আৰ্কিমিডিছ

আৰ্কিমিডিছ (ইংৰাজী: Archimedes) এগৰাকী গ্ৰীক গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, প্ৰকৌশলী, জ্যোতিৰ্বিজ্ঞানী তথা দাৰ্শনিক আছিল। খ্ৰীষ্টপূৰ্ব ২৮৭ ত চিচিলি দ্বীপৰ ছিৰাকিকিউজত আৰ্কিমিডিছৰ জন্ম হয়। তেওঁৰ পিতৃ জ্যোতিৰ্বিজ্ঞানী আছিল। আলেকজেন্দ্ৰিয়াত তেওঁ পঢ়া-শুনা কৰিছিল৷ আৰ্কিমিডিছে আৱিষ্কাৰ কৰিছিল বিজ্ঞানৰ এক নতুন সূত্ৰ: প্লাৱিতাৰ সূত্ৰ। শ্ৰমিকসকলৰ কষ্ট লাঘৱ কৰিবলৈ তেওঁ কেটাপুল্ট উদ্ভাৱন কৰিছিল। জলসিঞ্চনৰ সুবিধাৰ বাবে জলস্ত্ৰ আৱিষ্কাৰ কৰিছিল। তেওঁৰ 'On The Sphere and Cylinder' নামৰ দুটা খণ্ডত বিভক্ত এখন জ্যামিতি সম্বন্ধীয় গ্ৰন্থ আছে য'ত ষাঠিটা প্ৰমেয় আছে। 'The Measurement of A Circle' এখন সৰু গ্ৰন্থ য'ত মাত্ৰ তিনিটা প্ৰমেয় আছে। 'On Conoids and Spheroids' নামৰ গ্ৰন্থখনত বত্ৰিশটা প্ৰমেয় আছে। 'On Spirals' নামৰ গ্ৰন্থখনত আঠাইশটা প্ৰমেয় আছে। 'Quadrature of A Parabola' গ্ৰন্থত চৌবিছটা প্ৰমেয় আছে। 'On Plane Equilibrium' আৰু 'On Floating Bodies' গ্ৰন্থ দুখন আৰ্কিমিডিছৰ গণিতলৈ উল্লেখযোগ্য অৱদান। ১৯০৬ চনত জে এল হিবাৰ্গে আৰ্কিমিডিছৰ 'Method' গ্ৰন্থখন উদ্ধাৰ কৰে। ইয়াত আৰ্কিমিডিছে তেওঁৰ আৱিষ্কৃত প্ৰমেয়বোৰ কেনেদৰে প্ৰমাণ কৰিছিল, তাৰ পদ্ধতি সম্বন্ধে আলোচনা কৰিছে। খ্ৰীষ্টপূৰ্ব ২১২ চনত আৰ্কিমিডিছৰ মৃত্যু হয়৷

আৰ্কিমিডিছ
আৰ্কিমিডিছ
সম্পূৰ্ণ নাম আৰ্কিমিডিছ
জন্ম c. ২৮৭ খ্ৰীষ্টপূৰ্ব
Syracuse, Sicily
Magna Graecia
মৃত্যু c. ২১২ খ্ৰীষ্টপূৰ্ব
সিৰাকস
যুগ সুপ্ৰাচীন দৰ্শন
অঞ্চল গ্ৰীক দাৰ্শনিক
ধাৰা আলেকজেণ্ড্ৰিয়াৰ ইউক্লিড
সাধাৰণ দৰ্শণ
আগ্ৰহ গণিত, পদাৰ্থ বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান
উল্লেখযোগ্য কৰ্ম Fluid statics, লিভাৰ,
infinitesimals

তথ্য সংগ্ৰহ

অধিক পঢ়ক

  • Boyer, Carl Benjamin (1991). A History of Mathematics. প্ৰকাশক New York: Wiley. ISBN 0-471-54397-7. 
  • Dijksterhuis, E.J. (1987). Archimedes. Princeton University Press, Princeton. ISBN 0-691-08421-1.  Republished translation of the 1938 study of Archimedes and his works by an historian of science.
  • Gow, Mary (2005). Archimedes: Mathematical Genius of the Ancient World. Enslow Publishers, Inc. ISBN 0-7660-2502-0. 
  • Hasan, Heather (2005). Archimedes: The Father of Mathematics. Rosen Central. ISBN 978-1404207745. 
  • Heath, T.L. (1897). Works of Archimedes. Dover Publications. ISBN 0-486-42084-1.  Complete works of Archimedes in English.
  • Netz, Reviel and Noel, William (2007). The Archimedes Codex. Orion Publishing Group. ISBN 0-297-64547-1. 
  • Pickover, Clifford A. (2008). Archimedes to Hawking: Laws of Science and the Great Minds Behind Them. Oxford University Press. ISBN 978-0195336115. 
  • Simms, Dennis L. (1995). Archimedes the Engineer. Continuum International Publishing Group Ltd. ISBN 0-720-12284-8. 
  • Stein, Sherman (1999). Archimedes: What Did He Do Besides Cry Eureka?. Mathematical Association of America. ISBN 0-88385-718-9. 

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

কিতাপআমৰুদ্ৰেশ্বৰ দেৱালয়বেদব্যাসশিশু সাহিত্যঅসমীয়া ব্যাকৰণহেম বৰুৱামোৰো এটা সপোন আছেঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅৰ্জুন ভঞ্জনগৰীয়সীঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাৰাজনৈতিক দলৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)হাঁওফাঁওসাঁথৰলক্ষ্মীনন্দন বৰাদিনৰাম মন্দিৰ, অযোধ্যানৱবিধা ভক্তিদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰৱিকিদধীচিআহোম ধৰ্মওজাপালিপিঠাগীতি-ৰামায়ণঅসমৰ সাহিত্যিকসকলৰ তালিকানিমাতী কইনাকল্পনা চাওলাএডাম স্মিথজ্যোতি সংগীতভাৰত ৰত্নবিষুৱ ৰেখামহাভাৰতপৃথিৱীবিবাহভিটামিনমহাকাব্যতলাতল ঘৰযতি-চিনসমাজবাদকালিয়দমন নাটপানীকেন্দ্ৰীয় শাসিত অঞ্চলপাচনহিমন্ত বিশ্ব শৰ্মাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাপায়ু সংগমকাল সংহতিপদ্মনাথ গোহাঞি বৰুৱাৰাজিয়া চুলতানাহনুমান জয়ন্তীঅসমৰ ৰাজ্যিক প্ৰতীকসমূহজেং বিহুজয়সাগৰ পুখুৰীপাটবাউসী সত্ৰপথৰুঘাটৰ ৰণজল প্ৰদূষণদশাৱতাৰপ্ৰথম বিশ্বযুদ্ধমাইলছ ব্ৰনছনখিলঞ্জীয়া লোকবৰপেটা সত্ৰঅসমৰ জাতীয় গীতবৰদৈচিলাডিব্ৰুগড় বিশ্ববিদ্যালয়হিউমাছআজান পীৰমৈদামলভিতাবাণীকান্ত কাকতিপাঁচালীপাইথেগাৰাছবিহুসত্যাগ্ৰহ🡆 More