বিশ্বকাপ ক্ৰিকেট ২০২৩: ক্ৰিকেট বিশ্বকাপ

বিশ্বকাপ ক্ৰিকেট ২০২৩ হৈছে ২০২৩ চনত ভাৰতত আয়োজিত হোৱা এক ক্ৰীড়া প্ৰতিযোগিতা। ২০১৩ চনৰ জুন মাহত অনুষ্ঠিত এক সভাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদে এই প্ৰতিযোগিতাখন ভাৰতত পতাৰ সিদ্ধান্ত লয়। ই হৈছে ত্ৰয়োদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট, ভাৰতে চতুৰ্থ বাৰৰ বাবে আয়োজন কৰে। ১৯৮৭ চনত (পাকিস্তানৰ সৈতে), ১৯৯৬ চনত (পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে) আৰু ২০১১ চনত (শ্ৰীলংকা আৰু বাংলাদেশৰ সৈতে) চনত যুটীয়াভাৱে তিনিবাৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে এককভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২৩
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল
আনুষ্ঠানিক প্ৰতীক
দিনাংক ৯ ফেব্ৰুৱাৰী – ২৬ মাৰ্চ ২০২৩
প্ৰশাসক(সমূহ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ
ধৰণ এদিনীয়া আন্তঃৰাষ্ট্ৰীয়
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) ৰাউণ্ড ৰবিন আৰু নকআউট
আয়োজক(সমূহ) ভাৰত
বিজয়ী বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল অষ্ট্ৰেলিয়া (৬ষ্ঠ বাৰৰ বাবে)
দলৰ সংখ্যা ১০
২০২৭ →


বিশ্বকাপ ক্ৰিকেট ২০২৩ is located in India
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল
মুম্বাই
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল
কলিকতা
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল
বাংগালুৰু
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল
পুনে
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল
নতুন দিল্ল
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল
হাইদৰাবাদ
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল
চেন্নাই
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল
আহমেদাবাদ
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল
ধৰমশালা
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল
লখনৌ
আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ স্থান

গ্ৰুপ পৰ্ব

পইণ্টৰ তালিকা

অৱ দল খেলা হা ফহ পইণ্ট ৰা.হা.পা. অৰ্জন কৰা অৰ্হতা
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল  ভাৰত ১৮ +২.৫৭০ ছেমি ফাইনেললৈ অগ্ৰসৰ
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল  দক্ষিণ আফ্ৰিকা ১৪ +১.২৬১
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল  অষ্ট্ৰেলিয়া ১৪ +০.৮৪১
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল  নিউজিলেণ্ড ১০ +০.৭৪৩
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল  পাকিস্তান −০.১৯৯
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল  আফগানিস্তান −০.৩৩৬
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল  ইংলেণ্ড −০.৫৭২
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল  বাংলাদেশ −১.০৮৭
বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল  শ্ৰীলংকা −১.৪১৯
১০ বিশ্বকাপ ক্ৰিকেট ২০২৩: গ্ৰুপ পৰ্ব, গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন, ছেমি ফাইনেল  নেডাৰলেণ্ড −১.৮২৫

গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন

ভাৰত

০৮/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ।
০৮/১০/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ।
১৪/১০/২০২৩ - পাকিস্তানৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ।
১৯/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ।
২২/১০/২০২৩ - নিউজিলেণ্ডৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ।
২৯/১০/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ১০০ ৰাণত জয়লাভ।
০২/১১/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৩০২ ৰাণত জয়লাভ।
০৫/১১/২০২৩ - দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৪৩ ৰাণত জয়লাভ।
১২/১১/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ১৬০ ৰাণত জয়লাভ।

দক্ষিণ আফ্ৰিকা

০৭/১০/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ১০২ ৰাণত জয়লাভ।
১২/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৩৪ ৰাণত জয়লাভ।
১৭/১০/২০২৩ - নেদাৰলেণ্ডৰ হাতত ৩৮ ৰাণত পৰাস্ত।
২১/১০/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ২২৯ ৰাণত জয়লাভ।
২৪/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ১৪৯ ৰাণত জয়লাভ।
২৭/১০/২০২৩ - পাকিস্তানৰ বিৰুদ্ধে ১ উইকেটত জয়লাভ।
০১/১১/২০২৩ - নিউজিলেণ্ডৰ বিৰুদ্ধে ১৯০ ৰাণত জয়লাভ।
০৫/১১/২০২৩ - ভাৰতৰ হাতত ২৪৩ ৰাণত পৰাস্ত।
১০/১১/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ।

