অসমীয়া শিশু আলোচনীসমূহৰ তালিকা

এই পৃষ্ঠাটো আন ভাষাত উপলব্ধ নহয়।

প্ৰাক স্বাধীনতা কাল

ক্ৰমিক নং আলোচনী সম্পাদক প্ৰথম প্ৰকাশ
ল'ৰা বন্ধু কৰুণাভিৰাম বৰুৱা ১৮৮৮
অকণ হেমকান্ত গোস্বামী ১৯১৫
অকণ হেমকান্ত গোস্বামী ১৯২৩
অৰুণ মহাদেৱ শৰ্মা ১৯২৭
আমাৰ দেশ তুলসী নাৰায়ণ শৰ্মা ১৯৩১
পখিলা হৰেন্দ্ৰ নাথ শৰ্মা ১৯৩৩
ন-জোন নীলমণি ফুকন ১৯৩৪

৫০-৭০ দশক

ক্ৰমিক নং আলোচনী সম্পাদক প্ৰথম প্ৰকাশ
অকণ বিৰিঞ্চি কুমাৰ বৰুৱা ১৯৪৮
কাঁচি জোন এম ইব্ৰাহিম আলি ১৯৫১
দীপক গৌৰীকান্ত তালুকদাৰ ১৯৫৪
জোনবাই নৱকান্ত বৰুৱা ১৯৬১
বিজ্ঞান জেউতি মিনধৰ বৰঠাকুৰ ১৯৬১
মইনা জাহিদ চৌধুৰী ১৯৬২
ন-জেউতি হলধৰ শৰ্মা ১৯৬৫
আমাৰ ঘৰ জগত চেতিয়া ১৯৬৫
নতুন বেলি জন্‌ছ মহলীয়া ১৯৬৭
১০ বাল্য জেউতি ভূপেন্দ্ৰ নাৰায়ণ চৌধুৰী ১৯৬৮
১১ ভাইটী-ভনীটি দেবযানী চলিহা ১৯৬৮
১২ ৰ'দালী সুৰেশ চন্দ্ৰ ৰাজখোৱা ১৯৬৮
১৩ আকাশ প্ৰীতি বৰুৱা ১৯৭১
১৪ কাকলি ৰুচিনাথ শৰ্মা, অশ্বিনী কুমাৰ শৰ্মা ১৯৭২
১৫ চান্দমামা বি. নাগি ৰেড্ডী ১৯৭৬
১৬ কিশোৰ পৰেশ চন্দ্ৰ বৰুৱা ১৯৭৬
১৭ ৰূপবন দীপক দত্ত, বুবুল বৰদলৈ ১৯৭৬
১৮ সেউজী হেম বৰা ১৯৭৭
১৯ কণিকা অৰুণ শৰ্মা ১৯৭৭
২০ সেউজী অৰুণ শৰ্মা ১৯৭৭
২১ জোন-তৰা নগেন বৰা ১৯৭৭
২২ চেমনীয়া বাণী ভূঞা ১৯৭৭
২৩ মইনা সূৰ্য্যকুমাৰ ভূঞা ১৯৭৯
২৪ ৰুণজুন বদন বৰুৱা ১৯৭৯
২৫ ফুলকপি ৰহিমা হক ১৯৭৯

৮০-৯০ দশক

ক্ৰমিক নং আলোচনী সম্পাদক প্ৰথম প্ৰকাশ
সঁফুৰা ভবেন্দ্ৰ নাথ শইকীয়া ১৯৮৩
লুইত কমিক্‌ছ মানবেন্দ্ৰ কুমাৰ বৰুৱা ১৯৮৩
মৌচাক শান্তনু তামূলী ১৯৮৪
দৃষ্টি ড॰ দীনেশ চন্দ্ৰ গোস্বামী ১৯৮৪
টিংকল অনন্ত পাই ১৯৮৪
কণ কণ ৰঞ্জু হাজৰিকা ১৯৮৫
ঐক্যন শান্তনু কৌশিক বৰুৱা ১৯৮৭
অমৰ চিত্ৰ কথা আনন্ত পাই ১৯৮৭
মইনা ভাগ্যলক্ষ্মী মহন্ত ১৯৮৭
১০ মুকুতা মুমুদ গোস্বামী ১৯৮৭
১১ ফুল নলিনীপ্ৰভা ডেকা ১৯৮৭
১২ বিজ্ঞান সঁফুৰা কুল ৰঞ্জন ডেকা ১৯৮৭
১৩ ৰং বিৰং লাৱণ্য গোস্বামী ১৯৮৮
১৪ ত্ৰিনয়ন ৰমেন শইকীয়া ১৯৮৮
১৫ নতুন আৱিষ্কাৰ শান্তনু তামূলী ১৯৮৮
১৬ সুৰুয গকুল বৰপূজাৰী ১৯৮৯
১৭ চন্দ্ৰমা ঊষা ডেকা ১৯৮৯
১৮ জ্ঞানকোষ কুমাৰ নিৰঞ্জন ১৯৮৯
১৯ জ্ঞান-বিজ্ঞান দীনেশ বৈশ্য ১৯৯০
২০ ৰ'দালি পূৰ্ণিমা কোঁৱৰ ১৯৯০
২১ ফুলনি বুবুল চন্দ্ৰ ডেকা ১৯৯০
২২ জ্ঞনোদয় শৰৎ ৰাজখোৱা ১৯৯০
২৩ মৌ-কোঁহ বেদান্ত কুমাৰ বৰা ১৯৯০
২৪ কিশোৰ হোমেন বৰগোহাঞি ১৯৯০
২৫ পখিলা মৃণাল কটকী ১৯৯১
২৬ সন্ধানী দিগন্ত কুমাৰ বৰা ১৯৯৩
২৭ শিশু অণিমা চুতীয়া ১৯৯৪
২৮ আজৰি পৰৰ ধেমালি ভবেন কুমৰ বৰা ১৯৯৪
২৯ মইনা অতুল বৰা ১৯৯৪
৩০ ৰ'দালি দীপক নাথ ১৯৯৪
৩১ অকণিৰ অগ্ৰদুত ৰমেন শইকীয়া ১৯৯৫
৩২ ময়ূৰ অংকুৰণ দত্ত, মুজাহিদ আলি, দীনেশ গোস্বামী ১৯৯৫
৩৩ আমাৰ সাৰথি নগেন বৰা ১৯৯৬
৩৪ জিজ্ঞাস কুলেন্দু পাঠক ১৯৯৭(?)
৩৫ জ্ঞানম দুলাল মিশ্ৰ ১৯৯৮

