গুড়ি পড়ৱা

গুড়ি পড়ৱা ভাৰতীয় বসন্তউৎসৱ আৰু মাৰাঠী আৰু কংকনী হিন্দু ধৰ্মাৱলম্বী সকলৰ পাৰম্পৰিক নৱবৰ্ষ। গুড়ি পড়ৱা ঘাইকৈ মহাৰাষ্ট্ৰ আৰু গোৱাত চৈত্ৰ মাহৰ শুক্ল প্ৰতিপদ তিথিত পালন কৰা হয়। চ'ত মাহৰ শুক্ল প্ৰতিপদ তিথি সৌৰচন্দ্ৰ হিন্দী দিনপঞ্জীৰ প্ৰথম দিন। পড়ৱা শব্দটো সংস্কৃত শব্দ প্ৰতিপদাৰ পৰা আহিছে। চন্দ্ৰমাহৰ প্ৰথম দিনক প্ৰতিপদা বোলা হয়। কেইদিনা মজিয়াত বিভিন্ন সুন্দৰ নক্সাৰ ৰংগলী বনোৱা হয়, ফুলৰ মালা, আম আৰু নিম পাতেৰে ৰূপ বা তামৰ পাত্ৰ সজোৱা হয়, বিশেষ গুড়ি পতাকা প্ৰদৰ্শিত কৰা হয় ইয়াৰ লগতে শোভাযাত্ৰা নৃত্য-গীত আৰু প্ৰীতিভোজৰ আয়োজন কৰা হয়।

গুড়ি পড়ৱা
গুড়ি পড়ৱা
গুড়ি পড়ৱা নৱবৰ্ষ উপলক্ষে মহাৰাষ্ট্ৰত আয়োজিত শোভাযাত্ৰা
অন্য নাম মাৰাঠী নৱবৰ্ষ
পালন কৰে মাৰাঠী আৰু কংকনী হিন্দু ধৰ্মাৱলম্বী সকল
প্ৰকাৰ ধৰ্মীয়, সাংস্কৃতিক, সামাজিক
আৰম্ভ হয় চৈত্ৰ মাহৰ শুক্ল প্ৰতিপদ
তাৰিখ মাৰ্চ / এপ্ৰিল
উদযাপন এদিন
সম্পৰ্কিত মেষ সংক্ৰান্তি, উগাদি, আৰু অন্যান্য আঞ্চলিক হিন্দু নৱবৰ্ষ
সংঘটন বাৰ্ষিক

এইদিনা তেলেগু আৰু কানাড়া হিন্দু সকলে উগাদি পালন কৰে। ইয়াৰ লগতে কিছুমান অঞ্চলত এইদিনা বেলেগ বেলেগ নামেৰে নৱবৰ্ষ পালন কৰে। সিন্ধী সম্প্ৰদায়ৰ লোকসকলে এইদিনা চেটি চান্দ হিচাপে ভগৱান ঝুলেলালৰ আৱিৰ্ভাৱ তিথি পালন কৰে। চেতি চান্দত ঝুলেলালৰ পূজা-অৰ্চনা কৰা হয় আৰু টেহৰী (মিঠা ভাত) আৰু শাই ভাজা (দাইলত দিয়া পালেং শাক) প্ৰস্তুত কৰা হয়।

তথ্য উৎস


Tags:

গোৱামহাৰাষ্ট্ৰ

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰী সূৰ্য পাহাৰপ্ৰকৃতিপঞ্চভুজছ'ভিয়েট সংঘছিৰিমাভো বন্দৰনাইকেমণিৰাম দেৱান (চলচ্চিত্ৰ)দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যাননামচিংথমাছ আলভা এডিচনৰবীন্দ্ৰনাথ ঠাকুৰমনোমতীবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনবুৰঞ্জীভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাবসন্ত ঋতুসাঁথৰঅৰুণাচল প্ৰদেশ২৬ এপ্ৰিলকৃষ্ণচূড়াদশাৱতাৰসংস্কৃত ভাষাৰসায়ন বিজ্ঞানযতীন্দ্ৰ নাথ দুৱৰাপৰিমেয় সংখ্যাঅসমৰ নদীসমূহৰ তালিকানেপালখামটি জনগোষ্ঠীচৰ্যাপদগোলকীয় উষ্ণতা বৃদ্ধিশীতল যুদ্ধপুৰাণঅসমৰ জিলাসমূহজুবিন গাৰ্গইষ্ট ইণ্ডিয়া কোম্পানীসপ্তকাণ্ড ৰামায়ণউৎসৱফাকে জনগোষ্ঠীগাঁও পঞ্চায়তঅস্বাভাৱিক মনোবিজ্ঞানঁ (চন্দ্ৰবিন্দু)চ্যু-লিক-ফাবতৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমানৰ অসম আক্ৰমণশব্দব্যক্তিত্বশদিয়া২৪ এপ্ৰিলঅণুজীৱধৰিত্ৰী দিৱসভেদাই লতাকুলিঅনিৰুদ্ধদেৱঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাআওৰাকৃষিঢোললীলা গগৈউৎপাদন (অৰ্থনীতি)শ্ৰীমন্ত শংকৰদেৱপৰিৱেশ অধ্যয়নহাজোৰাভা জনগোষ্ঠীলেটিন ভাষাভাৰতৰ নিৰ্বাচন আয়োগত্ৰিপিটকনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাগগৈব্যাকৰণপাইথেগাৰাছৰংঘৰঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিকেঁচুসাৰ🡆 More