অষ্ট্ৰেলিয়া

০৮/১০/২০২৩ - ভাৰতৰ হাতত ৬ উইকেটত পৰাস্ত।
১২/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ১৩৪ ৰাণত পৰাস্ত।
১৬/১০/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ।
২০/১০/২০২৩ - পাকিস্তানৰ বিৰুদ্ধে ৬২ ৰাণত জয়লাভ।
২৫/১০/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ৩০৯ ৰাণত জয়লাভ।
২৮/১০/২০২৩ - নিউজিলেণ্ডৰ বিৰুদ্ধে ৫ ৰাণত জয়লাভ।
০৪/১১/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ৩৩ ৰাণত জয়লাভ।
০৭/১১/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ।
১১/১১/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ।

নিউজিলেণ্ড

০৫/১০/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ।
০৯/১০/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ৯৯ ৰাণত জয়লাভ।
১৩/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ।
১৮/১০/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে ১৪৯ ৰাণত জয়লাভ।
২২/১০/২০২৩ - ভাৰতৰ হাতত ৪ উইকেটত পৰাস্ত।
২৮/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৫ ৰাণত পৰাস্ত।
০১/১১/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ১৯০ ৰাণত পৰাস্ত।
০৪/১১/২০২৩ - পাকিস্তানৰ হাতত ২১ ৰাণত পৰাস্ত।
০৯/১১/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ।

পাকিস্তান

০৬/১০/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ৮১ ৰাণত জয়লাভ।
১০/১০/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ।
১৪/১০/২০২৩ - ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত।
২০/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৬২ ৰাণত পৰাস্ত।
২৩/১০/২০২৩ - আফগানিস্তানৰ হাতত ৮ উইকেটত পৰাস্ত।
২৭/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ১ উইকেটত পৰাস্ত।
৩১/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ।
০৪/১১/২০২৩ - নিউজিলেণ্ডৰ বিৰুদ্ধে ২১ ৰাণত জয়লাভ।
১১/১১/২০২৩ - ইংলেণ্ডৰ হাতত ৯৩ ৰাণত পৰাস্ত।

আফগানিস্তান

০৭/১০/২০২৩ - বাংলাদেশৰ হাতত ৬ উইকেটত পৰাস্ত।
১১/১০/২০২৩ - ভাৰতৰ হাতত ৮ উইকেটত পৰাস্ত।
১৫/১০/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ৬৯ ৰাণত জয়লাভ।
১৮/১০/২০২৩ - নিউজিলেণ্ডৰ হাতত ১৪৯ ৰাণত পৰাস্ত।
২৩/১০/২০২৩ - পাকিস্তানৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ।
৩০/১০/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ।
০৩/১১/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে মেচ।
০৭/১১/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৩ উইকেটত পৰাস্ত।
১০/১১/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ৫ উইকেটত পৰাস্ত।

ইংলেণ্ড

০৫/১০/২০২৩ - নিউজিলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত।
১০/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ১৩৭ ৰাণত জয়লাভ।
১৫/১০/২০২৩ - আফগানিস্তানৰ হাতত ৬৯ ৰাণত পৰাস্ত।
২১/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ২২৯ ৰাণত পৰাস্ত।
২৬/১০/২০২৩ - শ্ৰীলংকাৰ হাতত ৮ উইকেটত পৰাস্ত।
২৯/১০/২০২৩ - ভাৰতৰ হাতত ১০০ ৰাণত পৰাস্ত।
০৪/১১/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৩৩ ৰাণত পৰাস্ত।
০৮/১১/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ১৬০ ৰাণত জয়লাভ।
১১/১১/২০২৩ - পাকিস্তানৰ বিৰুদ্ধে ৯৩ ৰাণত জয়লাভ।

বাংলাদেশ

০৭/১০/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ।
১০/১০/২০২৩ - ইংলেণ্ডৰ হাতত ১৩৭ ৰাণত পৰাস্ত।
১৩/১০/২০২৩ - নিউজিলেণ্ডৰ হাতত ৮ উইকেটত পৰাস্ত।
১৯/১০/২০২৩ - ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত।
২৪/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ১৪৯ ৰাণত পৰাস্ত।
২৮/১০/২০২৩ - নেদাৰলেণ্ডৰ হাতত ৮৭ ৰাণত পৰাস্ত।
৩১/১০/২০২৩ - পাকিস্তানৰ হাতত ৭ উইকেটত পৰাস্ত।
০৬/১১/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ।
১১/১১/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৮ উইকেটত পৰাস্ত।

