নীতি আয়োগ

ৰাষ্ট্ৰীয় আয়োগ সংস্থা, ভাৰত, চমুকৈ নীতি আয়োগ (ইংৰাজী: National Institution for Transforming India) ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোজনা আয়োগৰ সলনি গঠন কৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্থা। ভাৰতবৰ্ষৰ আৰ্থিক যোজনা সমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাজ্যিক আয়ৰ বাবে কৰিব লগিয়া চিন্তা-চৰ্চাৰ বাবে এই আয়োগৰ গঠন কৰা হৈছে। নীতি আয়োগৰ অধ্যক্ষ্যতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডি ডাঙৰীয়াই নিজে সম্বোধন কৰে। ১ জানুৱাৰী ২০১৫ ত নীতি আয়োগৰ স্থাপনা হয় আৰু ৮ ফেব্ৰুৱাৰীত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। নীতি আয়োগৰ যোজনা সমূহ আয়োগৰ অধিকাৰি সকলে সাৰ্বজনীক ভাৱে প্ৰকাশ কৰে।

নীতি আয়োগ
সংস্থাৰ ৰূপৰেখা
গঠন ১ জানুৱাৰী ২০১৫; ৯ বছৰ আগত (2015-01-01)
পূৰ্বৱৰ্তী সংস্থা পৰিকল্পনা আয়োগ
ক্ষেত্ৰাধিকাৰ ভাৰত চৰকাৰ
মুখ্য কাৰ্যালয় নতুন দিল্লী
সংস্থাৰ কাৰ্যবাহী নৰেন্দ্ৰ মোদী, অধ্যক্ষ
ৰাজীৱ কুমাৰ, উপাধক্ষ্য
বিবেক দেবৰয়, সদস্য
বি কে চৰাৱত, সদস্য
ৰমেশ চন্দ, সদস্য
বিনোদ পাল, সদস্য
অমিতাভ কান্ত, চি ই অ'
দীনেশ অৰোৰা, সঞ্চালক
পিতৃ সংস্থা ভাৰত চৰকাৰ
ৱেবছাইট www.niti.gov.in

সদস্য

  1. অধ্যক্ষ হিচাপে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী
  2. ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী
  3. কেন্দ্ৰীয় শাষিত অঞ্চলৰ লেফটেনেণ্ট গৰ্বনৰ।
  4. বিশেষজ্ঞ আৰু অৰ্থনীতিৰ বিশেষ অধ্যয়ন থকা প্ৰতিষ্ঠিত লোকক বিশেষ ভাৱে প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি।

পূৰ্ণকালীন সদস্য

  1. পৰমেশ্বৰন আয়াৰ (মুখ্য কাৰ্য্যকৰী বিষয়া)
  2. অৰবিন্দ পানগাৰিয়া (উপাধক্ষ্য)
  3. বিবেক দেবৰয় (অৰ্থনৈতিক)
  4. বি কে চৰাৱত (প্ৰাক্তন অধিকাৰি ৰক্ষা বিশেষজ্ঞ আৰু বিকাষ সংগঠন)
  5. অধ্যাপক ৰমেশ চন্দ (কৃষি বিশেষজ্ঞ)
  6. প্ৰধামন্ত্ৰীৰ দ্বাৰা নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ চাৰি জনীয়া সদস্য।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া লোক-সংস্কৃতিগেলিলিঅ’ গেলিলিকাৰ্ল মাৰ্ক্সউদনাৰীৰংঘৰনাগামিজগামখাৰুব'হাগ বিহুবাঢ়ৈটোকাসালোক সংশ্লেষণপানীঅৰুন্ধতী দেৱীকুশান নৃত্যকৰ'নাভাইৰাছ ৰোগ ২০১৯কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া বৰ্ণমালাবুৰঞ্জী সাহিত্যআৰ্যভট্টঅংকীয়া নাটবড়োলেণ্ডঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাযোগাসনলাভলীনা বৰগোহাঁইগৰ্ভপাতগণেশ গগৈমানস ৰাষ্ট্ৰীয় উদ্যানআৰবী ভাষাবিশ্ব পশু চিকিৎসা দিৱসউদাৰনৈতিকতাবাদদিনগৰু বিহুৰাভা জনগোষ্ঠীঅসমৰ জাতীয় গীতবৈচাগুধ্বনিবিজ্ঞানঅসমৰ মন্ত্ৰ-সাহিত্যঅসমৰ জনগোষ্ঠীঅসমীয়া উপন্যাসগোৱালপৰীয়া লোকগীতৰুবুল মাউতবৰপেটা জিলাঅসমৰ ইতিহাসহিমবাহহয়গ্ৰীৱ মাধৱ মন্দিৰকালিকা পুৰাণপৰিমেয় সংখ্যাঅসমৰ পৰম্পৰাগত সাজ-পাৰদেবেন্দ্ৰ নাথ আচাৰ্যভাৰতীয় জনতা পাৰ্টিবাসুদেৱ থানঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলৰাইমনা ৰাষ্ট্ৰীয় উদ্যানউত্তৰ-পূব ভাৰতধেমাজি জিলাগাঁও পঞ্চায়তবেদচকলংসতী সাধনীবট গছজতুৱা ঠাঁচকামৰূপী প্ৰাকৃতভাৰতীয় দৰ্শনবিশ্ব ধঁপাতবিৰোধী দিৱসমণিকূটনৱকান্ত বৰুৱাদৈনিক বাতৰিঅসমীয়া জলপানআমলখিদৰ্শনকোকৰাঝাৰ জিলাজীৱনৰ বাটত🡆 More