কোয়েল মল্লিক: ভাৰতীয় অভিনেতা

কোয়েল মল্লিক (ইংৰাজী: Koel Mallick) (জন্ম: ২৮ এপ্ৰিল, ১৯৮২) বঙালী চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত ভাৰতীয় অভিনেত্ৰী।

কোয়েল মল্লিক
কোয়েল মল্লিক: ভাৰতীয় অভিনেতা
জন্ম ২৮ এপ্ৰিল, ১৯৮২ (৪১ বছৰ)
কলকাতা, পশ্চিমবঙ্গ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনয়
জনা যায় বঙালী চলচ্চিত্ৰ অভিনেত্ৰী
উচ্চতা ১.৬৭ মিটাৰ (U=ft}})
দাম্পত্যসঙ্গী নিশপাল সিং ৰাণে
পিতৃ-মাতৃ ৰঞ্জিত মল্লিক
দীপা মল্লিক

ব্যক্তিগত আৰু শিক্ষা জীৱন

কোয়েলে পশ্চিমবঙ্গৰ কলকাতাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ বিখ্যাত বঙালী অভিনেতা ৰঞ্জিত মল্লিক আৰু মাতৃৰ নাম দীপা মল্লিক। তেওঁ মডাৰ্ণ হাইস্কুল নামে এখন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত স্কুলীয়া জীৱন অতিবাহিত কৰি পাচত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ গোখলে বালিকা মেমোৰিয়েল কলেজৰ পৰা মনোবিজ্ঞান বিষয়ত বি.এছ.চি (অনাৰ্চ) উপাধি লাভ কৰে।

চলচ্চিত্ৰপঞ্জী

বছৰ ছবি পৰিচালক সহশিল্পী ভাষা
২০১৭ ককপিট কমল দেবৰুক্মিণী মৈত্ৰ বঙালী
২০১৫ বেশ কৰেছি প্ৰেম কৰেছি ৰাজা চন্দ জিৎ বঙালী
২০১৫ হিৰোগিৰি ৰবি কিনাগী দেব, মিঠুন চক্ৰবৰ্তী বঙালী
২০১৪ চাৰ সন্দীপ ৰায় আবীৰ চট্টোপাধ্যায় বঙালী
২০১৪ অৰুন্ধতী সুজিত মন্ডল ইন্দ্ৰনীল সেনগুপ্ত বঙালী
২০১৪ হাইওয়ে সুদিপ্ত চট্টোপাধ্যায় পৰমব্ৰত চট্টোপাধ্যায় বঙালী
২০১৩ ৰংবাজ ৰাজা চন্দ দেব, ৰজতাভ দত্ত বঙালী
২০১২ দশমী সুমন মৈত্ৰ ইন্দ্ৰনীল সেনগুপ্ত বঙালী
২০১২ পাগলু ২ সুজিত মন্ডল দেব, টোটা ৰায়চৌধুৰী বঙালী
২০১২ হেমলক সোসাইটি সৃজিত মুখোপাধ্যায় পৰমব্ৰত চট্টোপাধ্যায়, সাহেব চট্টোপাধ্যায়, শিলাজিৎ মজুমদাৰ বঙালী
২০১২ জানেমন ৰাজা চন্দ সোহম চক্ৰবৰ্তী, আশীষ বিদ্যাৰ্থী বঙালী
২০১২ ১০০% লাভ ৰবি কিনাগী জিৎ বঙালী
২০১১ পাগলু ৰাজিব বিশ্বাস দেব বঙালী
২০১০ দুই পৃথিবী ৰাজ চক্ৰবৰ্তী জিৎ, দেব বঙালী
২০১০ হ্যাংওভাৰ প্ৰভাত ৰায় বিশেষ আবিৰ্ভাব বঙালী
২০১০ প্ৰেম বাই চান্স সুদেষ্ণা ৰায় আবীৰ চট্টোপাধ্যায় বঙালী
২০১০ মন যে কৰে উড়ু উড়ু সুজিত গুহ হিৰণ চট্টোপাধ্যায় বঙালী
২০১০ তু থা মন জাসি ৰাসি শ্ৰীতম দাস মিহিৰ দাস, হাৰা পাটনায়েক ওড়িয়া
২০০৯ বলো না তুমি আমাৰ সুজিত মন্ডল দেব, টোটা ৰায়চৌধুৰী বঙালী
২০০৯ হিটলিস্ট সন্দীপ ৰায় সাহেব চট্টোপাধ্যায়, টোটা ৰায়চৌধুৰী বঙালী
২০০৯ বৰ আসবে এখুনি ৰঞ্জন চক্ৰবৰ্তী যীশু সেনগুপ্ত, কাঞ্চন মল্লিক বঙালী
২০০৯ নীল আকাশেৰ চাঁদনী সুজিত গুহ জিৎ, যীশু সেনগুপ্ত বঙালী
২০০৯ জ্যাকপট কৌশিক গাঙ্গুলি হিৰণ চট্টোপাধ্যায়, ৰাহুল বন্দ্যোপাধ্যায়, সোহিনী পাল, দেব বঙালী
২০০৯ সাত পাকে বাঁধা সুজিত মন্ডল জিৎ বঙালী
২০০৮ লাভ ৰিঙ্গো বন্দ্যোপাধ্যায় যীশু সেনগুপ্ত বঙালী
২০০৮ চিৰ সাথী হৰনাথ চক্ৰবৰ্তী হিৰণ চট্টোপাধ্যায় বঙালী
২০০৮ মন মানে না সুজিত গুহ দেব বঙালী
২০০৮ প্ৰেমেৰ কাহিনী ৰবি কিনাগী দেব, যীশু সেনগুপ্ত বঙালী
২০০৭ চাদেৰ বাড়ি তৰুন চক্ৰবৰ্তী সোহম চক্ৰবৰ্তী বঙালী
২০০৭ মহানায়ক দেবু পাটনায়েক ৰাহুল দেব, অনুভব মোহান্তি, বিজয় মোহান্তি ওড়িয়া
২০০৭ মিনিষ্টাৰ ফাটাকেষ্ট স্বপন সাহা মিঠুন চক্ৰবৰ্তী বঙালী
২০০৭ নবাব নন্দিনী হৰনাথ চক্ৰবৰ্তী হিৰণ চট্টোপাধ্যায়, তাথৈ দেব বঙালী
২০০৬ এম.এল.এ ফাটাকেষ্ট স্বপন সাহা মিঠুন চক্ৰবৰ্তী বঙালী
২০০৬ শিকড় সাৰান দত্ত অমিতাভ ভট্টাচাৰ্য বঙালী
২০০৬ ঘটক স্বপন সাহা জিৎ বঙালী
২০০৬ এৰই নাম প্ৰেম সুজিত গুহ অনুভব মোহান্তি বঙালী
২০০৬ হিৰো স্বপন সাহা জিৎ বঙালী
২০০৫ চোৰে চোৰে মাসতুতো ভাই অনুপ সেনগুপ্ত যীশু সেনগুপ্ত, মিঠুন চক্ৰবৰ্তী, জিৎ বঙালী
২০০৫ প্ৰেমি নং ১ দেবু পাটনায়েক ৰাহুল দেব, অনুভব মোহান্তি ওড়িয়া
২০০৫ শুভদৃষ্টি প্ৰভাত ৰায় জিৎ, পৰমব্ৰত চট্টোপাধ্যায় বঙালী
২০০৫ যুদ্ধ ৰবি কিনাগী মিঠুন চক্ৰবৰ্তী, জিৎ বঙালী
২০০৫ মানিক প্ৰভাত ৰায় জিৎ বঙালী
২০০৪ দেবীপক্ষ ৰাজা সেন ঋতুপৰ্ণ সেনগুপ্ত বঙালী
২০০৪ শুধু তুমি অভিজিত গুহ, সুদেষ্ণা ৰায় প্ৰসেনজিৎ চট্টোপাধ্যায়, পায়েল সৰকাৰ বঙালী
২০০৪ বন্ধন ৰবি কিনাগী জিৎ বঙালী
২০০৪ বাদশাহ সৌৰভ চক্ৰবৰ্তী প্ৰসেনজিৎ চট্টোপাধ্যায় বঙালী
২০০৩ নাটেৰ গুৰু হৰনাথ চক্ৰবৰ্তী জিৎ বঙালী

