ৱিকিপ্ৰকল্প অনুবাদ

অনুবাদৰ কিছুমান কাম হাতত ল’বৰ বাবে এই প্ৰকল্প পৃষ্ঠাটো সৃষ্টি ক’ৰা হৈছে। ইচ্ছুকসকলে অনুবাদ তলৰ পৃষ্ঠাকেইখন অনুবাদ কৰি শেষ হোৱাৰ পাছত প্ৰধান নামস্থানত প্ৰবন্ধবোৰ সৃষ্টি কৰিব পাৰিব, স্থানান্তৰ কৰাতকৈ নতুনকৈ সৃষ্টি কৰাটোহে ভাল যেন পাইছো, এই পক্ৰিয়াৰে কৰিলে প্ৰবন্ধটো অনুবাদকৰ্তাজনৰে ইতিহাসত নামটো থাকিব আৰু অন্য ভাষাৰ পৰা অনুবাদ কৰা হৈছে বুলি ইতিহাস চালেও ধৰিব নোৱাৰিব। উদাহৰণ স্বৰূপে ৱিকিপিডিয়া:অনুবাদ/তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল‎ প্ৰবন্ধটো অনুবাদ শেষ হোৱাৰ পাছত তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল‎ নামে পৃষ্ঠাত তথ্যখিনি প্ৰতিলিপি কৰি দিলেই হ’ব। প্ৰবন্ধসমূহ অনুবাদ কৰাৰ পাছত } সাঁচ ব্যৱহাৰ কৰিব, যাতে এই জাননী পঢ়ি কোনো আন সদস্যই অনুবাদ কাৰ্যত ৰৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰিব পাৰে।

ৱিকিপ্ৰকল্প অনুবাদ
অনুবাদ বিভাগ

অনান্য প্ৰকল্পসমূহ

অনুবাদৰ বাবে লোৱা নতুন পৃষ্ঠাসমূহ

  1. ৱিকিপিডিয়া:অনুবাদ/তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল‎ ==> তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল‎
  2. ৱিকিপিডিয়া:অনুবাদ/আৰ্চেনাল ফুটবল ক্লাব‎ ==> আৰ্চেনাল ফুটবল ক্লাব‎
  3. ৱিকিপিডিয়া:অনুবাদ/লুডৱিগ ব’ল্টজমান (Ludwig Boltzmann) ==> লুডৱিগ ব’ল্টজমান
  4. ৱিকিপিডিয়া:অনুবাদ/মেদবহুলতা (Obesity) ==> মেদবহুলতা
  5. ৱিকিপিডিয়া:অনুবাদ/পাৰ্ল হাৰ্বাৰ আক্ৰমন ==> পাৰ্ল হাৰ্বাৰ আক্ৰমন
  6. ৱিকিপিডিয়া:অনুবাদ/লিয়নাৰ্ড এউলাৰ (Leonhard Euler) ==> লিয়নাৰ্ড এউলাৰ

পূৰ্বৰ পোখালি প্ৰবন্ধৰৰ বিস্তাৰ সাধন

  1. ৱিকিপিডিয়া:অনুবাদ/আৰ্কিমিডিছ => আৰ্কিমিডিছ
  2. ৱিকিপিডিয়া:অনুবাদ/কলকাতা => কলকাতা
  3. ৱিকিপিডিয়া:অনুবাদ/পশ্চিমবঙ্গ => পশ্চিমবঙ্গ
  4. ৱিকিপিডিয়া:অনুবাদ/আইজাক নিউটন => আইজাক নিউটন
  5. ৱিকিপিডিয়া:অনুবাদ/আফগানিস্তান ==> আফগানিস্তান (কিছু অংশ)
  6. ৱিকিপিডিয়া:অনুবাদ/লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান => লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান
  7. ৱিকিপিডিয়া:অনুবাদ/ভৱানন্দ ডেকা ==> ভৱানন্দ ডেকা
  8. ৱিকিপিডিয়া:অনুবাদ/তৰুণ গগৈ ==> তৰুণ গগৈ
  9. ৱিকিপিডিয়া:অনুবাদ/কামাখ্যা মন্দিৰ ==> কামাখ্যা মন্দিৰ

মূল স্থানত থকা প্ৰবন্ধৰ অনুবাদ

  1. ইটালী
  2. ব্ৰুচ ৱিলিছ
  3. অৰ্জুন বঁটা

অনুবাদ শেষ হোৱা পৃষ্ঠাসমূহ

শেহতীয়াভাৱে অনুবাদ শেষ হোৱা পৃষ্ঠাসমূহত অনুবাদ সমাপ্তিৰ পাছত ৰৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰি আপুনি ৱিকিপিডিয়াক সহায় কৰিব পাৰে।

