গদী ভাষা

গদী, গদকী, গদিয়ালী বা ভৰমৌড়ী (টাকৰী লিপিত: 𑚌𑚛𑚯, 𑚌𑚛𑚊𑚯, 𑚌𑚛𑚮𑚣𑚭𑚥𑚯, 𑚡𑚤𑚢𑚵𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ চম্বা জিলাৰ ভাৰমৌড় অঞ্চলৰ গদী লোকে ব্যৱহাৰ কৰে। তদুপৰি, চুবুৰীয়া জম্মুৰ উধমপুৰ, কথুৱা আৰু দোদা জিলাতো এই ভাষা কোৱা হয়।

Gaddi
𑚌𑚛𑚯, गदी Gaddi
𑚌𑚛𑚊𑚯, गदकी Gaddki
𑚌𑚛𑚮𑚣𑚭𑚥𑚯, गदियाली Gaddiyali
𑚡𑚤𑚢𑚵𑚪𑚯, भरमौड़ी Bharmauri
গদী ভাষা
Gaddi, Gaddki, Gaddiyali and Bharmauri written in Takri Script
থলুৱা অঞ্চল Himachal Pradesh
অঞ্চল Bharmaur
জাতীয়তা Gaddis
স্থানীয় ভাষিক
সাঁচ:Sigfig (2011)e25
ভাষা পৰিয়াল
Indo-European
  • Indo-Iranian
লিখন প্ৰণালী Takri, Devanagari
ভাষা সংকেত
ISO 639-3 gbk

এই ভাষাটো পৰম্পৰাগতভাৱে টাকৰী লিপি ব্যৱহাৰ কৰি লিখা হৈ আহিছে।

গদী সংস্কৃতিৰ বিষয়ে গদী ভাষাত এক সক্ষাৎকাৰ তৰসেম জৰয়ালৰ সৈতে (প্ৰথম অংশ)

উপভাষা

গদী ভাষাৰ ৪ট উপভাষা আছে:

  • প্ৰথমটো সমগ্ৰ ভৰমৌড়, ছতৰাৰী আৰু ভত্যত অঞ্চলত ব্যৱহাৰ কৰা হয়, আৰু লগতে কাংগড়া জিলা গদীভাষী অঞ্চলতো
  • দ্বিতীয়টো পিয়ুহাৰ, বেলজ, গূণ, বকনী আৰু মেহলা আৰু কাডেড়ৰ ওপৰৰ ভাগত কোৱা হয়
  • তৃতীয়টো বসু আৰু চুবুৰীয়া অঞ্চলত কোৱা হয়
  • চতুৰ্থটো লিল্হ আৰু পাহোত কোৱা হয়

স্থিতি

এই ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। কোনো কোনোৱে এই ভাষা ডোগ্ৰীৰ উপভাষাও জ্ঞান কৰে। ইউনেস্ক'ই এই ভাষাক নিশ্চিতভাৱে লুপ্তপ্ৰায় ভাষাৰ তালিকাত ৰাখিছে, যাৰ অৰ্থ হ'ল যে গদী শিশুৱে এই ভাষা মাতৃভাষা হিচাপে নিশিকা হৈছে।

হিমাচল প্ৰদেশৰ বিধান সভাত ২০১০ চনত 'পাহাড়ী (হিমাচলী)' নামেৰে এটি ভাষা ভাৰতৰ সংবিধানত অষ্ট অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী তুলি ধৰা হৈছিল। পিচে এই ক্ষেত্ৰত তাৰ পাছত কোনো উন্নতি দেখা যোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষা সংৰক্ষণৰ চেষ্টা কৰি আহিছে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

গদী ভাষা উপভাষাগদী ভাষা স্থিতিগদী ভাষা তথ্য সংগ্ৰহগদী ভাষা বাহ্যিক সংযোগগদী ভাষাজম্মু আৰু কাশ্মীৰভাৰতভাৰত-আৰ্য ভাষা পৰিয়ালহিমাচল প্ৰদেশ

🔥 Trending searches on Wiki অসমীয়া:

ছনেটনৱকান্ত বৰুৱাডিমাছা জনগোষ্ঠীনৰেন্দ্ৰ মোদীভটিমাঅসমৰ তেল শোধনাগাৰমিচিং ভাষাসংস্কৃত ভাষাকুকুৰপ্লাষ্টিকপৰিয়ালকুমাৰী নাম আৰু বিবাহিত নামনাথ-যোগী সম্প্ৰদায়তিৱা জনগোষ্ঠীঅসমৰ নদীসমূহৰ তালিকাবিশ্ব বেংকচকলংজীৱনৰ বাটতসমাজঅসমৰ লোকবাদ্যভবেন্দ্ৰ নাথ শইকীয়াৰামায়ণমাটিকামৰূপ জিলাহেম বৰুৱাঅগ্নিগড়ইণ্ডোনেছিয়াঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকামোৱামৰীয়া বিদ্ৰোহঅন্তৰীপ (উপন্যাস)নাৰায়ণদেৱপলাশীৰ যুদ্ধ২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনঅন্নপ্ৰাশনধ্বনিতত্ত্বহাজং জনগোষ্ঠীযোৰহাটডিম্পু বৰুৱাৰমজানখামটি জনগোষ্ঠীবসন্ত ৰোগভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাচৈয়দ আব্দুল মালিকমনোমতীভ্ৰাম্যমাণ থিয়েটাৰনামদাঙৰ শিলৰ সাঁকোপাইক প্ৰথালক্ষ্মীনাথ বেজবৰুৱাবেদঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলভাৰতৰ নিৰ্বাচন আয়োগগুৱাহাটী বিশ্ববিদ্যালয়অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবিশেষ্য পদপঞ্চায়তী ৰাজইণ্টাৰনেটগৱেষণাৰাছিয়াৰমন্যাসবাদঈয়াৰুইঙ্গমচৰাইউষ্ণতাআত্মজীৱনীৰামধেনু (আলোচনী)এমাজন (কোম্পানী)অতুল চন্দ্ৰ হাজৰিকাবিবাহভাৰতৰ উচ্চতম ন্যায়ালয়ভাৰতত নাৰীবাদপুথিভঁৰালভট্টদেৱযতীন্দ্ৰ নাথ দুৱৰাকলিমানুমলীগড় তেল শোধনাগাৰৰং🡆 More