গৰ্ভধাৰণ

গৰ্ভধাৰণ (ইংৰাজী: Pregnancy, gravidity বা gestation বুলিও কোৱা হয়) হৈছে কোনো মহিলাৰ দেহত এটা বা একাধিক অপত্য বিকশিত হোৱা সময়খিনি। বহু গৰ্ভধাৰণত একাধিক অপত্যৰ বিকাশ হয়, যেনে- যমজ সন্তান। যৌন ক্ৰিয়া অথবা সহকাৰী প্ৰজনন প্ৰযুক্তিৰ দ্বাৰা গৰ্ভধাৰণ হয়। অন্তিম ঋতুকালৰ পাছৰ পৰা প্ৰায় ৪০ সপ্তাহলৈকে গৰ্ভধাৰণ হয় আৰু সন্তান প্ৰসৱেৰে ইয়াৰ অন্ত পৰে। ই হৈছে ৯ টা চন্দ্ৰ মাহ, প্ৰতিটো মাহত ২৯ দিনকৈ থাকে। নিষেচনৰ পৰা হিচাপ কৰিলে ইয়াৰ দৈৰ্ঘ্যতা হ’ব ৩৮ সপ্তাহ। প্ৰথম ৮ সপ্তাহলৈকে বিকাশশীল অপত্যক ভ্ৰূণ বুলি কোৱা হয় আৰু তাৰ পিছৰে পৰা জন্ম হোৱালৈকে ইয়াক সন্তান বোলে। গৰ্ভধাৰণৰ লক্ষণবোৰ হৈছে ঋতুচক্ৰত যতি পৰা, স্তনৰ বিষ, অৰুচি আৰু বমি, ভোক লগা, সঘনাই প্ৰস্ৰাৱ কৰিব লগা আদি। গৰ্ভধাৰণ পৰীক্ষাৰ দ্বাৰাও গৰ্ভধাৰণ নিশ্চিত কৰিব পৰা যায়।

গৰ্ভধাৰণ
গৰ্ভধাৰণ
এগৰাকী গৰ্ভৱতী মহিলা
শ্ৰেণীবিভাজন আৰু বাহ্যিক উৎস
বিশেষ বৃত্তি (চিকিৎসাসেৱা) Obstetrics
ICD-10 Z33
ICD-9-CM 650
ৰোগৰ আধাৰতথ্য 10545
মেড্‌লাইন প্লাছ 002398
eমেডিচিন article/259724
MeSH D011247

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাসন্তান

🔥 Trending searches on Wiki অসমীয়া:

মে ডাম মে ফিঅসমীয়া লোকসাহিত্যচিত্ৰা মণ্ডলঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকামাজুলীলোকবিশ্বাসশিৱসাগৰ জিলাকবিতাশামুকনয়ন নীলিমদীৰ্ঘেশ্বৰী দেৱালয়কামদেৱযতি-চিনসন্ধিশ্বিলংসমাজতত্ত্বৰাজনৈতিক দলজ্যোতিপ্ৰসাদ ৰচনাৱলীঅংকনীতি আয়োগমানুহযোগাসনইংৰাজী ভাষানলবাৰী জিলাঅসমীয়া গীতি সাহিত্যসংগীতবংগ বিভাজন (১৯০৫)গুৱাহাটীচৰ্যাপদচলচ্চিত্ৰলক্ষ্মীনাথ বেজবৰুৱাঅসম আন্দোলনপৰ্যাবৃত্ত তালিকাযাদৱ পায়েংমাৰ্ঘেৰিটা মহকুমাজাতীয়তাবাদঅসমৰ সাধুকথাকোচ ৰাজবংশীৰঘুনাথ চৌধাৰীমূলা গাভৰুপৰিয়ালডুবি তাম্ৰলিপি আৰু ছীলঅসম সাহিত্য সভাঅসমৰ বাঁহ-বেতৰ শিল্পহিমন্ত বিশ্ব শৰ্মাপ্ৰকৃতিমহাসাগৰনাৰীযৌন সংগমসৰ্বেপল্লী ৰাধাকৃষ্ণণপাণবাৰী মছজিদস্বদেশী আন্দোলনশৰৎচন্দ্ৰ গোস্বামীঅম্বুবাচীকালিদাসবনঘোষাশাল গছসদৌ অসম ছাত্ৰ সন্থামাটিৰ হিচাপঅসমৰ কাঁহ শিল্পবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণভাওনামিচিং জনগোষ্ঠীলোকসভাএ পি জে আব্দুল কালামতথ্যগান্ধীবাদবৰপেটা (লোকসভা সমষ্টি)কপৌ ফুলঅসমৰ চাহ জনগোষ্ঠীঅসমৰ ৰেচম শিল্প🡆 More