কাৰ্টেল

দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে সম্পাদনা দ্বন্দ্ব বা edit conflict বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ ইতিহাস টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে }ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন।

কাৰ্টেল (ইংৰাজী: Cartel) হৈছে স্বতন্ত্ৰ বজাৰ-অংশগ্ৰহণকাৰীৰ এটা গোট যি তেওঁলোকৰ লাভৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আৰু বজাৰত আধিপত্য বিস্তাৰ কৰিবলৈ ইজনে সিজনৰ সৈতে মিত্ৰতা কৰে। কাৰ্টেল সাধাৰণতে একে ব্যৱসায়িক ক্ষেত্ৰৰ সংগঠন অৰ্থাৎ প্ৰতিদ্বন্দ্বীসকলৰ মিত্ৰতা। বেছিভাগ ক্ষেত্ৰতে ইয়াক প্ৰতিযোগিতাবিৰোধী আচৰণ বুলি বিবেচনা কৰা হয় আৰু এনে ধৰণৰ প্ৰথাক অবৈধ ঘোষণা কৰে। কাৰ্টেলত মূল্য নিৰ্ধাৰণ, নিবিদা ৰিগিং, আৰু উৎপাদন হ্ৰাস অন্তৰ্ভুক্ত হৈ থাকে। কাৰ্টেলৰ বিশ্লেষণ কৰা অৰ্থনীতিৰ মতবাদক কাৰ্টেল তত্ত্ব বুলি জনা যায়। কাৰ্টেলন অন্যান্য প্ৰকাৰৰ মিত্ৰতা বা যেনে কৰ্পোৰেট মাৰ্জাৰ বা ব্যৱসায় সংগঠনৰ একত্ৰীকৰণৰ পৰা পৃথক।

ব্যুৎপত্তি

কাৰ্টেল শব্দটো ইটালিয়ান শব্দ কাৰ্টেলোৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে "কাগজৰ পাত" বা "প্লেকাৰ্ড", আৰু এই শব্দটো লেটিন ভাষাৰ চাৰ্টা শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "কাৰ্ড।" ইটালিয়ান শব্দটো মধ্য ফৰাচী ভাষাত কাৰ্টেল হৈ পৰিছিল আৰু ইয়াক ইংৰাজীত অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল। ইংৰাজীত এই শব্দটো মূলতঃ যুদ্ধৰত ৰাষ্ট্ৰসমূহৰ মাজত ১৬৯০ৰ দশকৰ পৰা বন্দীসকলৰ চিকিৎসা আৰু আদান-প্ৰদান নিয়ন্ত্ৰণত ৰখাৰ বাবে লিখিত চুক্তিৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ১৮৯৯ চনৰ পৰা প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰসমূহৰ মাজত যিকোনো আন্তঃচৰকাৰী চুক্তিৰ অৰ্থত এই শব্দটোৰ ব্যৱহাৰ সাধাৰণীকৰণ হৈ পৰে।

আন্তৰ্জাতিক চুক্তিৰ সলনি এটা অৰ্থনৈতিক গোটৰ বৰ্ণনা কৰিবলৈ ইংৰাজী শব্দ কাৰ্টেলৰ ব্যৱহাৰ ১৮০০ৰ দশকৰ বহু পিছত জাৰ্মান শব্দ কাৰ্টেলৰ পৰা আহৰণ কৰা হৈছি আৰু ইয়াৰ মূল আছিল ফৰাচী শব্দ কাৰ্টেল। ১৮৪৬ চনত জাৰ্মান ৰেল কোম্পানীসমূহৰ মাজত প্ৰথমবাৰৰ বাবে শুল্ক আৰু কাৰিকৰী মানকৰণৰ প্ৰচেষ্টা বৰ্ণনা কৰিবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল।


তথ্য সংগ্ৰহ

Tags:

সাঁচ:সম্পাদনা দ্বন্দ্ব

🔥 Trending searches on Wiki অসমীয়া:

মৈদামবাঁহমুড়িঅসম কৃষি বিশ্ববিদ্যালয়ব্লগভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমই আৰু নেফাদৌল গোবিন্দ মন্দিৰসন্ধ্যাৰাগ (চলচ্চিত্ৰ)গোপীনাথ বৰদলৈপাৰৱীন চুলতানাঅসমৰ বয়ন শিল্পঅসমৰ নদীসমূহৰ তালিকামহামন্দাঈদ-উল-জুহাযৌন প্ৰৱেশক্ৰিয়াউত্তৰ গুৱাহাটীৰামদেৱসেউজ গৃহ প্ৰভাৱসাতবাহন ৰাজবংশবৃত্তযোৰানামকৃষ্ণইয়াণ্ডাবু সন্ধিমহো-হো উৎসৱভূপেন হাজৰিকাক্ৰিকেটঢোলভ্ৰাম্যমাণ থিয়েটাৰজলবায়ুআকবৰচলচ্চিত্ৰমিত্ৰদেৱ মহন্তৰাভা জনগোষ্ঠীভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাকৃত্ৰিম বুদ্ধিমত্তাপোৱামক্কাকীৰ্তন-ঘোষাঝুমুৰকথা-ভাগৱতশিৱসাগৰ জিলাকানাই বৰশী বোৱা শিলালিপিকম্পিউটাৰচৈয়দ আব্দুল মালিকঅসম লোকসেৱা আয়োগচন্দ্ৰধৰ চমুৱাদুধনৈমানৱ ভূগোলড়দানৱ ৰাজবংশজল প্ৰদূষণজীৱনীধ্বনিবিজ্ঞানমামণি ৰয়ছম গোস্বামীউপভাষাঅসমৰ জাতীয় গীততৎসমঅসমীয়া কবিতাপ্ৰাগজ্যোতিষপুৰশৰাইঘাট দলংচৰকাৰী ভাষা আন্দোলন (অসম)এচিদ বৰষুণটাইফইডঅসমৰ সমস্যাঅন্ধবিশ্বাসভাৰতত মহিলাৰ স্বাস্থ্যভাস্কৰাব্দঅযোধ্যা (পৌৰাণিক নগৰ)অষ্ট্ৰেলিয়াৰোগহেমচন্দ্ৰ বৰুৱাবৰহমথুৰিবাইখো পূজাভটিমাশিক্ষা মনোবিজ্ঞান🡆 More