ভোগদৈ নদী: অসম, ভাৰতৰ নদী

ভোগদৈ নদী (ইংৰাজী: Bhogdoi River) ব্ৰহ্মপুত্ৰ নদৰ এখন দক্ষিণ বাহিনী উপনদী। নগা পাহাৰৰ পৰা উৎপত্তি হৈ ই যোৰহাট চহৰৰ মাজেদি প্ৰবাহিত হৈছে আৰু অন্য এখন নদীৰ সৈতে মিলিত হৈ নদীখনৰ নাম গেলাবিল হৈ যায় আৰু ব্ৰহ্মপুত্ৰত লগ লাগে। পূৰ্বতে ভোগদৈ নদী খনৰ নাম আছিল দিচৈ। ইয়াৰ পুৰণা সুঁতিটো বৰ্তমান মৰিদিচৈ নামেৰে জনাজাত। মৰিদিচৈ সুঁতিটো বৰ্তমান যোৰহাট জিলাৰ উত্তৰ-পশ্চিম দিশ হৈ গোলাঘাট জিলাৰ দেৰগাঁৱৰ উত্তৰ দিশৰ বাঁহগুৰি,টায়ুং, দানিচাপৰি মিচিং, গঁড়মৰা লেঙেৰা চাপৰি, খকন্দগুৰি, ওপৰ টেমেৰা হৈ বোকাখাট মহকুমাৰ ৰঙাগড়া নামে ঠাইত গেলাবিলৰ লগত মিলিত হৈছে। এই মৰিদিচৈ সুঁতিটোৱে অতীতৰ

ভোগদৈ নদী
দেশ ভোগদৈ নদী: অসম, ভাৰতৰ নদী ভাৰত
জিলা যোৰহাট
উৎস নগা পাহাৰ
মোহনা ব্ৰহ্মপুত্ৰ নদ

দিচৈ নদীৰ অস্তিত্ব আজিও বহন কৰি আছে। যোৱা কেইবছৰমানৰ পৰা ভোগদৈ নদীখন যথেষ্ট প্ৰদূষিত হৈ পৰিছে।

তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষাব্ৰহ্মপুত্ৰ নদযোৰহাট

🔥 Trending searches on Wiki অসমীয়া:

জীৱনৰ বাটতপ্ৰহ্লাদ চৰিত্ৰস্বাভাৱিক সংখ্যাহেমচন্দ্ৰ গোস্বামীসংযুক্ত মুক্তি বাহিনী, অসমগড়গাঁওপাৰ্বতীবাঁহীহিমবাহজীৱবৈজ্ঞানিক বৰ্গীকৰণএজাৰখ্ৰীষ্টান ধৰ্মশিৱবিহু নৃত্যবাণীকান্ত কাকতিমাটিৰ হিচাপশৰাইঘাটৰ যুদ্ধঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাভাৰতীয় জাতীয় কংগ্ৰেছচকৰি ফেঁটী বুৰঞ্জীভোলানাথ দাসচৰ্যাপদফাকে জনগোষ্ঠীভাৰত ৰত্নপাৰ চৰাইচাহঅসমৰ ৰেচম শিল্পসন্ধিবেদজুবিন গাৰ্গশিৱসাগৰ জিলামোৱামৰীয়া বিদ্ৰোহৰাৱণগামখাৰুঅম্বুবাচীকামৰূপ ৰাজ্যৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসআমেৰিকা (মহাদেশ)হেম বৰুৱাৰ ভ্ৰমণ সাহিত্যমহাভৈৰৱ মন্দিৰঅৰুণাচল প্ৰদেশসাম্যবাদী সমাজইন্দিৰা মিৰিভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাখৰ্গেশ্বৰ তালুকদাৰডৌডৌ চৰাইঅন্তঃস্ৰাৱী তন্ত্ৰঅসমৰ লোকবাদ্যদেৱালীঅসমৰ জিলাসমূহবুৰঞ্জীঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তবিশ্ব ধঁপাতবিৰোধী দিৱসমহাভাৰতৰ পাত্ৰউষ্ণতাভাৰতৰ জাতীয় পতাকাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাপৰিয়ালপূৰবী বৰমুদৈখোলপদুমশালস্তম্ভ ৰাজবংশনাৰী সবলীকৰণআউনীআটী সত্ৰচাণক্যঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঔ টেঙাসোণোৱাল কছাৰীজোনাকী (আলোচনী)অসমীয়া সংস্কৃতি আৰু মুছলমানসকলঅৰ্জুন ভঞ্জনমৌখিক লোকসাহিত্যকবিতা🡆 More