২১ শতিকা

ক্ৰমিক নং আলোচনী সম্পাদক প্ৰথম প্ৰকাশ
ছাত্ৰ সাৰথি শিৱনাথ বৰ্মন ২০০২
ৰংমন ২০০৫
জ্ঞানকোষ দুলাল মিশ্ৰ ২০০৭

তথ্য সংগ্ৰহ

  • "অসম ইয়াৰবুক ২০১৫", শৰাইঘাট প্ৰকাশন

Tags:

অসমীয়া শিশু আলোচনীসমূহৰ তালিকা প্ৰাক স্বাধীনতা কালঅসমীয়া শিশু আলোচনীসমূহৰ তালিকা ৫০-৭০ দশকঅসমীয়া শিশু আলোচনীসমূহৰ তালিকা ৮০-৯০ দশকঅসমীয়া শিশু আলোচনীসমূহৰ তালিকা ২১ শতিকাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকা তথ্য সংগ্ৰহঅসমীয়া শিশু আলোচনীসমূহৰ তালিকা

🔥 Trending searches on Wiki অসমীয়া:

জীৱবৈজ্ঞানিক বৰ্গীকৰণঅসমীয়া যুক্তাক্ষৰআহোম ভাষাবড়ো জনগোষ্ঠীবৌদ্ধ ধৰ্মঅসমীয়া লোকসাহিত্যবাঁহকামাখ্যা মন্দিৰটকা (বাদ্য)দেৱতা (হিন্দু ধৰ্ম)মালিনী থানদৰং জিলাঅসমৰ পুৰণি স্থাপত্যশ্ৰী শ্ৰী বটদ্ৰৱা থাননাটকজতুৱা ঠাঁচথমাছ আলভা এডিচনমানস ৰাষ্ট্ৰীয় উদ্যানহোলোংবুলু ফিল্মমানৰ অসম আক্ৰমণহিন্দু ধৰ্মঅসহযোগ আন্দোলনপথেৰ পাঁচালীবুটচৈয়দা আনোৱাৰা টাইমূৰব'হাগ বিহুঅসম আৰক্ষীধ্বনিবিজ্ঞানজন গণ মনগড়গাঁওঅসমৰ সাধুকথাঅন্তৰীপ (উপন্যাস)মালিতাগেলিলিঅ’ গেলিলিপ্ৰাকৃতিক সম্পদচৰিত পুথিঅসমৰ বাঁহ-বেতৰ শিল্পমোৰ জীৱন সোঁৱৰণজীৱনীৱিকিপিডিয়াবৈচাগুগোলাপঘৰচিৰিকাসিন্ধু নদীউত্তৰ-পূব ভাৰতমৌখিক লোকসাহিত্যৰাইমনা ৰাষ্ট্ৰীয় উদ্যানপৰ্যাবৃত্ত তালিকানীল প্ৰজাপতিদিল্লীকামৰূপ জিলাকাতি বিহুশ্ৰীকৃষ্ণকীৰ্তনঅনিৰুদ্ধদেৱঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিউপেন্দ্ৰনাথ ব্ৰহ্মকামৰূপ ৰাজ্যঅসম চাহপৰিৱেশ অধ্যয়ননলবাৰী জিলামায়ামৰা সম্প্ৰদায়আইজাক নিউটনজয়মতী (১৯৩৫ চলচ্চিত্ৰ)মুহাম্মাদআহোম-মোগলৰ সংঘৰ্ষঅসম বিধানসভাবড়ো সাহিত্য সভাপ্ৰতিমা (কাব্য গ্ৰন্থ)আউনীআটী সত্ৰপাৰ্বতীঘৰ শালিকামোহনদাস কৰমচান্দ গান্ধীলক্ষ্মীধৰ শৰ্মাসিন্ধু সভ্যতাকেতেকী🡆 More