তিৰহুতা লিপি: মৈথিলী ভাষাৰ লিপি

তিৰহুতা লিপি বা মিথিলাক্ষৰ হৈছে মৈথিলী ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা এক লিপি। এই লিপিটোৰ বিকাশ ১০ম শতিকাত বৰ্তমান বিহাৰৰ মিথিলা অঞ্চল আৰু নেপালৰ তৰাই অঞ্চলত হয় বুলি অনুমান কৰা হৈছে। তিৰহুতা লিপিৰ প্ৰাচীনতম ব্যৱহাৰৰ নমুনা ৯৫০ খৃষ্টাব্দৰ বিহাৰৰ সহোদৰা মন্দিৰত পোৱা গৈছে। তিৰহুতা লিপিৰ যথেষ্ট সাদৃশ্য অসমীয়া লিপি আৰু বঙালী লিপিৰ সৈতে দেখা যায়। মৈথিলী ভাষী অধিকাংশ লোকে ভাষাটো লিখিবৰ বাবে বৰ্তমান তিৰহুতা লিপিৰ সলনি দেৱনাগৰী লিপি ব্যৱহাৰ কৰে।

তিৰহুতা, মিথিলাক্ষৰ
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ
তিৰহুতা লিপিত "তিৰহুতা" শব্দটো লিখা হৈছে
প্ৰকাৰ আবুগিদা
ভাষা মৈথিলী, সংস্কৃত
সময় ১২ৰ পৰা ২০ শতিকাৰ ভিতৰত
ভগ্নী লিপি বঙালী, অসমীয়া, তিব্বতীয়
ISO 15924 Tirh, 326
ইউনিক'ড ৰে'ঞ্জ U+11480–U+114DF
Final Accepted Script Proposal
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ
১২ শতিকাৰ শিলালিপিত তিৰহুতা লিপিৰ ব্যৱহাৰ

বৰ্ণমালা

স্বৰবৰ্ণ

স্বতন্ত্ৰ ৰূপ গৌণ ৰূপ অসমীয়া লিপিত
চিত্ৰ চিহ্ন চিত্ৰ চিহ্ন স্বতন্ত্ৰ গৌণ
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒁
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒂 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒰
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒃 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒱 ি
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒄 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒲
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒅 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒳
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒆 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒴
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒇 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒵
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒈 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒶
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒉 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒷
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒊 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒸
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒋 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒹
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒺
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒌 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒻
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒍 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒼
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒽
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒎 তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ   𑒾

ব্যঞ্জনবৰ্ণ

চিত্ৰ চিহ্ন অসমীয়া লিপিত
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒏
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒐
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒑
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒒
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒓
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒔
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒕
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒖
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒗
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒘
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒙
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒚
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒛
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒜
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒝
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒞
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒟
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒠
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒡
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒢
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒣
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒤
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒥
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒦
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒧
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒨
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒩
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒪
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒫
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒬
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒭
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒮
তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  𑒯

সংখ্যা

চিত্ৰ তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ  তিৰহুতা লিপি: বৰ্ণমালা, ইউনিক’ড, তথ্যসূত্ৰ 
চিহ্ন 𑓐 𑓑 𑓒 𑓓 𑓔 𑓕 𑓖 𑓗 𑓘 𑓙
অসমীয়া লিপিত

ইউনিক’ড

ইউনিক’ডৰ ২০১৪ চনৰ জুনত প্ৰকাশিত ৭.০ সংস্কৰণত তিৰহুতা লিপিক অন্তৰ্ভুক্ত কৰা হয়। তিৰহুতা লিপিৰ ইউনিক’ড ব্লকটো অসমীয়া-বঙালী লিপিৰ পৰা পৃথক আৰু ই U+11480 ৰ পৰা U+114DF ক'ড বিন্দুলৈ বিয়পি আছে।

