তুলু ভাষা: দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা

তুলু (কন্নড় লিপিত : ತುಳು (তুলু)) দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা। এই ভাষাত দুই মিলিয়ন মানুহে কথা পাতে। প্ৰধানকৈ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশ আৰু উত্তৰ কেৰালাৰ তুলুনাডু নামে পৰিচিত অংশৰ মানুহে এই ভাষাত কথা পাতে। ২০১১ চনৰ হিচাপ অনুসৰি ভাৰতৰ বিছ লাখ মানুহে তুলু ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে। ২০০১ চনত এই সংখ্যা আছিল ১,৭২২,৭৮৬ জন। ২০০৯ চনৰ তথ্যমতে পৃথিৱীত ৩০-ৰ পৰা ৫০ লাখ মানুহে তুলু ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে।

তুলু ভাষা (টুলু)
ತುಳು ಭಾಷೆ
থলুৱা অঞ্চল ভাৰত
অঞ্চল টুলুনাডু
মহাৰাষ্ট্ৰ
উপসাগৰীয় দেশসমূহ
জাতীয়তা টুলুভা
ভাষা পৰিয়াল
দ্ৰাবিড়ীয়
  • দক্ষিণ দ্ৰাবিড়ীয়
    • টুকু ভাষা
      • তুলু ভাষা (টুলু)
লিখন প্ৰণালী কন্নড় লিপি
তুলু লিপি
ভাষা সংকেত
ISO 639-3 tcy
গ্লোটোলগ tulu1258
তুলু ভাষা: দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা
ভাৰতত তুলু ভাষী লোকৰ অৱস্থানচিত্ৰ

তুলুনাডু

তুলু ভাষা: দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা 
কৰ্ণাটকৰ মানচিত্ৰত প্ৰাচীন অল্বাখেড়া ৰাজ্য

উপভাষা

তুলু ভাষাৰ চাৰিটা উপভাষা আছে, যিবোৰে অতি ঘনিষ্ঠ উচ্চাৰণৰ ৰীতি প্ৰদৰ্শন কৰে।

  • সাধাৰণ তুলু
  • ব্ৰাম্মণ তুলু
  • জৈন কথ্যৰূপ
  • গিৰিজান কথ্যৰূপ

তথ্যসূত্ৰ

Tags:

কেৰালাকৰ্ণাটকভাৰত

🔥 Trending searches on Wiki অসমীয়া:

পাণিনিবিহুফলনীলপৱন বৰুৱাঅম্বিকাগিৰি ৰায়চৌধুৰীঅসমীয়া লোক-সংস্কৃতিবাটৰ নাটকলাঅনুৰাধা শৰ্মা পূজাৰীদিহানামব্ৰহ্মগুপ্তএশিঙীয়া গঁড়ঢোলপৰিৱেশ তন্ত্ৰঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকামাঘ বিহুঅশোক বনভৌতিক সংস্কৃতিবৃশ্চিক (ৰাশি)চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াতাল (বাদ্যযন্ত্ৰ)ভূপেন হাজৰিকাৰোমান সাম্ৰাজ্যমৌন ওঁঠ মুখৰ হৃদয়ঝুমুৰভূপেন হাজৰিকা সেতুকছাৰী ৰাজ্যধেমাজি জিলাপ্ৰাকৃতিক পৰিৱেশডিব্ৰুগড়অসম বৈভৱ বঁটাপুৰাণউদাৰনৈতিকতাবাদমে ডাম মে ফিবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবৃত্তপানীইণ্ডিয়ান বেংকগণতন্ত্ৰগোলাঘাট জিলাবাগৰুম্বামণিৰাম দেৱানচাহেবপুৰাৰ বৰষুণভটিমাসাঁচিপাতটকা (বাদ্য)দুৰ্গাবৰ কায়স্থঅসমৰ মন্ত্ৰ-সাহিত্যভিটামিনগোলাঘাটযাদৱ পায়েংস্বৰ্গসমাজতত্ত্বঅসমৰ জাতীয় গীতসপ্তকাণ্ড ৰামায়ণৱাশ্বিংটন ডি.চি.কামৰূপ জিলাহিমন্ত বিশ্ব শৰ্মাকেন্দ্ৰীয় শাসিত অঞ্চলজল প্ৰদূষণভাৰত-চীন যুদ্ধঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫লোকসভাবাগ্‌ধ্বনিবড়ো সাহিত্য সভামোৱামৰীয়া বিদ্ৰোহভূতাপীয় শক্তিপুঁজিবাদয়ুৰি গেগেৰিনসাধুনীলমণি ফুকন (কনিষ্ঠ)শিৱসাগৰঅসমীয়া ব্যাকৰণকামৰূপ ৰাজ্যব'হাগ বিহু🡆 More