উত্তম বৰুৱা

উত্তম বৰুৱা (ইংৰাজী:UTTAM BORUAH) হৈছে এজন অসমীয়া প্ৰবন্ধকাৰ আৰু নাট্যকাৰ।

উত্তম বৰুৱা
জন্ম ১৯৩৯
অসম
মৃত্যু ২০১১
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয়

  • উত্তম বৰুৱাৰ জন্ম হৈছিল ১৯৩৯ চনৰ ৫ জুলাই তাৰিখে গুৱাহাটীৰ আজাৰাত। তেখেতৰ পিতৃৰ নাম জগত চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম ৰজনী বৰুৱা আছিল।

কৰ্মজীৱন

  • উত্তম বৰুৱা গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ নবীন চন্দ্ৰ বৰদলৈ হল আৰু লাইব্ৰেৰীৰ গ্ৰন্থাগাৰিক আৰু পিছলৈ জন সম্পৰ্কৰক্ষী বিষয়া হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি আজীৱন সাহিত্য চৰ্চাত নিয়োজিত থাকিছিল।

নাটক

  • লাচিত বৰফুকন
  • কুশল কোঁৱৰ
  • পণ্ডিতৰ জীৱন
  • আজিৰ মানুহ
  • মধ্যবিত্তৰ সংসাৰ
  • মোমাই তামোলী বৰবৰুৱা
  • দৃষ্টিপাত
  • চোৰ
  • বৰৰজা ফুলেশ্বৰী
  • হেংদাং
  • বৰ মানুহৰ দোলা (১৯৬০)
  • নাটক ৰচনাৰ উপৰিও তেওঁ নীলাচল, ৰংঘৰ, পূৰ্বাচল, দৈনিক অসম, অসমবাণী, অগ্ৰদূত আদি কাকত আলোচনীত তত্ত্বগধুৰ প্ৰবন্ধ লিখিছিল।

বঁটা

  • আমেৰিকান বায়’গ্ৰাফিকেল ইনষ্টিটিউটৰ পৰা ২০০০ চনত বছৰটোৰ শ্ৰেষ্ঠ ব্যক্তিৰ সন্মান লাভ কৰে।
  • জ্যোতিৰূপাৰ পৰা 'কৰ্মশ্ৰী বঁটা' আৰু ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া সংস্থাৰ সন্মান লাভ কৰে।
  • কলিকতাৰ ৰাজা ৰামমোহন ৰায় ফাউণ্ডেচনৰ সদস্য হিচাপেও মনোনীত হৈছিল।

মৃত্যু

  • এইগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন নাট্যকাৰ, শিল্পী তথা সু-সাহিত্যিক উত্তম বৰুৱাৰ ২০১১ চনৰ ৩ অক্টোবৰ নিশা গুৱাহাটীৰ ডাউন টাউন হাস্পটালত শেষ নিশ্বাস ত্যাগ কৰে।


তথ্যসূত্ৰ

Tags:

উত্তম বৰুৱা জন্ম আৰু বংশ পৰিচয়উত্তম বৰুৱা কৰ্মজীৱনউত্তম বৰুৱা নাটকউত্তম বৰুৱা বঁটাউত্তম বৰুৱা মৃত্যুউত্তম বৰুৱা তথ্যসূত্ৰউত্তম বৰুৱা

🔥 Trending searches on Wiki অসমীয়া:

অসমত মহাত্মা২৩ এপ্ৰিলউদাৰনৈতিকতাবাদঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহঅসমীয়া খবৰৰাজনৈতিক দলঅনুৰাধা শৰ্মা পূজাৰীগৱেষণাবহুভাষাবাদঅলিম্পিকঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅসমৰ সমস্যাফ্লোৰেন্স নাইটিংগেলথমাছ আলভা এডিচনভাৰতীয় নাগৰিকত্ব আইনভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনডাকৰ বচনবিত্তীয় ব্যৱস্থাপ্লাষ্টিকসাম্যবাদতোলনি বিয়াঅসমীয়া সাহিত্যত মালিতামনোবিজ্ঞানভাৰতৰ নিৰ্বাচন আয়োগকাৰেংঘৰছাইমন কমিশ্যনশিক্ষা মনোবিজ্ঞানদাণ্ডী যাত্ৰাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহশ্ৰীমন্ত শংকৰদেৱজেং বিহুকাৰেঙৰ লিগিৰীতেজপুৰগৰীয়সীওৰাং ৰাষ্ট্ৰীয় উদ্যানসালোক সংশ্লেষণডিম্বেশ্বৰ নেওগযোৰানামফুলগুৰি ধেৱাবিহুৰ সাজ-পোচাক আৰু অলংকাৰশোণিত কুঁৱৰীশিক্ষাতেজক্ষতগৰচৰকাৰমামণি ৰয়ছম গোস্বামীৰ উপন্যাসসত্যাগ্ৰহহেম বৰুৱাফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাভ্ৰাম্যমাণ থিয়েটাৰলক্ষ্মীধৰ শৰ্মাৰাম মন্দিৰ, অযোধ্যাবিহুৰ বাদ্যযন্ত্ৰনাহৰৰ গীতমানৱ শৰীৰমোগল সাম্ৰাজ্যএডৱাৰ্ড জেনাৰমাইলছ ব্ৰনছনঅন্নপ্ৰাশনভট্টদেৱৰ গদ্যশৈলীশ্ৰীকৃষ্ণকীৰ্তনএলবাৰ্ট আইনষ্টাইনভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাসত্যনাথ বৰাভূপেন্দ্ৰ সংগীতনলিনীবালা দেৱীঅসমৰ ইতিহাসভাৰতৰ উচ্চতম ন্যায়ালয়অসমৰ লোকগীতহিমালয়ৰফিকুল হুছেইনদৰ্শনলিংগ বৈষম্য আৰু ভাৰতীয় নাৰী🡆 More