দ্য মেকিং অৱ দ্য মহাত্মা

দ্য মেকিং অৱ দ্য মহাত্মা (ইংৰাজী: The Making of the Mahatma) হৈছে ১৯৯৬ চনত নিৰ্মিত এখন ইংৰাজী ভাষাৰ কথাছবি। শ্যাম বেনেগালে পৰিচালনা কৰা ছবিখন দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ যৌথ প্ৰযোজনাত নিৰ্মিত হৈছিল। ছবিখন মহাত্মা গান্ধীৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত। দক্ষিণ আফ্ৰিকাত গান্ধীয়ে কটোৱা একৈশটা বছৰৰ ঘটনাৱলীক ছবিখনে সামৰি লৈছে। ছবিখন ফাটিমা মীৰ-এ লিখা দ্য এপ্ৰেনটিশ্বিপ অৱ এ মহাত্মা শীৰ্ষক গ্ৰন্থখনৰ আধাৰত নিৰ্মিত। উল্লেখযোগ্য যে, ফাটিমা মীৰে ছবিখনৰ চিত্ৰনাট্যও লিখিছে।

দ্য মেকিং অৱ দ্য মহাত্মা
The Making of the Mahatma
দ্য মেকিং অৱ দ্য মহাত্মা
চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক শ্যাম বেনেগাল
ৰচনা ফাতিমা মীৰ
অভিনয়ত ৰজীত কাপুৰ, পল্লৱী যোশী
চিত্ৰগ্ৰহণকাৰী অশোক মেহতা
সংগীত পৰিচালক বনৰাজ ভাটীয়া
মুক্তি
১৯৯৬
দৈৰ্ঘ্য
১৪৪ মিনিট
ভাষা ইংৰাজী

সংক্ষিপ্ত কাহিনী

এগৰাকী প্ৰতিপত্তিশালী ভাৰতীয়ক আইনী যুঁজত সহায় কৰাৰ মানসেৰে ১৮৯৩ চনত মোহনদাস কৰমচান্দ গান্ধী দক্ষিণ আফ্ৰিকালৈ ৰাওনা হৈছিল। কামটো সমাপ্ত কৰি কেইমাহমানৰ ভিতৰতে তেওঁ দেশলৈ ঘূৰি অহা কথা আছিল যদিও দক্ষিণ আফ্ৰিকাত তেওঁ আন্দোলনত জড়িত হৈ পৰে। পৰিণতিস্বৰূপে তেওঁ সেই দেশখনত একৈশটা বছৰ কটাবলগীয়া হয়। দক্ষিণ আফ্ৰিকাৰ সেইসমূহ অভিজ্ঞতাৰ দ্বাৰা সমৃদ্ধ হৈ মহাত্মা গান্ধী ভাৰতলৈ উভতি আহে আৰু ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামখনত অগ্ৰণী ভূমিকা পালন কৰে।

অভিনয়ত

বঁটা

  • ১৯৯৬: শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৰজীত কাপুৰ (গান্ধীৰ ৰূপত)
  • ১৯৯৬: ইংৰাজীত নিৰ্মিত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

দ্য মেকিং অৱ দ্য মহাত্মা সংক্ষিপ্ত কাহিনীদ্য মেকিং অৱ দ্য মহাত্মা অভিনয়তদ্য মেকিং অৱ দ্য মহাত্মা বঁটাদ্য মেকিং অৱ দ্য মহাত্মা তথ্য সংগ্ৰহদ্য মেকিং অৱ দ্য মহাত্মা বাহ্যিক সংযোগদ্য মেকিং অৱ দ্য মহাত্মাইংৰাজী ভাষাদক্ষিণ আফ্ৰিকাভাৰতমহাত্মা গান্ধীশ্যাম বেনেগাল

🔥 Trending searches on Wiki অসমীয়া:

পৰিৱেশ তন্ত্ৰবতৰঅণুবীক্ষণ যন্ত্ৰপাতপাইথাগোৰাছৰ উপপাদ্যআন্তৰ্জাতিক শ্ৰমিক দিৱসভাৰতৰ প্ৰধানমন্ত্ৰীসংমিশ্ৰিত মীন-পালনসাহিত্য অকাডেমি বঁটাবহনক্ষম উন্নয়নৰ লক্ষ্যহাবুংগঙ্গা নদীশৰীৰস্থানৰাজনীতিবিপৰীতাৰ্থক শব্দঅসমীয়া যুক্তাক্ষৰপদ্মনাথ গোহাঞি বৰুৱামানৱ ভূগোলগোৱালপৰীয়া লোকগীতপদুমবাগ্‌ধ্বনিধানপ্ৰথম বিশ্বযুদ্ধশুৱালকুছিযোগেশ দাসপৰিয়ালবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যভাৰতত মহিলা শিক্ষাচিলাৰায়ইয়াণ্ডাবু সন্ধিকাকৈজানা সংৰক্ষিত বনাঞ্চলসত্ৰতিনিচুকীয়া জিলাৰাজহুৱা ক্ষেত্ৰসাধুকথাসংগীতএ পি জে আব্দুল কালামঅসীমত যাৰ হেৰাল সীমাঅসমৰ জাতীয় গীতদশৰথগুণমালামৰাণ জনগোষ্ঠীসৌৰজগতবেদভটিমামামণি ৰয়ছম গোস্বামীৰ উপন্যাসলভিতাপাকস্থলীদৰং জিলাবৰ্মণ ৰাজবংশআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসমৰ নদীসমূহৰ তালিকালোকভাষানলিনীবালা দেৱীচক্ৰধ্বজ সিংহ (নাটক)গমধৰ কোঁৱৰযোৰানামমামণি ৰয়ছম গোস্বামীহিমন্ত বিশ্ব শৰ্মানাগালেণ্ডউমাচল শিলালিপিঅব্যয় পদমাটিঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাফকৰা যোজনামানুহৰ কংকালবিত্তীয় বজাৰজয়মতী (১৯৩৫ চলচ্চিত্ৰ)বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅনুবাদলোকবিশ্বাসদিনদিহানামৱিকিপিডিয়াভাৰতৰ ৰাষ্ট্ৰপতিঅসমৰ চলচ্চিত্ৰ🡆 More