চলচ্চিত্ৰ অবুজ বেদনা: অসমীয়া শিশু চলচ্চিত্ৰ

অবুজ বেদনা (ইংৰাজী: Abuj Bedana) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, গুণসিন্ধু হাজৰিকা পৰিচালিত এখন ৰঙীন শিশু কথাছবি। এইখন অসমীয়া চিনেমা বছৰটোৰ শেষত ডিচেম্বৰ মাহত ছবি ঘৰত দেখিবলৈ পোৱা গৈছিল। অবুজ বেদনা পৰিচালকগৰাকীৰ পৰিচালিত একমাত্ৰ কথাছবি। মহাবাহু চিনে এণ্টাৰপ্ৰাইজেছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে বিপুল বৰুৱাই। সংগীত দিলীপ শৰ্মাৰ।

অবুজ বেদনা
চলচ্চিত্ৰ অবুজ বেদনা: অসমীয়া শিশু চলচ্চিত্ৰ
অবুজ বেদনাৰ এটা দৃশ্য
পৰিচালক গুণসিন্ধু হাজৰিকা
চিত্ৰনাট্য গুণসিন্ধু হাজৰিকা, দিনেশ শৰ্মা
কাহিনী দিনেশ শৰ্মা
প্ৰযোজক বিপুল বৰুৱা
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সম্পাদনা বিজয় চৌধুৰী
সংগীত পৰিচালক দিলীপ শৰ্মা
মুক্তি
১৯৯৩ (1993)
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কেৰালাৰ থিৰুৱনন্তপুৰমত অনুষ্ঠিত আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈছিল। ছবিখনৰ হিন্দী ডাবিং দূৰদৰ্শন (চেনেল)ৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত প্ৰদৰ্শিত হৈছিল। পৰিচালক গুণসিন্ধু হাজৰিকাই নয়নমণি ছবিৰ কাম কৰি থাকোঁতে দুৰ্ঘটনাত পতিত হৈ দৃষ্টিশক্তি হেৰুৱায়। দৃষ্টিশক্তি হেৰুৱায়ো তেওঁ অন্য সকলৰ সহযোগত অবুজ বেদনাৰ পৰিচালনা কৰে।

অভিনয় শিল্পী

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাগুণসিন্ধু হাজৰিকাদিলীপ শৰ্মা

🔥 Trending searches on Wiki অসমীয়া:

নীলমণি ফুকন (কনিষ্ঠ)মাধৱ কন্দলিগণিতবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনহিন্দু ধৰ্মচীনা-তিব্বতীয় ভাষাপাৰ চৰাইঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাশিশুৰ খেল-ধেমালিগুণাভিৰাম বৰুৱাগদ্যঅৰ্থনীতিনাগালেণ্ডৰ সংস্কৃতিবল্লভভাই পেটেলমহাদেশঅসমত দেখা চৰাইবোৰকেঁচুৰঘুনাথ দাস মহন্তনকুলচন্দ্ৰ ভূঞাচিপাহী বিদ্ৰোহ ১৮৫৭পথৰুঘাটৰ ৰণভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানগুপ্ত সাম্ৰাজ্যঅৱনীন্দ্ৰনাথ ঠাকুৰশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাসূৰ্যকুমাৰ ভূঞাৰমন্যাসবাদআৱাহন (আলোচনী)পাচন নলীচৰিত পুথিমাধৱদেৱঘৰ শালিকাথমাছ আলভা এডিচনঅৰ্জুন ভঞ্জনঈদ-উল-ফিটৰপায়ু সংগমৰবীন্দ্ৰনাথ ঠাকুৰপুতলা নাচভাৰতৰ হ্ৰদসমূহৰ তালিকাস্নায়ুকোষবকুল ফুলৰ দৰে (গ্ৰন্থ)মোৰ জীৱন সোঁৱৰণআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিঅসমৰ মুখা শিল্পঅসমীয়া লোক-সংস্কৃতিঅযোধ্যা (পৌৰাণিক নগৰ)ৰংঅসমৰ পৰম্পৰাগত সাজ-পাৰশিৱ পুৰাণমূলা গাভৰুভাৰত ত্যাগ আন্দোলনচৰকাৰআহোম বিবাহ পৰম্পৰাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাকৃষ্ণচূড়ামায়ংদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঅনুৰাধা শৰ্মা পূজাৰীদুৰ্যোগঅতুল চন্দ্ৰ হাজৰিকামুখমৈথুনকাৰ্ল মাৰ্ক্সগৰু বিহুগড়গাঁওভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাপৰিমেয় সংখ্যাভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)জৈৱ বৈচিত্ৰ্যভীষ্মশকাব্দগোলকীয় উষ্ণতা বৃদ্ধিনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ড়বেদহীৰেন ভট্টাচাৰ্য🡆 More