থৰ মৰুভূমি

থৰ মৰুভূমি (ইংৰাজী: Thar Desert) ভাৰতৰ উত্তৰ-পশ্চিম তথা পাকিস্তানৰ দক্ষিণ অংশত অৱস্থিত এখন বিশাল মৰুভূমি। ২,০০,০০০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰা এই মৰুভূমিখনক ‘দ্য গ্ৰে’ট ইণ্ডিয়ান ডেজাৰ্ট’ বুলিও জনা যায়। থৰ পৃথিৱীৰ বিংশ তম সৰ্ববৃহৎ মৰুভূমি, আৰু পৃথিৱীৰ নৱম সৰ্ববৃহৎ উষ্ণ উপ-ক্ৰান্তীয় মৰুভূমি। থৰ মৰুভূমিৰ প্ৰায় ৮৫% ভাৰতত আৰু বাকী ১৫% পাকিস্তানত আছে। ভাৰতৰ মুঠ ভৌগোলিক মাটিকালিৰ প্ৰায় ৪.৫৬% ঠাই থৰ মৰুভূমিয়ে আগুৰি আছে। মৰুভূমিখনৰ ৬০% তকৈও অধিকাংশ ৰাজস্থানত পৰে যদিও ভাৰতৰ আন তিনিখন ৰাজ্য ক্ৰমে গুজৰাট, পঞ্জাব আৰু হাৰিয়ানালৈ আৰু পাকিস্তানৰ সিন্ধ আৰু পঞ্জাব প্ৰান্তলৈ ই বিস্তৃত হৈ আছে।

থৰ মৰুভূমি
দ্য গ্ৰে’ট ইণ্ডিয়ান ডেজাৰ্ট
থৰ মৰুভূমি
থৰ মৰুভূমি, ৰাজস্থান, ভাৰত
থৰ মৰুভূমি
থৰ মৰুভূমিৰ মানচিত্ৰ
পাৰিস্থিতিক
ইক’জ’ন ইণ্ড’মালায়ান
বায়’ম deserts and xeric shrublands
সীমা Northwestern thorn scrub forests আৰু Rann of Kutch seasonal salt marsh
ভৌগোলিক
মাটিকালি 2,38,254 বৰ্গ কি.মি. (91,990 বৰ্গ মাইল)
দেশসমূহ ভাৰত আৰু পাকিস্তান
ভাৰতৰ ৰাজ্য আৰু পাকিস্তানৰ প্ৰদেশসমূহ ৰাজস্থান, গুজৰাট, হাৰিয়ানা, পঞ্জাব (ভাৰত), পঞ্জাব আৰু সিন্ধ (পাকিস্তান)
স্থানাংক সাঁচ:Coord/display/title, inline
সংৰক্ষণ
সংৰক্ষণৰ স্থিতি অসুৰক্ষিত
সংৰক্ষিত ৪১,৮৩৩ বৰ্গ কিলোমিটাৰ (১৮%)

ভৌগোলিক বিৱৰণ

থৰ মৰুভূমিৰ উত্তৰ-পূব অংশ আৰাৱলী পাহাৰৰ মাজত অৱস্থিত। এই মৰুভূমিখন উত্তৰে পঞ্জাব আৰু হাৰিয়ানালৈকে, উপকূলৰ কাষেৰে গ্ৰে’ট ৰণ অৱ কট্‌ছলৈ, পশ্চিম আৰু উত্তৰ-পশ্চিমে সিন্ধু নদীৰ জলজ সমভূমিলৈকে বিস্তৃত হৈ আছে। মৰুভূমি অঞ্চলটোৰ বেছিভাগ ঠাই বিশাল, স্থানান্তৰিত বালিৰ টিলাৰে আবৃত যিয়ে জলজ সমভূমি আৰু উপকূলৰ পৰা পলস গ্ৰহণ কৰে। বাৰিষা আৰম্ভ হোৱাৰ আগতেই প্ৰতি বছৰে বাঢ়ি অহা প্ৰচণ্ড বতাহৰ বাবে বালি অতি চলনশীল হয়। লুনি নদী মৰুভূমিখনৰ একমাত্ৰ নদী। বছৰি ১০০ৰ পৰা ৫০০ মিলিমিটাৰ (৪ৰ পৰা ২০ ইঞ্চি) বৰষুণ হয়। ইয়াৰ প্ৰায় সকলোখিনি জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত হয়।