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

সেউজ গৃহ প্ৰভাৱমণিৰাম দেৱান (চলচ্চিত্ৰ)নাটককলাভাৰতীয় সাহিত্যকৃষ্ণদামোদৰ দেৱবিশেষ শিক্ষামাৰ্ঘেৰিটা মহকুমাবায়ু প্ৰদূষণকাৰ্বি আংলং জিলাৰাজনীতিমৌ-মাখিএ পি জে আব্দুল কালামজ্ঞানপীঠ বঁটাশ্বিলংপৰিৱেশ তন্ত্ৰভাৰতহৰপ্পাপদুমঅৰ্কিডভাৰতীয় জাতীয় কংগ্ৰেছবিশ্বনাথ চাৰিআলিটুক্ৰেশ্বৰী দেৱালয়অসমৰ কাঁহ শিল্পমণিৰাম দেৱানগোলকীকৰণনলিনীবালা দেৱীনীলকণ্ঠী ব্ৰজহাবুংগান্ধীবাদসাত বিহুকালিদাসশ্ৰী শ্ৰী বটদ্ৰৱা থানমে ডাম মে ফি৭ ফেব্ৰুৱাৰীপৃথুঅসমৰ সাধুকথাইংৰাজী ভাষাঔষধি উদ্ভিদনীলমণি ফুকন (কনিষ্ঠ)পদ (ব্যাকৰণ)অৰুণোদইভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঅন্তৰীপ (উপন্যাস)ভাষাবিজ্ঞানঅসমীয়া উপন্যাসখ্ৰীষ্টান ধৰ্মবিষ্ণুপ্ৰসাদ ৰাভামহাসাগৰমহাকাব্যভাৰতীয় দৰ্শননেলছন মেণ্ডেলাবাইখো পূজাকমলাকান্ত ভট্টাচাৰ্য্যবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণবিয়া নামঅসমৰ সমস্যাবিষুৱ ৰেখাজেং বিহুডিগবৈদৰ্শনউত্তৰ-পূব সীমান্ত ৰেলৱেঅসমীয়া পুৰণি সাহিত্যফকৰা যোজনাঅসমীয়া জাতিবৰপেটা (লোকসভা সমষ্টি)কামাখ্যা মন্দিৰপৃথিৱীফুলকোচ ৰাজবংশীউমানন্দদশাৱতাৰসংখ্যাকোষ (জীৱবিজ্ঞান)ব্যক্তিত্ব🡆 More