  1. ==> মোহনদাস কৰমচান্দ গান্ধী
  2. ==> হেৰী পটাৰ
  3. ==> কৃষ্ণ
  4. ==> কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আৰু চাওক অনুবাদ নিৰীক্ষণৰ আৱশ্যক থকা প্ৰবন্ধসমূহ


সম্পৰ্কীয় সাঁচসমূহ

  • {{অনুবাদক}}:: এই সাঁচটো অনুবাদ প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ পাছত আপোনাৰ সদস্যপৃষ্ঠাত লিখি ৰাখিব পাৰে।
  • {{অনুবাদ}} :: অনুবাদ নোহোৱা প্ৰবন্ধসমূহত ব্যৱহাৰ কৰা হয়।
  • {{শেহতীয়া অনুবাদ}} :: প্ৰবন্ধসমূহ অনুবাদ কৰাৰ পাছত এই সাঁচ ব্যৱহাৰ কৰা হয়, যাতে এই জাননী পঢ়ি কোনো আন সদস্যই অনুবাদ কাৰ্যত ৰৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰিব পাৰে।
  • {{ৱিকিপিডিয়া অনুবাদ}} :: ৱিকিপিডিয়াৰ সহায় বা আন অনুবাদ নকৰা প্ৰকল্পপৃষ্ঠাসমূহত এই সাঁচ ব্যৱহাৰ কৰা হয়।

লগতে চাওক

Tags:

ৱিকিপ্ৰকল্প অনুবাদ অনুবাদৰ বাবে লোৱা নতুন পৃষ্ঠাসমূহৱিকিপ্ৰকল্প অনুবাদ পূৰ্বৰ পোখালি প্ৰবন্ধৰৰ বিস্তাৰ সাধনৱিকিপ্ৰকল্প অনুবাদ মূল স্থানত থকা প্ৰবন্ধৰ অনুবাদৱিকিপ্ৰকল্প অনুবাদ অনুবাদ শেষ হোৱা পৃষ্ঠাসমূহৱিকিপ্ৰকল্প অনুবাদ সম্পৰ্কীয় সাঁচসমূহৱিকিপ্ৰকল্প অনুবাদ লগতে চাওকৱিকিপ্ৰকল্প অনুবাদসাঁচ:শেহতীয়া অনুবাদৱিকিপিডিয়া:অনুবাদ/তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতীয় জনতা পাৰ্টিঅসমীয়া ব্যাকৰণভীমৰাও ৰামজী আম্বেদকাৰউমানন্দথাই ভাষাভাষাগড়গাঁওঅসমীয়া কবিতাখামটি জনগোষ্ঠীমণিৰাম দেৱান (চলচ্চিত্ৰ)ৰামধেনুবংগ বিভাজন (১৯০৫)বসন্ত ঋতুগোলাঘাট জিলাভাস্কৰ (প্ৰথম)হিমবাহবাঁহী (আলোচনী)নীলমণি ফুকন (জ্যেষ্ঠ)অলিম্পিকবিদ্যুৎৰামধেনু (আলোচনী)কাতি বিহুউত্তৰ গুৱাহাটীআন্তৰ্জাতিক মানৱ অধিকাৰ আইনপথৰুঘাটৰ ৰণভূগোলবেদজয়মতী কুঁৱৰীপাইথেগাৰাছবিশ্ব স্বাস্থ্য সংস্থাহিমালয়শক্তিগগৈঅংকআগ্নেয়গিৰিজিকিৰহেম বৰুৱা (ত্যাগবীৰ)কামৰূপ ৰাজ্যকাৰেঙৰ লিগিৰীৰাতি বিহুমানুহশিৱসাগৰ জিলাপাণবাৰী মছজিদভেঁকুৰভিটামিনমৌলিক সংখ্যাভগদত্তভাৰত-আৰ্য ভাষা পৰিয়ালসৌৰভ কুমাৰ চলিহাবাথৌ পূজাইছলামমনোবিজ্ঞানকাৰ্বি আংলং জিলাতেজপুৰবাগ্‌ধ্বনিভাৰত ত্যাগ আন্দোলননীলমণি ফুকন (কনিষ্ঠ)ব্যাকৰণবুলু ফিল্মঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাহুমায়ুনৰ সমাধিক্ষেত্ৰভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগভাৰতৰ ইতিহাসব’হাগহীৰেন গোহাঁইইন্দিৰা মিৰিব্ৰহ্মপুত্ৰ উপত্যকাশদিয়াশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯বড়ো ভাষাউপনিষদপ্লেটোঅসমৰ মাছ ধৰা সঁজুলিমংগোলিয়া🡆 More