অনাতাঁৰ প্ৰযুক্তি

অনাতাঁৰ বা ৰেডিঅ' (ইংৰাজী: Radio) হৈছে অনাতাঁৰ তৰঙ্গ ব্যৱহাৰ কৰি সংকেত প্ৰেৰণ-গ্ৰহণ কৰা আৰু যোগাযোগ কৰাৰ এক শক্তিশালী মাধ্যম। অনাতাঁৰ যন্ত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়। অনাতাঁৰ যন্ত্ৰ ঊনবিংশ শতাব্দীৰ শেষৰ ফালে অনেক দেশৰ কেইবাজনো বিজ্ঞানীয়ে প্ৰায় একে সময়ে অনাতাঁৰ যন্ত্ৰ আবিষ্কাৰ কৰিলেও গোলিয়েলমো মাৰ্কনিক অনাতাঁৰ যন্ত্ৰ আবিষ্কাৰক হিচাবে গণ্য কৰা হয়। পূৰ্বে কেৱল অনাতাঁৰ যন্ত্ৰতে অনাতাঁৰ প্ৰযুক্তিৰ ব্যৱহাৰ হৈছিল যদিও এতিয়া প্ৰায় সকলোতে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়। ৰেডিঅ', দূৰদৰ্শন, মোবাইল ফোন, ইত্যাদিসহ তাঁৰবিহীন যিকোনো যোগাযোগৰ মূলনীতিয়েই হ'ল অনাতাঁৰ প্ৰযুক্তি। অনাতাঁৰ প্ৰযুক্তিৰ তৰঙ্গ মহাকাশ পৰ্যবেক্ষণতো ব্যবহৃত হয়। ইয়াৰ বাবে অনাতাঁৰ দূৰবীক্ষণ যন্ত্ৰ বা ৰেডিঅ' টেলিস্কোপ ব্যৱহাৰ কৰা হয়। ই হল বহুল ব্যৱহৃত আধুনিক প্ৰযুক্তি, অনাতাঁৰ যোগাযোগ, ৰাডাৰ, অনাতাঁৰ দিকদৰ্শন, ৰিমট কণ্ট্ৰল, আৰু অন্যান্য বহুতো সজুঁলিত অনাতাঁৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়।

অনাতাঁৰ প্ৰযুক্তি
এটা অনাতাঁৰ যন্ত্ৰ

প্ৰকাৰ

অনাতাঁৰ যন্ত্ৰ সাধাৰণতে দুই প্ৰকাৰৰ:

  1. স্থিৰ অনাতাঁৰ যন্ত্ৰ: যিবোৰ অনাতাঁৰ যন্ত্ৰ কোন নিৰ্দিষ্ট স্থানত ৰাখি বা কোনো নিৰ্দিষ্ট বস্তুৰ ওপৰত ৰাখি যোগাযোগ সম্পন্ন কৰা হয়, তাকে স্থিৰ অনাতাঁৰ যন্ত্ৰ বোলে।
  1. ৱাকি-টকি অনাতাঁৰ যন্ত্ৰ: এনেবোৰ অনাতাঁৰ যন্ত্ৰৰ ওজন কম হয়, বহনযোগ্য আৰু হাতে হাতে লৈ কথা পাতিব পৰা যায়, এনেবোৰ অনাতাঁৰ যন্ত্ৰক ৱাকি-টকি অনাতাঁৰ যন্ত্ৰ বোলে।

তথ্য সংগ্ৰহ

Tags:

অনাতাঁৰ যন্ত্ৰইংৰাজী ভাষাদূৰদৰ্শনমোবাইল ফোন

🔥 Trending searches on Wiki অসমীয়া:

২৬ এপ্ৰিলঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাওজাপালিএ পি জে আব্দুল কালামকানাই বৰশী বোৱা শিলালিপিঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাআওৰালভিতাবাল্য বিবাহপদ্মধৰ চলিহালখিমপুৰ জিলাকলাখাৰৰামায়ণমৌ-মাখিহিন্দী ভাষাবহনক্ষম উন্নয়নৰ লক্ষ্যঅসমীয়া যুক্তাক্ষৰবসন্ত ঋতুঋকবেদবৌদ্ধ ধৰ্মশাল গছচিপাহী বিদ্ৰোহ ১৮৫৭ৰাভা জনগোষ্ঠীভাৰতৰ নিৰ্বাচন আয়োগসমাৰ্থক শব্দগদ্যপদ্মনাথ গোহাঞি বৰুৱাপ্ৰাকৃতিক দুৰ্যোগলোক-সংগীতবতৰত্ৰিপিটকচৈয়দ আব্দুল মালিকসুন্দৰীদিয়া সত্ৰবীৰেন্দ্ৰনাথ দত্ততাল (বাদ্যযন্ত্ৰ)শ্ৰী শ্ৰী বটদ্ৰৱা থানযাদৱ পায়েংকেশৱ মহন্তবিল গেট্‌ছডিব্ৰুগড় জিলাৰাভা ভাষাধানপ্ৰথম বিশ্বযুদ্ধপ্ৰাক-ইতিহাসঋতুভাৰত-চীন যুদ্ধগণিতমাটিহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)বিহুৰ সাজ-পোচাক আৰু অলংকাৰঅৰুণাচল প্ৰদেশতগৰএইচ.আই.ভি/এইড্‌ছপাৰিজাত হৰণ নাটলেটিন ভাষাপাইক প্ৰথাপূৰ্ণ স্বৰাজঅসমৰ ইতিহাসয়বৰগীতইণ্টাৰনেট৭ ফেব্ৰুৱাৰীপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনকলিতা জনগোষ্ঠীঢোলপাইথেগাৰাছপুৰাণৰাষ্ট্ৰসংঘ দিৱসকোকৰাঝাৰ (লোকসভা সমষ্টি)জলসিঞ্চনকালিদাস🡆 More