কণী যুঁজ

কণী যুঁজ (ইংৰাজী: Egg tapping) বিশ্বৰ বিভিন্ন সংস্কৃতিৰ এক জনপ্ৰিয় খেল। অসমৰ লগতে বিশ্বৰ আন আন প্ৰান্তত, যেনে: হলেণ্ড, ৰোমানিয়া, বুলগেৰিয়া, ৰুঠেনিয়া, গ্ৰীচ আদিত এই খেল প্ৰচলিত।

কণী যুঁজ
কণী যুঁজ
দুজন ল'ৰাই কণী যুঁজাই থকাৰ দৃশ্য
খেলুৱৈ সংখ্যা

অসমত কণী যুঁজ

কণী যুঁজ 
অসমৰ কণী যুঁজ

কণী যুঁজ অসমৰ এটি প্ৰিয় খেল। ব’হাগ বিহুৰ কেইদিনমান আগৰেপৰাই ই আৰম্ভ হৈ বিহু উৰুকালৈকে কণী যুঁজ চলি থাকে। যুঁজত সাধাৰণতে পাতিহাঁহৰ কণীৰে যুঁজাই। খেলাৰুসকলে বিভিন্ন ঠাইৰপৰা টান কণী কিনি আনি যুঁজলৈ সাজু হয়। টান কণীৰ নাম সৈয়া ( বা হৈয়া)। কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে। কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন। ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায়। দৰ-দাম ঠিক হোৱাৰ পিছত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে। যাৰ কণী ভাগে, তেওঁ কণীটো কণী নভগাজনক দিব লাগে। কোনো কোনোৱে হাঁহ কণীৰ মাজত দুই এটা কুকুৰা অথবা গিনিফাউলৰ কণী মিহলাই কণী যুঁজায়। পিছত উল্লেখ কৰা কণীসমূহ হেনো পাতিহাঁহৰ কণীতকৈ টান। কোনো কোনোৱে সাত বিহুলৈকে বা হৈয়া কণী নভগাকৈ ৰাখি গৌৰৱৰ ভাগী হয়। এনে কণীক কোৱা হয় ‘সাত বিহুৰ সৈয়া কণী’। কণী যুঁজত আবাল-বৃদ্ধ-বনিতা সকলোৱে অংশ গ্ৰহণ কৰে।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ চিত্ৰকলাৰ ইতিহাসহিন্দু ধৰ্মঅপভ্ৰংশইংৰাজী ভাষাচৰকাৰজ্ঞানপীঠ বঁটাবেটুপাতপৰিসংখ্যাগণিতআত্মজীৱনীবহল ব্যাকৰণভাওনাভাৰতৰ প্ৰধানমন্ত্ৰীসাহিত্যব্ৰহ্মপুত্ৰ নদমহাসাগৰভূমিস্খলনঅযোধ্যা (পৌৰাণিক নগৰ)দিনঅসমৰ মহকুমাসমূহৰ তালিকামহেন্দ্ৰ বৰাকাৰ্বি ভাষাঅসমৰ মন্ত্ৰ-সাহিত্যফুলপ্ৰাকৃতিক পৰিৱেশভাৰতীয় মহাকাশ গৱেষণা সংস্থাঅসমৰ পৰম্পৰাগত সাজ- পাৰডিগবৈ তেল শোধনাগাৰভাৰতীয় দৰ্শনপৰ্যাবৃত্ত তালিকাধুবুৰী (লোকসভা সমষ্টি)কোকৰাঝাৰ (লোকসভা সমষ্টি)হিমবাহমৰুভূমিমানুহঘৰচিৰিকাসাম্যবাদনগাঁও জিলাঅসমীয়া উপন্যাসবাগ্‌ধ্বনিশিৱসাগৰশব্দ প্ৰদূষণপ্ৰথম বিশ্বযুদ্ধৰামধেনু (আলোচনী)আনন্দ চন্দ্ৰ আগৰৱালাদৰ্শনঅসমীয়া জাতিআলেকজেণ্ডাৰ গ্ৰাহাম বে'লপাণিনিআনন্দৰাম বৰুৱাউৎসৱহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)চৰাইদেউ জিলাপ্ৰকৃতিপদ্মনাথ গোহাঞি বৰুৱাবড়ো জনগোষ্ঠীচ্যু-লিক-ফাপ্ৰাকৃতিক দুৰ্যোগজন গণ মনমংগোলিয়াহেম বৰুৱা (ত্যাগবীৰ)অসমৰ চলচ্চিত্ৰআওৰাএহাত ডাবাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাম’বাইল ফোনৰবীন্দ্ৰনাথ ঠাকুৰপায়ু সংগমগণৰাজ্য দিৱস (ভাৰত)অসমআফগানিস্তানএকলব্যলেটিন ভাষাচৰাইডি এন এমূৰাৰা, ৰঙিয়া🡆 More