তৰ্কশাস্ত্ৰ তৰ্ক

তৰ্কশাস্ত্ৰ আৰু দৰ্শণত 'তৰ্কৰ প্ৰয়োগৰ দ্বাৰা কোনো প্ৰতিপক্ষক কোনো এক নিদিষ্ট সিদ্ধান্ত সত্য-সিদ্ধ-প্ৰমাণিত বুলি যুক্তি সহকাৰে গ্ৰহণ কৰোৱাই কিহবাৰ ওপৰত পতিয়ন নিয়াবলৈ চেষ্টা কৰিব পাৰি। প্ৰচলিত ভাষাৰে কোনো দাবী বা সিদ্ধান্তৰ সপক্ষে বা বিপক্ষে তৰ্ক সাধাৰণতে বিচাৰোপস্থাপন, বক্তব্য বা উক্তি হিচাবে প্ৰয়োগ কৰিব পাৰি। গণিত, কম্পিউটাৰ বিজ্ঞান আদিত সাংকেতিক পৰিভাষাৰেও তৰ্ক উপস্থাপন কৰি কোনো প্ৰশ্ন-প্ৰমেয়, সত্যাসত্যৰ সমিধান, ভেদ-ভঙ্গ অথবা প্ৰমাণ কৰিব পাৰি।

প্ৰত্যায়িত তৰ্কৰে সিদ্ধান্তৰ সত্যতা-সিদ্ধতা-প্ৰামাণিকতা অনিবাৰ্যভাৱে প্ৰতীয়মান কৰিবলৈ চেষ্টা কৰা হয় কিয়নো এনে তৰ্কত পতিয়ন নিয়াব পৰাকৈ এক বা একাধিক নিদিষ্ট নিৰ্মোহ যুক্তি ভা তৰ্ক পূৰ্ব-সংলগ্ন থাকে। অন্যহাতে আৱেশিত তৰ্কত পৰ্যায়ক্ৰমে ভিন্ন যুক্তি-আৱেশিত কৰিহে সিদ্ধান্তত উপনীত হবলৈ বা উপস্থাপন কৰিবলৈ চেষ্টা কৰা হয়।

আৰু পঢ়ক

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

চামগুৰি সত্ৰসৌৰ শক্তিযতীন্দ্ৰ নাথ দুৱৰাসাত বিহুঅসমীয়া ভাষাপৰিসীমাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহশূন্যজৱাহৰ নৱোদয় বিদ্যালয়অসমৰ জিলাসমূহগোলোকচন্দ্ৰ গোস্বামীচাৰুল পৰৱঅসম চাহবিহুৰ বাদ্যযন্ত্ৰআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅসমৰ চৰ-চাপৰিবাসীমালালা ইউছুফজাইশব্দ (অভিধান)অসমৰ জনগোষ্ঠীসংযুক্ত মুক্তি বাহিনী, অসমমামণি ৰয়ছম গোস্বামীনৱ-বৈষ্ণৱ ধৰ্মভূগোলমাটিৰ হিচাপকাৰেংঘৰগোৱালপাৰাআঙঠি পিন্ধোৱাএশিঙীয়া গঁড়অসমৰ তেল শোধনাগাৰঅসমীয়া বৰ্ণমালাভূপেন্দ্ৰ সংগীতনিমজোনাকী (আলোচনী)পাৰ্বতীমৌলিক সংখ্যাগগনাঅগ্নিগড়কোচ ৰাজবংশগুৱাহাটী বিশ্ববিদ্যালয়চি (প্ৰগ্ৰামিং লেংগুৱেজ)ৰুক্মিণী হৰণ নাটঅৰ্জুননাটকসুভাষ চন্দ্ৰ বসুলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানঅসমৰ তামোল-পাণ সংস্কৃতিস্বামী বিবেকানন্দশুৱালকুছিপ্ৰেমচন্দমে ডাম মে ফিহস্তীবিদ্যাৰ্ণৱঅসমৰ ইতিহাসমৌৰ্য সাম্ৰাজ্যবাল্য বিবাহ নিষেধ আইন, ২০০৬মৃত্যুঞ্জয়বল্লভভাই পেটেলভটিমাকামৰূপ জিলাঅনুবাদসাহিত্য সমালোচনাশ্ৰী সূৰ্য পাহাৰদেৱতা (হিন্দু ধৰ্ম)গড়গাঁওনেপালী জনগোষ্ঠীঅসমৰ আৰ্দ্ৰভূমিগুৱাহাটীপ্ৰহ্লাদ চৰিত্ৰখোলবিয়া নামকুমাৰ ভাস্কৰ বৰ্মাচকৰি ফেঁটী বুৰঞ্জীচিত্ৰ-ভাগৱত🡆 More