আমাক কিতাপ লাগে: অসমীয়া গ্ৰন্থ

আমাক কিতাপ লাগে (ইংৰাজী: Aamak Kitap Lage) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ১৯৯৩ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন তেওঁ শ্ৰী বিজয় কুমাৰ দত্তৰ কৰকমলেষুত আগবঢ়াই একেবাৰে আদিতে এনেদৰে লিখিছে, মৰমৰ বিজয়, তোমাৰ লগত চিনাকি হ'বৰ দিন ধৰি তুমি মোৰ লেখক-জীৱনত এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছা। মোৰ যোৱা সাত বছৰৰ সাহিত্য-চৰ্চাৰ লগত তোমাৰ নামটো অবিচ্ছেদ্যভাৱে জড়িত। আন্তৰিক প্ৰীতি আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে মোৰ এই কিতাপখন তোমাৰ নামত উছৰ্গা কৰিলো।

আমাক কিতাপ লাগে  
আমাক কিতাপ লাগে: বিৱৰণ, লেখকৰ চমু পৰিচয়, তথ্যৰ উৎস
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী কৃষ্ণেন্দু চাকী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ জানুৱাৰী,১৯৯৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ
আই.এচ.বি.এন. 81-85905-20-7

বিৱৰণ

কিতাপখনত ২৫ টা প্ৰবন্ধ আছে। সেইকেইটা হৈছে,আমাক কিতাপ লাগে; অসমত কিতাপ প্ৰকাশৰ সমস্যা; অসম সাহিত্য সভাৰ ভৱিষ্যত; হতাশাৰ বিষণ্ণ ঋতু; সুখ স্মৃতি; তুমি আৰু আপুনি; গোলাপ বৰবৰাৰ লগত এটা সন্ধিয়া; শিশুৰ কাৰণে; জীৱনৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ; এখন অলিখিত উপন্যাসৰ নায়কৰ কথা; ডাঃ প্ৰসাদ বৰদলৈ; শিক্ষাগুৰু; গান্ধীজীৰ তাবিজ; শুচি-বায়ু; খৈনি; সতী আৰু অসৎ; কথা নোকোৱাৰ তত্ব-কথা; ঢকুৱাখনাৰ ফাট-বিহু/ ধৰ্ম আৰু আফিং; টি ভিৰ পৰা সাৱধান; অসমীয়াই কিয় পৰিশ্ৰম কৰিব নোখোজে; অপৰাজিত; ভয়ঙ্কৰ সুন্দৰ; মানসিক পুষ্টিহীনতা; আৰু জ্ঞানাৰ্জনৰ কাৰণে পঢ়িবলগীয়া এশখন কিতাপ।

লেখকৰ চমু পৰিচয়

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়। ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।

তথ্যৰ উৎস

লগতে চাওক

Tags:

আমাক কিতাপ লাগে বিৱৰণআমাক কিতাপ লাগে লেখকৰ চমু পৰিচয়আমাক কিতাপ লাগে তথ্যৰ উৎসআমাক কিতাপ লাগে লগতে চাওকআমাক কিতাপ লাগেইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

যুধিষ্ঠিৰবিষ্ণুউমাচল শিলালিপিপুথিভঁৰালগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাযোগাসনচিলাৰায়হিমবাহঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবড়ো ভাষাঅসমীয়া ভাষা উন্নতি সাধিনী সভাবহনক্ষম ভূমি ব্যৱস্থাপনানৱ-বৈষ্ণৱ ধৰ্মক্ষজলসিঞ্চনঅসমীয়া ভাষাশ্ৰী শ্ৰী বটদ্ৰৱা থানজোনাকী (আলোচনী)ধুবুৰী (লোকসভা সমষ্টি)ভৌতিক সংস্কৃতিগড়গাঁওআহোম ভাষাভাৰতৰ স্বাধীনতা আন্দোলননাট্য শাস্ত্ৰৰাতি বিহুলক্ষ্মীনন্দন বৰামধ্যাহ্ন ভোজন আঁচনিসমাজতত্ত্ববাল্মীকিফকৰা যোজনাঢোলমানৰ অসম আক্ৰমণচকলংনাগৰিকত্বলক্ষ্মীনাথ বেজবৰুৱা২৬ এপ্ৰিলঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকামে ডাম মে ফিপথৰুঘাটৰ ৰণনাগালেণ্ডকাকৈজানা সংৰক্ষিত বনাঞ্চলআধুনিকতাবাদদূৰদৰ্শন (চেনেল)সংবিধান দিৱস (ভাৰত)চি++ৰেখাহাড়চন্দ্ৰকান্ত অভিধানইষ্ট ইণ্ডিয়া কোম্পানীগুমৰাগঅম্বুবাচীকামৰূপ জিলাশকুন্তলাধানভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যঢ়অসমৰ মহকুমাসমূহৰ তালিকাপাচনগুণাভিৰাম বৰুৱামিৰি জীয়ৰীজোৰোণঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাশৰাইঘাটৰ যুদ্ধকৃষিদুৰ্যোগলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানধতুৰামৈদামগণৰাজ্য দিৱস (ভাৰত)একচেটীয়া বজাৰহেপাটাইটিছ বিপায়ু সংগমজাতনামবিপৰীতাৰ্থক শব্দ🡆 More