কুকুৰা

কুকুৰা (ইংৰাজী: Chicken) এক প্ৰকাৰৰ পোহনীয়া চৰাই, বনকুকুৰাৰ এক উপ-প্ৰজাতি। এবিধ সাধাৰণ আৰু বিশ্বব্যাপি পোহনীয়া প্ৰাণী হিচাপে ২০০৩ চনত কুকুৰাৰ জনসংখ্যা আছিল প্ৰায় ২৪০ কোটি, পৃথিৱীৰ অন্য যিকোনো প্ৰজাতিৰ চৰাইতকৈ কুকুৰাৰ সংখ্যা সৰ্বাধিক। মানুহে খাদ্য হিচাপে কুকুৰাৰ মাংস আৰু কণী দুয়োটাই ভক্ষণ কৰে।

কুকুৰা
কুকুৰা
এটা ডাকুৱা (বাওঁফালে) আৰু এজনী মাইকী কুকুৰা (সোঁফালে)
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Galliformes
পৰিয়াল: Phasianidae
উপপৰিয়াল: Phasianinae
গণ: Gallus
প্ৰজাতি: G. gallus
উপপ্ৰজাতি: G. g. domesticus
ত্ৰিপদ নাম
Gallus gallus domesticus
(লিনিয়াছ, ১৭৫৮)

এডাল পত্নতাত্বিক হাড়ৰ পৰা অনুমান কৰা হয় যে, খ্ৰীষ্টপূৰ্ব প্ৰায় ৮,০০০ বছৰ আগতে চীন দেশত প্ৰথম কুকুৰা পালন কৰা হৈছিল। পৰৱৰ্তী সময়ৰ জিনীয় অধ্যয়নত দক্ষিণ-পূব, পূব, আৰু দক্ষিণ এছিয়াতো বহু সমল উদ্ধাৰ হৈছিল, কিন্তু আমেৰিকা, ইউৰোপ, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ পূৰ্ৱজবোৰ ভাৰতীয় উপমহাদেশীয় উদ্ভৱ আছিল। খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত পোহনীয়া কুকুৰা ভাৰতৰ পৰা পশ্চিম ক্ষুদ্ৰ এছিয়াৰ লাইডিয়া আৰু গ্ৰীচলৈ আমদানী কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব পঞ্চদশ শতিকাৰ মধ্যভাগৰ পৰা কুকুৰা, "প্ৰতিদিনে জন্ম দিয়া চৰাই" (ইংৰাজী: bird that gives birth every day) হিচাপে ইজিপ্তত জনাজাত হৈছিল।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাঘৰুৱাকৰণবনকুকুৰা

🔥 Trending searches on Wiki অসমীয়া:

পাৰিপাৰ্শ্বিক সংঘাতপূৰ্ণ স্বৰাজশাল গছৰাম মন্দিৰ, অযোধ্যাওজাপালিখিলঞ্জীয়া লোকহাজং জনগোষ্ঠীহিন্দু পদ্ধতিত সময়ৰ এককলুই পেষ্ট'ৰমহামায়া ধামভূমি প্ৰদূষণআবেগদৰ্শনএডৱাৰ্ড জেনাৰবৰদৈচিলাপতঞ্জলিৰ যোগসূত্ৰএলুমিনিয়ামবড়ো জনগোষ্ঠীআলি আঃয়ে লৃগাংদিহানামঅসমৰ কুঁহিলা শিল্পআলেকজেণ্ডাৰ গ্ৰাহাম বে'ললোক-সংগীতবাবৰপঞ্চতন্ত্ৰজৰ্জ বেকাৰনাহৰৰ গীতআগ্নেয়গিৰিৰুবুল মাউতপিম্পৰা গুচোৱাখ্ৰীষ্টান ধৰ্মখোলমৌখিক পৰম্পৰাপ্ৰদূষণজ্যোতি সংগীতসংস্কৃত ভাষাপাইথেগাৰাছৱিকিঅসমৰ মাছ ধৰা সঁজুলিঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫২৪ এপ্ৰিলঅসমীয়া লোকসাহিত্যমৃত্যুঞ্জয়অসম আন্দোলনবিশ্ব মেলেৰিয়া দিৱসহনুমানফকৰা যোজনামাটিআকবৰস্বাস্থ্যশচীন তেণ্ডুলকাৰনৰকাসুৰআহোম-মোগলৰ সংঘৰ্ষনবীনচন্দ্ৰ বৰদলৈপ্লেটোডাকৰ বচনশব্দঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদমনোবিজ্ঞানছট পূজামুগা (ৰেচম)হিন্দু ধৰ্মজল সংৰক্ষণভূপেন হাজৰিকাউপেন্দ্ৰনাথ গোস্বামীএ কে গাৰ্নিবিহু নৃত্যভাৰত-চীন যুদ্ধস্তন সংগমমৰুভূমিঅসমীয়া লিপিৰ বুৰঞ্জী২০২৩ জি-২০ নতুন দিল্লী সন্মিলনলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীফাট বিহুপানীজামুগুৰিহাট🡆 More