জাৰী

জাৰী মুছলমানসকলৰ এবিধ শোক-গাথা। কৰুণ ৰসাত্মক এই গীতত হাছান-হুছেনৰ কাৰবালাত ঘটা কৰুণ কাহিনী বৰ্ণিত হয়। জাৰী শব্দ অৰ্থ শোক কৰা,বেজাৰ কৰা নাইবা কন্দা। সাধাৰণতে মহৰমৰ সময়ত নৃত্য সমদলৰে এই গীত গোৱা হয় যদিও জাৰী গীত গোৱাৰ নিৰ্দিষ্ট বাধা নিষেধ নাই। আজান ফকীৰক জাৰী গীতৰ ৰচক বুলি কোবা হয় যদিও আজান ফকীৰ অসমলৈ অহাৰ আগতো অসমত জাৰী গীতৰ প্ৰচলন আছিল বুলি কোনো কোনো বুৰঞ্জীবিদে দাবী কৰে। কৰুণ কাহিনী আৰু শোকাত্মক আৱেদন জাৰী গীতৰ লক্ষণীয় বিশেষত্ব। অসমীয়া দেহ বিচাৰ আৰু লোকগীতৰ লগত সাদৃশ্য থকা জাৰী গীতৰ নৃত্য ধীৰ-স্থিৰ আৰু গহীন। এই গীত গালে বৰষুণ হয় বুলি কোনো কোনো মুছলমান লোকৰ মাজত বিশ্বাস প্ৰচলিত।

আৰু চাওক

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ভাষা আন্দোলনঅসমীয়া খাদ্যাভ্যাসশৰ্মা মন্ত্ৰীসভাঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাউটবিহুঅসমৰ সাহিত্যিকসকলৰ তালিকাগণৰাজ্য দিৱস (ভাৰত)পাঠ পৰিকল্পনাচেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াবিয়া নামলক্ষ্মীধৰ শৰ্মাগুৱাহাটী উচ্চ ন্যায়ালয়কামৰূপ ৰাজ্যফ্ৰান্সৰাণী গাইডিনলিউমহাকাব্যদশম স্কন্ধৰ আদিছোৱাকলীয়াভোমোৰা সেতুঅসমৰ চাহ জনগোষ্ঠীইতিহাসপ্ৰাকৃতিক পৰিৱেশঅসম চুক্তিফণী শৰ্মাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যদেওপাহাৰলোকবিশ্বাসস্বৰাজৰীতা গাংগুলীব্ৰহ্মপুত্ৰ উপত্যকাধাতুভূগোলভিয়েটনামচীনা সাম্যবাদী বিপ্লৱউপেন্দ্ৰনাথ ব্ৰহ্মমধুপুৰ সত্ৰপথেৰ পাঁচালীঅসমীয়া ভাষাবাঁহঅংগনবাদীনিৰুপমা বৰগোহাঞিতিনিচুকীয়া জিলাসতীদাহ প্ৰথাজতুৱা ঠাঁচকাৰ্বি জনগোষ্ঠীসাংখ্য দৰ্শনহোমেন বৰগোহাঞিলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীবাল্য বিবাহমাটিভাৰতীয় ৰেলউজনি অসমফৰাচী বিপ্লৱডিগবৈ তেল শোধনাগাৰহাবুংঅসমৰ লোকবাদ্যতাজমহলম'হৰ শিঙৰ পেঁপালাচিত বৰফুকনজয়মতী কুঁৱৰী (নাটক)শ্ৰীকৃষ্ণকীৰ্তনচানডুবি বিলৰাজনৈতিক দলপঞ্জাৱ নেচনেল বেংকচিলাৰায়বাণীকান্ত কাকতিঅসমীয়া জাতিৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছগোলাঘাট জিলাগড়গাঁওখিলঞ্জীয়া লোকনীলিম কুমাৰভাৰতীয় ৰিজাৰ্ভ বেংকবাৰ্ট্ৰেণ্ড ৰাছেলগদ্যলাক্সেমবাৰ্গ🡆 More