থৰ মৰুভূমিৰ ভিতৰত থকা লুনীয়া পানীৰ হ্ৰদসমূহৰ ভিতৰত গুজৰাটৰ খাৰাঘোড়া আৰু ৰাজস্থানৰ সম্ভাৰ, কুচামান, দিদৱানা, পাচপদ্ৰা, আৰু ফলোদি অন্যতম। এই হ্ৰদবোৰে বাৰিষা কালত বৰষুণৰ পানী গ্ৰহণ কৰি সংগ্ৰহ কৰে আৰু খৰালি কালত বাষ্পীভৱন হয়। অঞ্চলটোত হোৱা শিলৰ অপক্ষয়ৰ ফলত এই হ্ৰদবিলাকত নিমখ আহে।

মাগ্ৰেবৰ প্ৰাকঐতিহাসিক এটেৰিয়ান সংস্কৃতিৰ অন্তৰ্গত প্ৰস্তৰ যুগৰ সঁজুলিসমূহ থৰ মৰুভূমিৰ মধ্য আদি প্ৰস্তৰ যুগৰ আৱৰ্জনাত আৱিষ্কাৰ কৰা হৈছে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

নিৰ্ম্মল ভকতলিংগস্বচ্ছ ভাৰত অভিযানভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাহেম বৰুৱালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীকামৰূপ ৰাজ্যঅসমৰ পুৰণি স্থাপত্যটকা (বাদ্য)শক্তিৰ সংৰক্ষণশীলতাপাচন তন্ত্ৰবায়ু প্ৰদূষণবৰাক নদীলোকসভাৰ অধ্যক্ষমোধেশ্বৰী মাতাৰোমান সাম্ৰাজ্যযোৰানামআউনীআটী সত্ৰগোপীনাথ বৰদলৈচীনৰ মহাপ্ৰাচীৰবেংক অৱ মহাৰাষ্ট্ৰঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতযাদৱ পায়েংহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যসালোক সংশ্লেষণআইনামজ্ঞানপীঠ বঁটাবাহৰেইনৰ নাৰীঅসমৰ পৰম্পৰাগত সাজ-পাৰভাৰত ৰত্নশ্ৰী সূৰ্য পাহাৰতেজপুৰঅসমৰ কুঁহিলা শিল্পলেখকউষ্ণতাভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাবধকাব্যৰাজেন্দ্ৰ প্ৰসাদব'হাগ বিহুWhat is A Dscr Loan?অৰুণোদইপ্ৰাৰ্থনা সমাজবৰাইল পৰ্বতবিঘাস্বামী বিবেকানন্দইন্দ্ৰা নূয়ীএলক'হলপৃথিৱীবিৰিঞ্চি কুমাৰ বৰুৱাঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাদৈনিক অসমইণ্ডিয়ান অভাৰচিজ বেংকপৰিৱেশ তন্ত্ৰপৰিস্থিতি বিজ্ঞানশৰৎচন্দ্ৰ গোস্বামীশ্ৰীমদ্ভগৱতগীতাদ্বিতীয় বিশ্বযুদ্ধবেংক অৱ ইণ্ডিয়াভাওনাপঃৰাগৰোজাভাৰতৰ স্বাধীনতা আন্দোলনকৃষ্ণহনুমানখিলঞ্জীয়া লোকনাৰী সবলীকৰণকাঞ্চন (উপন্যাস)ভাৰতীয় ৰিজাৰ্ভ বেংকমৰাণ জনগোষ্ঠীসৰ্থেবাৰীঅৰবিন্দ ৰাজখোৱা (লেখক)ঢোললাক্সেমবাৰ্গধ্বনিতত্ত্বছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)২৮ মাৰ্চকুলধৰ শইকীয়ানিৰ্মলপ্ৰভা বৰদলৈ🡆 More