শ্ৰীলংকা

০৭/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ১০২ ৰাণত পৰাস্ত।
১০/১০/২০২৩ - পাকিস্তানৰ হাতত ৬ উইকেটত পৰাস্ত।
১৬/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৫ উইকেটত পৰাস্ত।
২১/১০/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ।
২৬/১০/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ।
৩০/১০/২০২৩ - আফগানিস্তানৰ হাতত ৭ উইকেটত পৰাস্ত।
০২/১১/২০২৩ - ভাৰতৰ হাতত ৩০২ ৰাণত পৰাস্ত।
০৬/১১/২০২৩ - বাংলাদেশৰ হাতত ৩ উইকেটত পৰাস্ত।
০৯/১১/২০২৩ - নিউজিলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত।

নেদাৰলেণ্ড

০৬/১০/২০২৩ - পাকিস্তানৰ হাতত ৮১ ৰাণত পৰাস্ত।
০৯/১০/২০২৩ - নিউজিলেণ্ডৰ হাতত ৯৯ ৰাণত পৰাস্ত।
১৭/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩৮ ৰাণত জয়লাভ।
২১/১০/২০২৩ - শ্ৰীলংকাৰ হাতত ৫ উইকেটত পৰাস্ত।
২৫/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৩০৯ ৰাণত পৰাস্ত।
২৮/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ৮৭ ৰাণত জয়লাভ।
০৩/১১/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে মেচ।
০৮/১১/২০২৩ - ইংলেণ্ডৰ হাতত ১৬০ ৰাণত পৰাস্ত।
১২/১১/২০২৩ - ভাৰতৰ হাতত ১৬০ ৰাণত পৰাস্ত।

ছেমি ফাইনেল

১৫ নৱেম্বৰ, ২০২৩
14:00 (দি/নৈ)
স্ক'ৰবোৰ্ড
ভাৰত
৩৯৭/৪ (৫০ অ'ভাৰ)
আৰু
 নিউজিলেণ্ড
৩২৭ (৪৮.৫ অ'ভাৰ)
বিৰাট কোহলি ১১৭ (১১৩)
টিম ছাউথী ৩/১০০
ডাৰ্লি মিচেল ১৩৪ (১১৯)
মহম্মদ শ্বামি ৭/৫৭
৭০ ৰাণত ভাৰতৰ জয়লাভ।
ৱাংখড়ে ষ্টেডিয়াম, মুম্বাই

১৬ নৱেম্বৰ, ২০২৩
14:00 (দি/নৈ)
স্ক'ৰবোৰ্ড
দক্ষিণ আফ্ৰিকা
২১২ (৪৯.৪ অ'ভাৰ)
আৰু
 অষ্ট্ৰেলিয়া
২১৫/৭ (৪৭.২ অ'ভাৰ)
ডেভিড মিলাৰ ১০১ (১১৬)
মিচেল ষ্টাৰ্ক ৩/৩৪
ট্ৰেভিচ হেড ৬২ (৪৮)
শাম্চী ২/৪২
৩ উইকেটত অষ্ট্ৰেলিয়াৰ জয়লাভ।
ইডেন গাৰ্ডেন, কলকাতা

ফাইনেল

১৯ নৱেম্বৰ, ২০২৩
14:00 (দি/নৈ)
স্ক'ৰবোৰ্ড
ভাৰত
২৪০ (৫০ অ'ভাৰ)
আৰু
 অষ্ট্ৰেলিয়া
২৪১/৪ (৪৩ অ'ভাৰ)
কে এল ৰাহুল ৬৬(১০৭)
মিচেল ষ্টাৰক ৩/৫৫
ট্ৰেভিছ হেড ১৩৭ (১২০)
যশপ্ৰীত বুমৰাহ ২/৪৩
৬ উইকেটত অষ্ট্ৰেলিয়াৰ জয়লাভ।
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আহমেদাবাদ

