ছেইণ্ট পিটাৰ্ছ বেছিলিকা

ছেণ্ট পিটাৰছ বেছিলিকা (ইংৰাজী: St.

Peter's Basilica) হ'ল ভেটিকান চিটিৰ আটাইতকৈ প্ৰখ্যাত গিৰ্জা। ৰোম মহানগৰীৰ ভিতৰতে ভেটিকান হ'ল এখন ক্ষুদ্ৰ স্বাধীন ৰাষ্ট্ৰ। ৰোমান কেথলিকসকলৰ প্ৰধান ধৰ্মগুৰু পোপে ইয়াত বাস কৰে আৰু তেৱেঁই ভেটিকানৰ প্ৰশাসনৰো মুৰবী।

ছেইণ্ট পিটাৰ্ছ বেছিলিকা
ছেইণ্ট পিটাৰ্ছ বেছিলিকা
সাধাৰণ তথ্য
স্থান ভেটিকান চিটি ভেটিকান চিটি
ভৌগোলিক স্থানাংক 41°54′8″N 12°27′12″E / 41.90222°N 12.45333°E / 41.90222; 12.45333 12°27′12″E / 41.90222°N 12.45333°E / 41.90222; 12.45333
ধৰ্মীয় আনুগত্য ৰোমান কেথলিক
Rite ৰোমান
অভিষেক বৰ্ষ 1626
Ecclesiastical or organizational status Major basilica
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা
স্থপতিবিদ
স্থাপত্য শৈলী Renaissance and Baroque
আৰম্ভ ১৮ এপ্ৰিল ১৫০৬ (1506-04-18)
সম্পূৰ্ণ ১৮ নৱেম্বৰ ১৬২৬ (1626-11-18)
নিৰ্দিষ্টকৰণ
দৈৰ্ঘ্য ৭৩০ ফুট (220 মিটাৰ)
প্ৰস্থ ৫০০ ফুট (150 মিটাৰ)
উচ্চতা (অধিক) ৪৫২ ফুট (138 মিটাৰ)
গুম্বচৰ সাঁচ (বাহিৰ) ১৩৭.৭ ফুট (42.0 মিটাৰ)
গুম্বচৰ সাঁচ (ভিতৰ) ১৩৬.১ ফুট (41.5 মিটাৰ)

এই গিৰ্জাৰ স্থানত আগতে আন এটা গিৰ্জা আছিল আৰু জনশ্ৰুতিমতে প্ৰথম পোপ ছেণ্ট পিটাৰছৰ (মৃত্যু ৬৭ খ্ৰিষ্টাব্দ) সমাধিৰ স্থান তাতেই আছিল। ১৫০৬ চনত পোপ দ্বিতীয় জুলিয়াছে ছেণ্ট পিটাৰছ বেছিলিকাৰ কাম আৰম্ভ কৰে আৰু ১৬১৫ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়।

নিৰ্মাণ শৈলী

পবিত্ৰ 'ক্ৰুছ'ৰ আকৃতিত ইয়াৰ ডিজাইন কৰা হৈছে। তাৰ ওপৰত এটা ডাঙৰ গম্বুজ আছে। প্ৰথম নিৰ্মাণৰ পাছৰ পৰ্যায়তো নানা সময়ত স্থপতিবিদ, ভাস্কৰ, চিত্ৰ শিল্পীসকলৰ নতুন নতুন কামৰ জৰিয়তে ই বৰ্তমানৰ ৰূপ পাইছেহি। ইটালীৰ প্ৰসিদ্ধ চিত্ৰকৰ ৰাফেলে এই গিৰ্জাৰ অন্তৰ্ভাগৰ অলংকৰণৰ ভালেখিনি কাম কৰিছিল। গিৰ্জাটোৰ ভিতৰৰ অংশও সুন্দৰ সুন্দৰ চিত্ৰ আৰু ভাস্কৰ্যকৃতিৰে সুশোভিত কৰা হৈছে।

