ল: অসমীয়া ব্যঞ্জনবৰ্ণ মাাৰ ২৮ নং আখৰ

ল অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৮ নং আখৰ। ই এক পাৰ্শ্ব বা পাৰ্শ্বিক ধ্বনি৷ এনে ধ্বনি উচ্চাৰণ কৰোঁতে আগ জিভাৰ দাঁতিৰ জিহ্বাদল দুটা চেপেটা হৈ নাথাকি গোটা হৈ আগদাঁতৰ অন্তৰ্ভাগত স্পৰ্শ কৰি বায়ুপ্ৰবাহক ভেটা দি, জিহ্বাৰ একাষে বা দুয়োকাষে ওলাই যাবলৈ দি “ল’’ উচ্চাৰণ কৰা হয়৷ ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ল'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ল' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ 'ল'ৰ লগত যোগ হ'লে
লা
লি
লী
লু
লূ
লো
লৌ

যুক্তবৰ্ণ (ল যোগ)

ল + ক = ল্ক = বল্কল
ল্ + গ= ল্গ = বল্গা
ল্ + ট = ল্ট = উল্টা
ল্ + প = ল্প = অল্প
ল্ + ব = ল্ব = বাল্ব
ল্ + ম = ল্ম = গুল্ম
ল্ + য় = ল্য = বাল্য
ল্ + ল = ল্ল = মল্ল

'ল'ৰে আৰম্ভ শব্দ

  • লফা
  • লাজ
  • ল'ৰা
  • লাই
  • লেখক
  • লোক
  • লব
  • লৌহ
  • লোকসভা
  • লৃগাং
  • লীলাৱতী

আদি।

তথ্যসংগ্ৰহ

Tags:

ল স্বৰবৰ্ণৰ গত যোগ হেল যুক্তবৰ্ণ ( যোগ)ল ৰে আৰম্ভ শব্দল তথ্যসংগ্ৰহব্যঞ্জনবৰ্ণ মালামুখহাওঁফাওঁ

🔥 Trending searches on Wiki অসমীয়া:

বিহুগীতপাইথেগাৰাছঅসমীয়া জাতিপিয়লি ফুকনপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যভূমি প্ৰদূষণমাঘ বিহুনাৰীবাদমালিতাআমলখিআনন্দৰাম বৰুৱাচাৰুল পৰৱসৌৰজগতসাহিত্য অকাডেমি বঁটাকাছাৰ জিলাভেঁকুৰদেৱদাসী নৃত্যঅষ্ট্ৰেলিয়াখৰ্গেশ্বৰ তালুকদাৰকোচ হাজোস্বদেশী আন্দোলনসংস্কৃতিঅসমীয়া ভাষাহোলোংহীৰেন ভট্টাচাৰ্যঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিবিশ্বব্ৰহ্মাণ্ডকছাৰী ৰাজ্যপ্ৰতিমা (কাব্য গ্ৰন্থ)টাই সংস্কৃতিৰ ৰূপৰেখাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাৰাহুহেমচন্দ্ৰ বৰুৱাশিৱসাগৰৰ শিৱদৌলগৰুসাঁচিপাতমাহজৱাহৰলাল নেহৰুমনোবিজ্ঞাননগেন শইকীয়াঅসমৰ পৰম্পৰাগত সাজ-পাৰলিংগমৰাণ জনগোষ্ঠীচিপাহী বিদ্ৰোহ ১৮৫৭ৰাজস্থানসংযুক্ত মুক্তি বাহিনী, অসমস্বাধীনতা দিৱস (ভাৰত)ভাৰত ত্যাগ আন্দোলনবিৰাট কোহলিদিহানামচি (প্ৰগ্ৰামিং লেংগুৱেজ)লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানশৰ্মা মন্ত্ৰীসভাকুশান গানআহোম ভাষাসেউজ গৃহ প্ৰভাৱঅংগনবাদীপৰিৱেশ অধ্যয়ননাটকবাগ্‌ধ্বনিঅনিৰুদ্ধদেৱদেৱকান্ত বৰুৱাবিশ্ব বেংকলোকসভা২০২৩চান্দ সদাগৰদৈনিক বাতৰিপাণিনিঅসমৰ ধান খেতিৰ সঁজুলিসমূহগৰু বিহুগান্ধীবাদঅসমৰ জিলাসমূহ🡆 More