ৰিক খ্বন

ৰিক খ্ৱন (ইংৰাজী ভাষা:Rik Khwan)হৈছে আহোমসকলে আয়োজন কৰা আহোম ধৰ্মৰধৰ্মীয় অনুষ্ঠান। ইয়াত খ্ৱন নামৰ বিশেষ শক্তি (সাধাৰণতে দীৰ্ঘ আয়ুস বুলি ধৰা হয়) স্মৰণ কৰা হয় যিটো চীন, শান,থাইলেণ্ড আৰু লাওছৰ তাঈ সকলৰ মাজতো দেখা যায়। নতুনকৈ চাওফাৰ আসন লাভ কৰাৰ সময়ত বা ৰণত জয়লাভ কৰাৰ পিছত অথবা কোনো অমঙ্গলৰ পৰা হাত সাৰি দীৰ্ঘ জীৱন লাভৰ কামনা কৰি এই উৎসৱ পতা হৈছিল।

ৰিক খ্বন

নিয়মাৱলী

এখন সুসজ্জিত চাঙৰ ওপৰত চাওফাজন বহি থাকে। ম'লৌঙ সকলে মন্ত্ৰপুত পানী ৰজাৰ মূৰত ঢালি দিয়ে। চাঙৰ তলত দুগৰাকী মানুহ বহি থাকে। ৰজাৰ মূৰত ঢলা পানী ৰজাৰ গাৰে বৈ গৈ সিহঁতৰ মূৰত পৰে। স্নানৰ শষত ৰজাৰ সাজ-পাৰ সলাই নতুন সাজ-পাৰ লয়। সিহঁতক এচৰু চৰু সোণ আৰু এচৰু ৰূপ দি ৰাজ্যৰ বাহিৰ কৰি খেদি দিয়া হয়। মানুহৰ বিশ্বাস যে সিহঁতে ৰজা আৰু ৰাইজৰ অমঙ্গল নেওচি লৈ যায়। সেই কাৰণে তেওঁলোকক নেওচা যোৱা বোলে।

তথ্য সংগ্ৰহ


Tags:

আহোমআহোম ধৰ্মইংৰাজী ভাষাচাওফাচীনতাঈ জাতিথাইলেণ্ড

🔥 Trending searches on Wiki অসমীয়া:

ডিগবৈ তেল শোধনাগাৰশকুন্তলাহুঁচৰিনেলছন মেণ্ডেলাগুৱাহাটীঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদমাধৱ কন্দলিভবেন্দ্ৰ নাথ শইকীয়াহেম বৰুৱাবিপন্ন প্ৰজাতিচন্দ্ৰকুমাৰ আগৰৱালাজ্যোতিপ্ৰসাদ ৰচনাৱলীমনোবিজ্ঞানএৰিষ্ট'টলপাৰিজাত হৰণ নাটইণ্টাৰনেটকম্পিউটাৰহৰি-হৰ যুদ্ধবিশ্ব মেলেৰিয়া দিৱসবৰপেটা (লোকসভা সমষ্টি)অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাসৌৰজগতএ পি জে আব্দুল কালামবকুল ফুলৰ দৰে (গ্ৰন্থ)ভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যহিতেশ্বৰ বৰবৰুৱাতেজচি++শাল গছকেঁচুসাৰআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিবাণীকান্ত কাকতিনেপালনাগৰিকত্বজৈৱিক কৃষিদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাওজাপালিআলোচনীসংঘাতসাম্যবাদী সমাজদামোদৰ দেৱজ'মাট'চৈয়দ আব্দুল মালিকপূৰ্ণ স্বৰাজফুলপ্ৰথম বিশ্বযুদ্ধদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানচিৰ চেনেহী মোৰ ভাষা জননীবড়ো জনগোষ্ঠীসমাজসমাজতত্ত্বতাল (বাদ্যযন্ত্ৰ)অৰুণাচল প্ৰদেশমৌখিক পৰম্পৰাজোনবিল মেলাবিশ্বনাথ চাৰিআলিঘিলাধাৰী ঘাটৰ সন্ধিলাচিত বৰফুকনৰামায়ণকোষ (জীৱবিজ্ঞান)নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাকাৰেংঘৰকিতাপকামৰূপ ৰাজ্যসংবিধান দিৱস (ভাৰত)অৰ্থনীতিসংগীতমামণি ৰয়ছম গোস্বামীৰ উপন্যাসভাৰতীয় ভাষামাতৃভাষাঔষধি উদ্ভিদ🡆 More