বিশ্ব ৰক্তদাতা দিৱস

বিশ্ব ৰক্তদাতা দিৱস (ইংৰাজী: World Blood Donor Day) প্ৰতি বছৰে ১৪ জুন তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ২০০৪ চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ে ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু স্বেচ্ছাসেৱক ৰক্তদাতাসমূহক জীৱনদায়িনী তেজৰ দানৰ বাবে ধন্যবাদসূচক আচৰণৰ বাবে এই দিৱস উদযাপন কৰিছিল।

বিশ্ব ৰক্তদাতা দিৱস
বিশ্ব ৰক্তদাতা দিৱস
পালন কৰে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে
তাৰিখ ১৪ জুন
উদযাপন সজাগতা সৃষ্টি, ৰক্তদান শিবিৰ
পৰৱৰ্তী তাৰিখ প্ৰতিবছৰে একেদিনা
অৱধি এদিন
সংঘটন বাৰ্ষিক

বিশ্ব ৰক্তদাতা দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ৮টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হ’ল বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগপ্ৰতিৰোধক সপ্তাহ, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্‌ছ দিৱস, বিশ্ব মেলেৰিয়া দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাবিশ্ব স্বাস্থ্য সংস্থা

🔥 Trending searches on Wiki অসমীয়া:

অপাৰেটিং চিষ্টেমযোগ দৰ্শনব্যষ্টিবাদী অৰ্থনীতিবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনগান্ধীবাদপাইক প্ৰথাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসংস্কৃত ভাষাকমলাকান্ত ভট্টাচাৰ্য্যযোৰানামমানচিত্ৰঅসমত দেখা পোৱা মাছৰ তালিকাগুৱাহাটীআমেৰিকা যুক্তৰাষ্ট্ৰসদৌ অসম ছাত্ৰ সন্থাদৰ্শনসংক্ৰমণবনঘোষাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাভাৰত ত্যাগ আন্দোলনউদ্বিগ্নতাহিন্দু ধৰ্মসন্ধিইছলামকৰ'নাভাইৰাছ ৰোগ ২০১৯ভাৰতৰ ইতিহাসঅন্তৰীপ (উপন্যাস)ঁ (চন্দ্ৰবিন্দু)ৰাজনীতিৰজনীকান্ত বৰদলৈঅসমৰ পৰম্পৰাগত খেল-ধেমালিভাৰতৰ জাতীয় পতাকাজোৰোণহৰপ্পামনোবিজ্ঞানলিখন পদ্ধতিবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসমীয়া কবিতাবহনক্ষম উন্নয়নৰ লক্ষ্যঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫অসহযোগ আন্দোলনঅসমৰ ৰাজ্যপালসকলৰ তালিকাভলিবলহাবুংঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসফাকে জনগোষ্ঠীকামদেৱগোলাঘাট জিলাভট্টদেৱঅসমীয়া বৰ্ণমালাৰবীন্দ্ৰনাথ ঠাকুৰভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনহিমবাহলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাকাৰেঙৰ লিগিৰীঅসমৰ পৰম্পৰাগত সাজ- পাৰভিটামিনইন্দিৰা মিৰিচৰ্যাপদকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাএকলব্যহাড়কম্পিউটাৰ২৫ এপ্ৰিলবেণুধৰ শৰ্মানগাঁও (লোকসভা সমষ্টি)শিৱকপৌ ফুলবেলিমাৰ (নাটক)ভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যসমাজমণিৰাম দেৱানশোণিতপুৰ জিলা🡆 More