উগাদি

উগাদি হৈছে ভাৰতবৰ্ষৰ কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা ৰাজ্যৰ নতুন বছৰৰ উৎসৱ। হিন্দু সৌৰচন্দ্ৰ কেলেণ্ডাৰৰ চিত্ৰা মাহত এই অঞ্চল কেইটাত উগাদি পালন কৰা হয়।গ্ৰেগৰীয়ান কেলেণ্ডাৰমতে সাধাৰণতে মাৰ্চ আৰু এপ্ৰিল মাহত এই উৎসৱ উদযাপিত হয়। এই উৎসৱৰ দিনত ঘৰৰ মজিয়াত ৰঙ-বিৰঙৰ 'ৰংগলী' ইত্যাদি অঁকা হয়। ঘৰৰ দুৱাৰমুখত আম পাতৰ মালা ওলোমাই দিয়া হয়। নতুন কাপোৰ কিনা, উপহাৰ দিয়াৰ লগতে দুখীয়ালোকক উপহাৰ বা খাদ্য বস্তু দিয়া আৰু তেলৰ সহায়ত এক বিশেষ ধৰণে গাধোৱা হয়। ইয়াৰোপৰি প্ৰায় সকলো সোৱাদৰ মিশ্ৰণৰ সহায়ত কোনো কোনোৱে এক বিশেষ ধৰণৰ খাদ্য তৈয়াৰ কৰি খায়। এই উৎসৱৰ সময়ত মন্দিৰ দৰ্শন কৰা হয়।

উগাদি
উগাদি
উগাদিৰ প্ৰসাদ আৰু নৱবৰ্ষৰ প্ৰাৰ্থনা পূজা থালী
অন্য নাম ইউগাদী
তেলেগু আৰু কানাড়া নৱবৰ্ষ
পালন কৰে কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ হিন্দু ধৰ্মাৱলম্বী সকল
প্ৰকাৰ ধৰ্মীয়, সামাজিক, সংস্কৃতিক
আৰম্ভ হয় চৈত্ৰ মাহৰ প্ৰথম দিন
তাৰিখ মাৰ্চ (সাধাৰণতে), এপ্ৰিল (কেতিয়াবা)
উদযাপন কলাম-ৰংগুলি, মন্দিৰ যাত্ৰা, হোলীগ আৰু বেভু বেল্লাৰ সৈতে ভোজন
সম্পৰ্কিত মেষ সংক্ৰান্তি, গুড়ি পড়ৱা, আৰু অন্যান্য আঞ্চলিক হিন্দু নৱবৰ্ষ
সংঘটন বাৰ্ষিক

তথ্যসূত্ৰ


Tags:

অন্ধ্ৰ প্ৰদেশকৰ্ণাটকতেলেংগানাভাৰতবৰ্ষ

🔥 Trending searches on Wiki অসমীয়া:

ডিগবৈ তেল শোধনাগাৰখো-খোফাকুৱাআইৰিন পাৰ্লবিভাৰত ত্যাগ আন্দোলনঅসমৰ জাতীয় গীতচ'জুনকানাই বৰশী বোৱা শিলালিপিৰবীন্দ্ৰনাথ ঠাকুৰমায়ামৰা সত্ৰসুভাষ চন্দ্ৰ বসুমাৰ্ক্সবাদআত্মজীৱনীবনলতা সেন (কবিতা)নেলছন মেণ্ডেলাপ্ৰাকৃতিক দুৰ্যোগভগ্নাংশ (গণিত)কৃষ্ণকান্ত সন্দিকৈভাৰতত মহিলা শিক্ষাতাপগতি বিজ্ঞানমৌলিক সংখ্যাদৌল গোবিন্দ মন্দিৰদ্বিতীয় বিশ্বযুদ্ধহেমকোষভৈৰৱী মন্দিৰভাৰতসুন্দৰীদিয়াৰ সুঁৱেৰী উৎসৱঅসমৰ শাক-পাচলিৰ তালিকাকুচিয়া মাছঅসমীয়া খাদ্যাভ্যাসপ্ৰাক-ইতিহাসমাধৱদেৱচুতীয়া জনগোষ্ঠীভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাভৰবেগঅসমৰ জনগোষ্ঠীভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগপৰিৱেশ অধ্যয়নঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাআমেৰিকা যুক্তৰাষ্ট্ৰনগা জনগোষ্ঠীমিত্ৰদেৱ মহন্তমামণি ৰয়ছম গোস্বামীযতীন্দ্ৰ নাথ দুৱৰাভূপেন হাজৰিকাৰ সাহিত্যভাৰতৰ ৰাষ্ট্ৰপতিদেউলনেপালবাঁহীগোলাঘাট জিলাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঅসমৰ পৰম্পৰাগত সাজ- পাৰগদ্যবাণীকান্ত কাকতিদোল পূৰ্ণিমাসত্যেন্দ্ৰনাথ শৰ্মানাট্য শাস্ত্ৰসত্যনাথ বৰাযুগ্ম সংখ্যামহাভৈৰৱ মন্দিৰঅভিধানচৰাইগঙ্গা নদীবুৰঞ্জী সাহিত্যমায়া (আলোচনী)ভাওনাভাৰতৰ ইতিহাসসত্ৰীয়া নৃত্যঅসমৰ পৰম্পৰাগত সাজ-পাৰমানৱ ভূগোলবন্দে মাতৰম্‌শিৱসাগৰৰ শিৱদৌল🡆 More