সম্প্ৰচাৰ

২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ আনুষ্ঠানিক সম্প্ৰচাৰক ষ্টাৰ স্প’ৰ্টছ। সমগ্ৰ অনুষ্ঠানটো ভাৰতত সম্প্ৰচাৰ কৰিবলৈ ওলাইছে। টেৰেষ্ট্ৰিয়েল নেটৱৰ্কত ডিডি স্প’ৰ্টছে কেৱল ভাৰত সম্পৰ্কীয় খেল, ছেমি ফাইনেল আৰু ফাইনেল প্ৰচাৰ কৰিব। আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ভাৰতৰ টিভি আৰু অ’টিটি প্লেটফৰ্মত দেখুওৱাৰ অধিকাৰ ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ আছে, সেই অনুসৰি বিশ্বকাপৰ খেলসমূহ ষ্টাৰ স্প’ৰ্টছৰ বিভিন্ন চেনেলত একাধিক ভাষাত টিভিত প্ৰদৰ্শিত হ’ব, ইয়াৰ বাহিৰেও, যদি আপুনি আপোনাৰ মোবাইল বা আন কোনো ডিভাইচৰ জৰিয়তে ৱেবছাইটত চাব বিচাৰে, তেন্তে আপুনি এই সকলোবোৰ মেচ ডিজনী হটষ্টাৰ ৱেবছাইটত চাব পাৰিব আৰু লগতে ডিজনী হটষ্টাৰ এপটো ডাউনলোড কৰিও চাব পাৰিব।

তথ্য সংগ্ৰহ

Tags:

বিশ্বকাপ ক্ৰিকেট ২০২৩ গ্ৰুপ পৰ্ববিশ্বকাপ ক্ৰিকেট ২০২৩ গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শনবিশ্বকাপ ক্ৰিকেট ২০২৩ ছেমি ফাইনেলবিশ্বকাপ ক্ৰিকেট ২০২৩ ফাইনেলবিশ্বকাপ ক্ৰিকেট ২০২৩ সম্প্ৰচাৰবিশ্বকাপ ক্ৰিকেট ২০২৩ তথ্য সংগ্ৰহবিশ্বকাপ ক্ৰিকেট ২০২৩পাকিস্তানবাংলাদেশভাৰত জাতীয় ক্ৰিকেট দলশ্ৰীলংকা

🔥 Trending searches on Wiki অসমীয়া:

কামৰূপ ৰাজ্যবৰগীতঅলিম্পিকপূৰবী বৰমুদৈঅৰুন্ধতী দেৱীঅসমৰ জিলাসমূহঅসমীয়া সাহিত্যত মালিতাপৰিসীমাবাণাসুৰজিজিয়াপীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)মোৰ জীৱন সোঁৱৰণব'হাগ বিহুমহেন্দ্ৰ বৰাপাঠ পৰিকল্পনাভঠেলিলক্ষ্মীনাথ বেজবৰুৱাধুবুৰী জিলাযতি-চিনথাই ভাষামায়ামৰা সত্ৰঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅসমৰ তামোল-পাণ সংস্কৃতিগোলাপসৌৰজগতঅসম আৰক্ষীভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাডিমাছা জনগোষ্ঠীএজাৰদেউৰী জনগোষ্ঠীহেম ভৰালীলাভলীনা বৰগোহাঁইভাষাবিষ্ণুপ্ৰসাদ ৰাভাদিল্লীকামৰূপ জিলাবেণুধৰ শৰ্মাঅসমৰ ৰেচম শিল্পকালিদাসকোণমায়ংবিহুৰ বাদ্যযন্ত্ৰগৱেষণাধাতু আৰু অধাতুআলোক তন্তুযোৰহাটদাদাচাহেব ফাল্কেডিম্বেশ্বৰ নেওগটাই জাতিপচন সাৰৰাতি বিহুনীলকণ্ঠী ব্ৰজঅসমীয়া যুক্তাক্ষৰখৰ্গেশ্বৰ তালুকদাৰভাৰতশব্দমানস ৰাষ্ট্ৰীয় উদ্যানলোকবিশ্বাসলক্ষ্মীধৰ শৰ্মাভাৰীগানবুলু ফিল্মজ্যোতিপ্ৰসাদ আগৰৱালাকাৰ্বি জনগোষ্ঠীনাৰীবাদদেৱালীগণেশ গগৈমাছঅংকীয়া নাটসাহিত্য সমালোচনাবিদ্যুৎকাৰ্ল মাৰ্ক্সবেদদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান🡆 More