ব'ছন

ব'ছন (ইংৰাজী: Boson) হৈছে পূৰ্ণসংখ্যক স্পিনবিশিষ্ট একধৰণৰ উপ-পাৰমানৱিক কণিকা (Subatomic particle)। এই কণিকাই ব'ছ-আইনষ্টাইন পৰিসংখ্যা(Bose–Einstein statistics)মানি চলে। প্ৰখ্যাত ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী সত্যেন্দ্ৰ নাথ বসুৰ (ব'ছ-আইনষ্টাইন পৰিসংখ্যাৰ ব'ছ) নামানুসাৰে এই কণিকাৰ নামকৰণ কৰা হৈছে।'ব'ছন' নামটো পোনপ্ৰথমবাৰৰ বাবে তাত্ত্বিক পদাৰ্থবিজ্ঞানী প'ল ডিৰাকে ব্যৱহাৰ কৰিছিল ।ব'ছন কণিকাৰ উদাহৰণ হৈছে ফ'ট'ন , গ্লোৱন, W আৰু Z ব'ছন।

ব'ছন
মৌলিক কণিকা সমূহৰ মান্য তালিকা; শেষ শাৰীত ব’ছন সমূহ থাকে

একেটা শক্তিস্তৰত একাধিক ব'ছন একেলগে থাকিব পাৰে, যিটো পাউলিৰ নীতি মানি চলা ফাৰ্মিয়ন কণিকাৰ পক্ষে সম্ভব নহয়।

টোকা

তথ্যসূত্ৰ


Tags:

en:Bose–Einstein statisticsen:Bosonen:Satyendra Nath Boseen:Subatomic particleইংৰাজী ভাষাব'ছ-আইনষ্টাইন পৰিসংখ্যা

🔥 Trending searches on Wiki অসমীয়া:

বিষুৱ ৰেখাউৎপাদন (অৰ্থনীতি)গুৱাহাটীযতীন বৰাতাল (বাদ্যযন্ত্ৰ)গোৱালপৰীয়া লোকগীতভট্টদেৱপাৰিজাত হৰণ নাটচিলাৰায়জল প্ৰদূষণবিপন্ন প্ৰজাতিনেতাই ধুবুনী ঘাটউচ্চ ৰক্তচাপকেঁচুসাৰভাইৰাছগগৈউদাৰনৈতিকতাবাদপিঠাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানচৰ্যাপদসংগীতঅসমীয়া খাদ্যাভ্যাসদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানশেলাইসিংহহুঁচৰিসতী সাধনীহাজোসুন্দৰীদিয়া সত্ৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যআফগানিস্তানইষ্ট ইণ্ডিয়া কোম্পানীপ্ৰাক-ইতিহাসআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰবসন্ত ঋতুলোকসভাফলৰ তালিকাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলবিশ্ব বেংকআলোচনীগড়মূৰ সত্ৰব্ৰহ্মপুত্ৰ উপত্যকামোৱামৰীয়া বিদ্ৰোহবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণবুঢ়ী আইৰ সাধুবৰ্মণ ৰাজবংশঘৰচিৰিকামাধৱ কন্দলিকুলধৰ শইকীয়াএৰিষ্ট'টলমোহনদাস কৰমচান্দ গান্ধীপোৱামক্কাকাঞ্চন (উপন্যাস)শিৱসাগৰ পুখুৰীজামুগুৰিহাটসাপসাম্যবাদশ্ৰীমন্ত শংকৰদেৱস্বামী বিবেকানন্দশক্তিপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যঅংকবায়ু প্ৰদূষণসৌৰভ কুমাৰ চলিহাকলাশিক্ষাৰাষ্ট্ৰসংঘশামুকবড়ো জনগোষ্ঠীগণৰাজ্য দিৱস (ভাৰত)🡆 More