তিৰহুতা[1][2]
তিৰহুতা লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+1148x 𑒀 𑒁 𑒂 𑒃 𑒄 𑒅 𑒆 𑒇 𑒈 𑒉 𑒊 𑒋 𑒌 𑒍 𑒎 𑒏
U+1149x 𑒐 𑒑 𑒒 𑒓 𑒔 𑒕 𑒖 𑒗 𑒘 𑒙 𑒚 𑒛 𑒜 𑒝 𑒞 𑒟
U+114Ax 𑒠 𑒡 𑒢 𑒣 𑒤 𑒥 𑒦 𑒧 𑒨 𑒩 𑒪 𑒫 𑒬 𑒭 𑒮 𑒯
U+114Bx 𑒰 𑒱 𑒲 𑒳 𑒴 𑒵 𑒶 𑒷 𑒸 𑒹 𑒺 𑒻 𑒼 𑒽 𑒾 𑒿
U+114Cx 𑓀 𑓁 𑓂 𑓃 𑓄 𑓅 𑓆 𑓇
U+114Dx 𑓐 𑓑 𑓒 𑓓 𑓔 𑓕 𑓖 𑓗 𑓘 𑓙
বি. দ্ৰ.
    ১.^ ইউনিক'ড সংস্কৰণ ১১.০ অনুসৰি
    ২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।

তথ্যসূত্ৰ

Tags:

তিৰহুতা লিপি বৰ্ণমালাতিৰহুতা লিপি ইউনিক’ডতিৰহুতা লিপি তথ্যসূত্ৰতিৰহুতা লিপিঅসমীয়া লিপিদেৱনাগৰী লিপিনেপালবঙালী লিপিবিহাৰমৈথিলী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ৰমন্যাসবাদশিৱসাগৰমনোবিজ্ঞানWhat is A Dscr Loan?কৃষ্ণচ'তভাষা-বিজ্ঞান (গ্ৰন্থ)ডিব্ৰুগড়গুপ্ত সাম্ৰাজ্যবেংক অৱ ইণ্ডিয়াফুলভক্তি ৰত্নাৱলীলাচিত বৰফুকনমৌখিক সাহিত্যঅসমৰ মন্ত্ৰ-সাহিত্যসাত বিহুৰামপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰনীতি আয়োগভাৰতত বাল্য বিবাহনাগালেণ্ডগ্ৰহাণুনাৰীবাদদীপলিনা ডেকাছক্ৰেটিছউৎসেচকঅসমীয়া গীতি সাহিত্যফকৰা যোজনাকল্পনা চাওলাৰাজেন্দ্ৰ প্ৰসাদঅসম আন্দোলনদিনকুমাৰ ভাস্কৰ বৰ্মাস্বৰাজস্বদেশী আন্দোলনলিংগৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘবায়ু প্ৰদূষণঅসমৰ ইতিহাসশিলঘাটঅসমৰ সত্ৰসমূহৰ তালিকাডালিমীকাৰেংঘৰৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখিলঞ্জীয়া লোকপাঠ পৰিকল্পনাৰম্বাছনেলছন মেণ্ডেলাস্নায়ুকোষভাৰতৰ সংবিধানবাল্য বিবাহফ্ৰান্সকোচ ৰাজবংশীপঁচতি উৎসৱবঙালী ভাষাভাৰতীয় ৰিজাৰ্ভ বেংকভাৰতীয় শিল্পকলাভাৰতীয় জনতা পাৰ্টিএ পি জে আব্দুল কালামব্ৰহ্মপুত্ৰ উপত্যকামাইকেলেঞ্জেল'অসমীয়া লোক-সংস্কৃতিবলজ্যামিতিগড়গাঁওৰোজাকামাখ্যা মন্দিৰবৈচাগুকৰম পূজাসৌৰভ কুমাৰ চলিহাইতিহাসঅৰুণোদইভৰবেগদৰ্শননৰেন্দ্ৰ মোদী🡆 More