ইনডাকশ্যন কুকিং

ইনডাকশ্যন কুকিং (ইংৰাজী Induction Cooking) এবিধ অত্যাধুনিক ৰন্ধন পদ্ধতি৷ প্ৰচলিত সকলো ৰন্ধন পদ্ধতিতকৈ ই যথেষ্ট বেলেগ আৰু ৰীতিমত বিস্ময়কৰ৷ ইনডাকশ্যন কুকিং বা আবেশ ৰন্ধন পদ্ধতিত আবেশিক তাপ সৃষ্টি কৰি ৰন্ধা-মেলা কৰা হয়৷ আবেশ ৰন্ধন পৃষ্ঠ হিচাপে এবিধ ফেৰো চুম্বকীয় ধাতুৰ পাত ব্যৱহাৰ কৰা হয়, যি সমগ্ৰ ৰন্ধন সঁজুলিটো গৰম নকৰাকৈয়ে ৰন্ধা কাম কৰিব পাৰে৷

ইনডাকশ্যন কুকিং
এক ইনডাকশ্যন কুকাৰ

ইনডাকশ্যন কুকাৰৰ নিৰ্মান পদ্ধতি

ইনডাকশ্যন কুকাৰত ৰন্ধন পাত্ৰৰ তলফালে তামৰ তাঁৰৰ এটা ডাঙৰ কুণ্ডলী থাকে৷ তাৰ তলতে থাকে এখন কুলিং ফেন৷ তামৰ তাঁৰৰ কুণ্ডলীটোৰ মাজেদি এবিধ পৰিবৰ্তী প্ৰবাহ প্ৰবাহিত হ'বলৈ দিয়া হয়৷ কুণ্ডলীটোৰ কাষতে থকা এটা মূল আৰু আন এটা সহায়কাৰী প্ৰবাহ উৎসৰ জৰিয়তে তামৰ কুণ্ডলীৰ মাজেদি বিদুৎ প্ৰবাহৰ সৃষ্টি কৰা হয়৷ সেই প্ৰবাহে এবিধ পৰিবৰ্তী চুম্বকীয় ক্ষেত্ৰ উৎপন্ন কৰে৷ সেই চুম্বকীয় ক্ষেত্ৰই আকৌ পাত্ৰটোত আবেশিক বৈদ্যুতিক প্ৰবাহৰ সৃষ্টি কৰে৷ ধাতুৰ পাত্ৰটোৰ মাজেদি পাৰ হৈ যোৱা বিদ্যুত প্ৰবাহে এবিধ "ৰোধকীয় তাপ" সৃষ্টি কৰে আৰু সি খাদ্যবস্তুক উত্তপ্ত কৰি তোলে৷ এই তাপৰ সহায়ত ৰন্ধা-মেলা কৰা, ঠাণ্ডা হৈ থকা খাদ্য গৰম কৰাকে ধৰি সকলো ৰন্ধন কাৰ্য কৰিব পাৰি৷

ইনডাকশ্যন কুকাৰৰ সুবিধা

  • ইনডাকশ্যন কুকাৰত তাপ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া অতি দ্ৰুত৷
  • আন সকলো ৰন্ধন সঁজুলিতকৈ ইনডাকশ্যন কুকাৰৰ তাপীয় ক্ষমতা বহু উন্নত৷
  • বহু সময়জুৰি স্থিৰভাৱে তাপ সৃষ্টি কৰাত ইনডাকশ্যন কুকাৰৰ সমকক্ষ কোনো নাই৷
  • ইনডাকশ্যন কুকাৰৰ তাপ নিয়ন্ত্ৰয় ব্যৱস্থা বেচ উন্নত৷
  • হটপ্লেট আদি তাপ সৃষ্টি কৰা প্ৰক্ৰিয়া যথেষ্ট বিপজ্জনক যদিও ইনডাকশ্যন কুকাৰ কিন্তু সম্পূৰ্ণ নিৰাপদ,কাৰণ ইয়াৰ বাহিৰত,আনকি ৰন্ধন পৃষ্ঠতো তাপ সৃষ্টি নহয়৷


তথ্য সংগ্ৰহ

Tags:

ইংৰাজী

🔥 Trending searches on Wiki অসমীয়া:

পাইথেগাৰাছহীৰেন ভট্টাচাৰ্য২০২৩ জি-২০ নতুন দিল্লী সন্মিলনমুগা (ৰেচম)ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানএচিদ বৰষুণঅপৰিমেয় সংখ্যাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডচি++শুৱালকুছিমোৰ জীৱন সোঁৱৰণসাধুকথাদৰং জিলাশব্দহিমন্ত বিশ্ব শৰ্মাপাণবাৰী মছজিদঅসীমত যাৰ হেৰাল সীমালীলা গগৈলুৰিন জ্যোতি গগৈপাইক প্ৰথাআৰবী ভাষাকৰ্কট ক্ৰান্তিৰাজহুৱা ক্ষেত্ৰবুৰঞ্জী সাহিত্যগৱেষণাঅসমীয়া লোকসাহিত্যডিগবৈম’বাইল ফোনএকলব্যসেউজ গৃহ প্ৰভাৱচৰাইদেউ জিলানীলকণ্ঠী ব্ৰজচামেলি মেমচা'বআকবৰঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাভূপেন হাজৰিকাজ্ঞানপীঠ বঁটামানুহবীৰেন্দ্ৰনাথ দত্তঅসমৰ পুৰণি স্থাপত্যঅসমীয়া ব্যাকৰণপাঠ পৰিকল্পনাউত্তৰ-পূব সীমান্ত ৰেলৱেশেলাইসংবিধান দিৱস (ভাৰত)বিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণলোক-সংগীতমই আৰু নেফাকৃষ্ণচূড়ামৰাণ জনগোষ্ঠীভাৰতৰ শিক্ষাপৰিসংখ্যাবায়ু প্ৰদূষণনলিনীবালা দেৱীভাৰতত মহিলাৰ স্বাস্থ্যব’হাগঅসমৰ কুঁহিলা শিল্পউৎপাদন (অৰ্থনীতি)অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাপ্ৰথম বিশ্বযুদ্ধতাল (বাদ্যযন্ত্ৰ)ভাৰতৰ সংবিধানকাৰেংঘৰভাৰতৰ জাতীয় পতাকাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫নাৰী সবলীকৰণআনন্দৰাম বৰুৱাতেজপুৰশৰৎচন্দ্ৰ গোস্বামীগায়ন-বায়নভাৰতীয় নাগৰিকত্ব আইনঅসমৰ সাহিত্যিকসকলৰ তালিকা🡆 More