ইয়াতে আছে ইটালীৰ চিত্ৰশিল্পী মাইকেলেঞ্জেল'ৰ প্ৰসিদ্ধ শিল্পকৰ্ম 'পিয়েটা'। বিশ্বৰ বৃহত্তম গিৰ্জা ছেণ্ট পিটাৰছ বেছিলিকাৰ দৈঘ্য ২১৮.৭ মিটাৰ (৭১৭ ফুট ৬ইঞ্চি)। উচ্চতা ১৩৬.৫৭ মিটাৰ (৪৪৮.১ ফুট )। গিৰ্জাটোৰ মাটিকালি ২৩,০০০ বৰ্গমিটাৰ (২,৪৭,৫৭২ বৰ্গ ফুট)।

বৈশিষ্ট্য

উল্লেখযোগ্য যে মাজত খুটা নোহোৱাকৈ নিৰ্মাণ কৰা ছেণ্ট পিটাৰছ বেচিলিকা বিশ্বৰ এনেধৰণৰ প্ৰথম সৌধ। দ্বিতীয় হৈছে কৰ্ণাটকৰ গোল গম্বুজ। গিৰ্জাটোৰ চৌহদত একেলগে দুই লাখ লোক সমবেত হ'ব পাৰে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ছেইণ্ট পিটাৰ্ছ বেছিলিকা নিৰ্মাণ শৈলীছেইণ্ট পিটাৰ্ছ বেছিলিকা বৈশিষ্ট্যছেইণ্ট পিটাৰ্ছ বেছিলিকা তথ্য সংগ্ৰহছেইণ্ট পিটাৰ্ছ বেছিলিকা বাহ্যিক সংযোগছেইণ্ট পিটাৰ্ছ বেছিলিকাইংৰাজী ভাষাভেটিকান চিটি

🔥 Trending searches on Wiki অসমীয়া:

অসম বৈভৱ বঁটাশৰীৰস্থানমহামায়া ধামভূগোলমোৰো এটা সপোন আছেভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাপাইথেগাৰাছবিপন্ন প্ৰজাতিৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসঅসমীয়া লোকসাহিত্যৰেখাকলিকতামিচিং ভাষামৌলিক সংখ্যাজিএছটিমিচিং জনগোষ্ঠীবানপানীঅসমৰ সত্ৰসমূহৰ তালিকাঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিশচীন তেণ্ডুলকাৰবুঢ়া চাপৰি অভয়াৰণ্যৰঙিয়াবিত্তীয় বজাৰহুঁচৰিভৌতিক সংস্কৃতিঅসমৰ নদীসমূহৰ তালিকাআলেকজেণ্ডাৰ ফ্লেমিংস্বাধীনতা দিৱস (ভাৰত)ইলন মাস্ক্পঞ্চভুজৰুবুল মাউতজিকিৰকাঞ্চন (উপন্যাস)চাহআনন্দ চন্দ্ৰ আগৰৱালামানৰ অসম আক্ৰমণপাইক প্ৰথাভাৰতীয় ৰিজাৰ্ভ বেংকহাড়হেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)হিন্দু ধৰ্মক্ষসাধুকথাবচন (ব্যাকৰণ)লিংগ (জৈৱিক)সংগীতমৰুভূমিহোমাৰছ'ভিয়েট সংঘবৰাইল পৰ্বতউপভাষাভেঁকুৰকাতি বিহুগান্ধীবাদফলৰ তালিকাৰাজহুৱা ক্ষেত্ৰস্বদেশী আন্দোলনমাধৱদেৱৱিকিপিডিয়াপ্লেটোবিহুৰ বাদ্যযন্ত্ৰবাঁহমহাভাৰতদৰ্শনঅপাৰেটিং চিষ্টেমচি++ভাস্কৰ (প্ৰথম)শ্ৰীকৃষ্ণকীৰ্তনপিঠাচন্দ্ৰকুমাৰ আগৰৱালাবড়ো ভাষা🡆 More