাতুঅসমত দেখা পোৱা সাপবোৰকানাই বৰশী বোৱা শিলালিপিৰংঘৰভাৰতৰ শিক্ষাসুশোভন সোনু ৰায়অসমীয়া সাহিত্যকিতাপফকৰা যোজনাহৰপ্পাআফগানিস্তানসুন্দৰীদিয়া সত্ৰজামুগুৰিহাটলখিমপুৰ জিলাশৰৎ ঋতুঅসমৰাজ্যসভালীলা গগৈব্যষ্টিবাদী অৰ্থনীতিপোৱামক্কাপাইথেগাৰাছবাণীকান্ত কাকতিবানপানীবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনচাইকেলসমাজবাদমাছমামণি ৰয়ছম গোস্বামীগুৰু আসনমানচিত্ৰব্ৰহ্মপুত্ৰ উপত্যকাবিশ্বকোষঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰভবেন্দ্ৰ নাথ শইকীয়াকৃত্ৰিম বুদ্ধিমত্তাঅসমৰ বাঁহ-বেতৰ শিল্পহাবুংহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)হিউৱেন-চাংজয়মতী কুঁৱৰীঅসমৰ নদীসমূহৰ তালিকাথমাছ আলভা এডিচনমোৱামৰীয়া বিদ্ৰোহডি এন এনগেন শইকীয়াশোণিত কুঁৱৰীবিষ্ণুপ্ৰসাদ ৰাভাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লভাৰতত মহিলাৰ স্বাস্থ্য🡆 More