খাদ্য আৰু কৃষি সংস্থা

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা এফ এ অ' হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বত ক্ষুধাক জয় কৰিবলৈ চলোৱা প্ৰচেষ্টাত আন্তঃৰ্জাতিক স্তৰত ই নেতৃত্ব দিয়ে। উন্নত আৰু উন্নয়নশীল দেশ উভয়ৰ বাবে খাদ্য আৰু কৃষি সংস্থায়ে এক নিৰপেক্ষ মঞ্চ হিচাপে কাম কৰে আৰু ইয়াত সকলোৱে সমানভাৱে নীতি আলোচনা কৰে।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা
খাদ্য আৰু কৃষি সংস্থা
খাদ্য আৰু কৃষি সংস্থাৰ ল'গ'
ধৰণ ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা
সক্ৰিয়তা সক্ৰিয়
প্ৰধান  কাৰ্যালয় ৰোম, ইটালী
ৱেবছাইট চৰকাৰী ৱেবচাইট

খাদ্য আৰু কৃষি সংস্থায়ে জ্ঞান আৰু তথ্যৰ এক উৎস হিচাপে উন্নয়নশীল দেশসমূহক কৃষিৰ আধুনিকৰণ আৰু উন্নয়ন, বন আৰু মৎস্য উৎপাদন প্ৰক্ৰিয়াত সহায় আগবঢ়ায়। ইয়াৰ জৰিয়তে ই পৃথিৱীত সুপুষ্টি আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ চেষ্টা কৰে। ইয়াৰ নীতিবাক্য হৈছে লেটিন ভাষাfiat panis যাৰ আক্ষৰিক অৰ্থ সকলোৰে বাবে খাদ্য হওক। ২০১৮ চনৰ আগষ্ট মাহৰলৈকে ইয়াৰ সদস্যৰ সংখ্যা ১৯৭। ইয়াৰে ভিতৰত ইউৰোপিয়ান ইউনিয়ন এক সদস্য সংস্থা হিচাপে,নিউ আৰু কুক দ্বীপপুঞ্জ নিউজিলেণ্ডৰ সৈতে আৰু ফেৰ' দ্বীপপুঞ্জ আৰু টোকেলাউ সহযোগী সদস্য।

খাদ্য আৰু কৃষি সংস্থাৰ বৰ্তমান সচিব প্ৰধান হৈছে ব্ৰাজিলৰ জছ গ্ৰাজিয়ান' ডা ছিলভা। ইয়াৰ মুখ্য কাৰ্যালয় ইটালী দেশৰ ৰাজধানী ৰোমত অৱস্থিত।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

ৰাষ্ট্ৰসংঘ

🔥 Trending searches on Wiki অসমীয়া:

চ্যু-কা-ফাবাগ্‌ধ্বনিলোকবিশ্বাসঢ়ৰামায়ণনগাঁও (লোকসভা সমষ্টি)কলবড়ো ভাষাকাৰ্বি জনগোষ্ঠীসদৌ অসম ছাত্ৰ সন্থানামঘোষাশব্দ প্ৰদূষণৰুক্মিণী হৰণ নাটপঞ্চায়তী ৰাজঅন্তৰীপ (উপন্যাস)অসমীয়া গালি-গালাজমূলা গাভৰুভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাহৰণ (গণিত)ডুবি তাম্ৰলিপি আৰু ছীলঅসীমত যাৰ হেৰাল সীমাঅসমীয়া পুৰণি সাহিত্যদিল্লীগগৈসৌৰজগতঅৰ্জুন ভঞ্জনউৎসৱব্যৱস্থাপনাউগ্ৰতাৰা দেৱালয়ৰামধেনু (আলোচনী)সমাৰ্থক শব্দহস্তীবিদ্যাৰ্ণৱভবেন্দ্ৰ নাথ শইকীয়ালুৰিন জ্যোতি গগৈৰসায়ন বিজ্ঞানশৰৎ ঋতুপাইথেগাৰাছনলবাৰীভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামোৱামৰীয়া বিদ্ৰোহমাৰ্ঘেৰিটা মহকুমামৰিগাঁও জিলাহৰি-হৰ যুদ্ধচাইকেলৰাসোৎসৱবেলিমাৰ (নাটক)অসমীয়া ভাষা উন্নতি সাধিনী সভাযতীন বৰাইয়াণ্ডাবু সন্ধিসাম্যবাদী সমাজবিত্তীয় ব্যৱস্থাএহাত ডাবাসেউজ গৃহ প্ৰভাৱডিমাছা জনগোষ্ঠীবিহুৰ বাদ্যযন্ত্ৰবিশ্বনাথ চাৰিআলিমৌ-মাখিকুলিগান্ধীবাদশ্ৰীকৃষ্ণকীৰ্তনকোকৰাঝাৰ (লোকসভা সমষ্টি)নীলমণি ফুকন (জ্যেষ্ঠ)কৰ্কট ক্ৰান্তিধ্যান চান্দবিষুৱ ৰেখাঅসমীয়া বৰ্ণমালামালিতাশ্ৰীমদ্ভগৱতগীতামণিকৰ্ণেশ্বৰ দেৱালয়ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহনগাঁও জিলা🡆 More