পদাৰ্থৰ অৱস্থা

পদাৰ্থৰ অৱস্থা বুলি ক’লে সম্পূৰ্ণ সুকীয়াকৈ পদাৰ্থৰ ভিন্ন দশাৰ উপস্থিতিকে বুজা যায়। দৈনন্দিন অভিজ্ঞতাৰ পৰা পদাৰ্থৰ : কঠিন, জুলীয়া, আৰু গেছীয় এই তিনিটা অৱস্থাৰ বিষয়ে জনা যায়। পদাৰ্থৰ আন অৱস্থাবোৰ যেনে প্লাজমা বৈজ্ঞানিক কাম-কাজতহে গুৰুত্বপূৰ্ণ। পদাৰ্থৰ আন আন অৱস্থাবোৰ যেনে ব’ছ-আইনষ্টাইন ঘনীভৱন, নিউট্ৰণ তৰা আৰু কোৱাৰ্ক-গ্লুৱন প্লাজমা, আদি সম্ভৱপৰ বুলি ধাৰণা কৰা হয়; কিন্তু সাধাৰণ পৰিবেশত এই অৱস্থাবোৰৰ উপস্থিতি অনুভৱ কৰা নাযায়। বেৰিয়নিক পদাৰ্থৰ সৰহখিনিয়েই উষ্ণ প্লাজমা অৱস্থাত, অতি পাতল আন্তঃনাক্ষত্ৰিক মাধ্যম আৰু অতি গধুৰ তৰা হিচাপে বিশ্ব-ব্ৰক্ষ্মাণ্ডত বিদ্যমান।

পুৰণিকালত পদাৰ্থৰ অৱস্থা ইয়াৰ বাহ্যিক আকাৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। কঠিন অৱস্থাটোত পদাৰ্থৰ আয়তন আৰু আকৃতি সুদৃঢ় ; জুলীয়া অৱস্থাটোত পদাৰ্থৰ আয়তন অতি সামান্যভাৱে পৰিবৰ্তনীয় আৰু ই পাত্ৰৰ আকৃতি ধাৰণ কৰে আৰু গেছীয় অৱস্থাটোত পদাৰ্থ বিয়পি গৈ পাত্ৰৰ আয়তন আৰু আকৃতি ধাৰণ কৰে।

পদাৰ্থৰ অৱস্থা
পদাৰ্থৰ অৱস্থা
এই ছবিখনে পদাৰ্থৰ বিভিন্ন দশা সংক্ৰমণৰ নামাকৰণ কৰিছে

যিকোনো পদাৰ্থৰ অৱস্থা বা দশাৰ পৰিবৰ্তন চাপ আৰু উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু এই চৰ্ত দুটাৰ বাবেহে আন এটা দশালৈ সংক্ৰমণ ঘটে। উদাহৰণ স্বৰূপে, উষ্ণতা বৃদ্ধিৰ লগে লগে কঠিন পদাৰ্থ জুলীয়া পদাৰ্থলৈ পৰিবৰ্তিত হয়।

পদাৰ্থৰ অৱস্থাক আকৌ দশাৰ পৰিবৰ্তন হিচাপে নামাকৰণ কৰিব পাৰি। এটা দশাৰ পৰিবৰ্তনে পদাৰ্থ এটাৰ আকাৰৰ পৰিবৰ্তন সূচিত কৰে আৰু ইয়াক পদাৰ্থবিধৰ ধৰ্মৰ তাত্‌ক্ষণিক পৰিবৰ্তনৰপৰা জানিব পাৰি।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

কঠিনগেছীয়জুলীয়াতৰানিউট্ৰণ তৰাপ্লাজমাপ্লাজমা অৱস্থা

🔥 Trending searches on Wiki অসমীয়া:

গোৱালপাৰা জিলাঅসমৰ সাহিত্যিকসকলৰ তালিকাগদ্যঅংকীয়া নাটগণৰাজ্য দিৱস (ভাৰত)ভাৰতীয় জনতা পাৰ্টিনুৰ জাহান (মোগল সম্ৰাজ্ঞী)ঢ়ভাৰতত মহিলাৰ স্বাস্থ্যপথৰুঘাটৰ ৰণঅসমীয়া ভাষাৰ শব্দসম্ভাৰনেতাই ধুবুনী ঘাটভটিমাইয়াণ্ডাবু সন্ধিস্বামী বিবেকানন্দশব্দৰাসোৎসৱঢেঁকীধৰ্মপদুমহেমকোষনয়ন নীলিমকথা কবিতাযুগ্ম সংখ্যাপ্ৰাকৃতিক সম্পদগণিতযৌন সংগমহেম বৰুৱা (ত্যাগবীৰ)উগ্ৰতাৰা দেৱালয়মংগোলিয়াপৰিৱেশ বিজ্ঞানচৰিত পুথিদেউৰী জনগোষ্ঠীডাকৰ বচনঘিলাধাৰী ঘাটৰ সন্ধিচৰ্যাপদবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসমৰ জনগোষ্ঠীৰাভা ভাষাখ্ৰীষ্টান ধৰ্মবৰপেটা (লোকসভা সমষ্টি)পানীসমাজতত্ত্বশদিয়ামাটিৰ হিচাপৰংঘৰপাইক প্ৰথা২৬ এপ্ৰিলভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাভাৰতীয় জাতীয় কংগ্ৰেছজ্ঞানপীঠ বঁটাঅসমীয়া ভাষা আন্দোলনকৃষ্ণভাৰতীয় ৰেলমোৱামৰীয়া বিদ্ৰোহআকবৰআনন্দৰাম ঢেকিয়াল ফুকনবিবাহবংগ বিভাজন (১৯০৫)যোগাসনজৈৱ বৈচিত্ৰ্যকাৰ্বি ভাষাৰঙিয়া ৰেলৱে সংমণ্ডলমনোমতীসপ্তকাণ্ড ৰামায়ণপাৰিপাৰ্শ্বিক সংঘাতভাৰতৰ সংবিধানবায়ু প্ৰদূষণফাট বিহুবসন্ত ঋতুহিমন্ত বিশ্ব শৰ্মামানুহ🡆 More