আমিৰ খান: ভাৰতীয় অভিনেতা আৰু পৰিচালক

মহম্মদ আমিৰ হুচেইন খান (হিন্দী: आमिर खान; জন্ম: ১৪ মাৰ্চ ১৯৬৫) হ'ল এজন বিখ্যাত ভাৰতীয় অভিনেতা। হিন্দী ছবিত ত্ৰিছ বছৰৰো বেছি সময় ধৰি তেওঁৰ কেৰিয়াৰত খানে নিজকে ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱশালী অভিনেতা হিচাপে প্ৰতিষ্ঠিত কৰিছে।

আমিৰ খান
আমিৰ খান: ভাৰতীয় অভিনেতা আৰু পৰিচালক
জন্ম মহম্মদ আমিৰ হুচেইন খান ১৪ মাৰ্চ, ১৯৬৫ (৫৯ বছৰ)
বম্বে, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা Narsee Monjee College of Commerce and Economics
পেচা
  • অভিনেতা
  • চলচ্চিত্ৰ পৰিচালক
  • চলচ্চিত্ৰ প্ৰযোজক
  • চিত্ৰনাট্যকাৰ
  • গায়ক
  • talk-show host
সক্ৰিয় হৈ থকা সময় ১৯৭৩–বৰ্তমান
দাম্পত্যসঙ্গী
  • ৰিনা দত্ত (বি. ১৯৮৬; বিবি. ২০০২)
  • কিৰন ৰাঁও (বি. ২০০৫)
পিতৃ-মাতৃ তাহিৰ হুছেইন পিতৃ)
জিনত হুছেইন (মাতৃ)
সন্তান
ৱেবছাইট
www.aamirkhan.com

চলচ্চিত্ৰ তালিকা

শিৰোনাম বছৰ Credited as Notes Ref.
অভিনেতা প্ৰযোজক অন্য চৰিত্ৰ
য়াদো কি বাৰাত 1973 হয় শিশু ৰতন[II] Minor role
মধহোষ 1974 হয় শিশু ৰাজ[III] Minor role
পৰনয়া 1983 হয় সহঃ পৰিচালক Unknown Short film
মঞ্জিল মঞ্জিল 1984 সহঃ পৰিচালক
হ'লি 1984 হয় মদন শৰ্মা
জবৰদস্ত 1985 সহঃ পৰিচালক
কয়ামত চে কয়ামত তক 1988 হয় সহঃ লেখক ৰাজ
  • ফিল্মফেয়াৰ: শ্ৰেষ্ঠ নবাগত অভিনেতা
  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
ৰাখ 1989 হয় আমিৰ হুছেইন
  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
লভ লভ লভ 1989 হয় অমিত
অৱল নম্বৰ 1990 হয় ছানী
তুম মেৰে হ' 1990 হয় শিৱা
ডিল 1990 হয় ৰাজা মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
দিৱানা মুজ্চা নহি 1990 হয় অজয় শৰ্মা
জৱানী জিণ্ডাবাদ 1990 হয় শশী শৰ্মা
আফচানা প্যাৰ কা 1991 হয় ৰাজ
দিল হে কে মানতা নেহি 1991 হয় ৰঘু জেটলী মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
ইচি কা নাম জিণ্ডগি 1992 হয় চটু
ডাউলট কি জঙ্গ 1992 হয় ৰাজেশ চৌধুৰী
জো জিতা ৱহি ছিকন্দৰ 1992 হয় সঞ্জয় লাল শৰ্মা মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
পহলা নচা 1993 হয় Himself Cameo appearance
পৰম্পৰা 1993 হয় ৰনবীৰ পৃথ্বী সিং
দামিনী 1993 হয় Himself Cameo appearance
হম হ্যায় ৰাহি প্যাৰ কে 1993 হয় চিত্ৰনাট্যকাৰ ৰাহুল মালহোত্ৰা মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
আন্দাজ আপনা আপনা 1994 হয় অমৰ মনোহৰ মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
বাজী 1995 হয় Amar Damjee
আতংক হি আতংক 1995 হয় ৰোহন
ৰঙগীলা 1995 হয় মুন্না মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
অকেলে হম অকেলে তুম 1995 হয় ৰোহিত কুমাৰ
ৰাজা হিন্দুস্তানী 1996 হয় ৰাজা হিণ্ডুস্তানী ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
ইশ্ক 1997 হয় ৰাজা আহলাৱট
গুলাম 1998 হয় নেপথ্য গায়ক সিদ্ধাৰ্থ মাৰাথে
  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ নেপথ্য গায়ক
আৰ্থ্ 1998 হয় Dil Navaz Canadian-Indian film

Released in India as 1947: Earth

চৰফাৰোচ 1999 হয় অজয় সিং ৰাথোৰ মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
মন 1999 হয় দেৱ কৰণ সিং
মেলা 2000 হয় নেপথ্য গায়ক কিশন প্যাৰে
লগান 2001 হয় হয় ভুৱন
  • ফিল্মফেয়াৰ: শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
  • মনোনীত—Academy Award for Best Foreign Language Film
দিল চাহ্‌তা হ্যায় 2001 হয় আকাশ মালহোত্ৰা মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
Madness in the Desert 2004 হয় হয় Himself Documentary filmAlso known as Chale Chalo: The Lunacy of Film Making

National Film Award for Best Exploration/Adventure Film

মঙ্গল পাণ্ডে: দ্যা ৰাইজিং 2005 হয় নেপথ্য গায়ক মঙ্গল পাণ্ডে মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
ৰং দে বসন্তি 2006 হয় নেপথ্য গায়ক দলজিত সিং/

চন্দ্ৰশেখৰ আজাদ[IV]

  • Filmfare Critics Award for Best Actor
  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
ফানা 2006 হয় ৰেহান কাডৰী
তাৰে জমিন পৰ 2007 হয় হয় পৰিচালক

নেপথ্য গায়ক

ৰাম শংকৰ নিকুম্ভ
  • National Film Award for Best Film on Family Welfare
  • ফিল্মফেয়াৰ: শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • ফিল্মফেয়াৰ: শ্ৰেষ্ঠ পৰিচালক
  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ সহঃঅভিনেতা
জানে টু য়া জানে না 2008 হয় মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
গজনী 2008 হয় সহযোগী লেখক সঞ্জয় সিংহানীয়া মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
লাক বাই চাঞ্চ 2009 হয় Himself Cameo appearance
থ্ৰী ইডিয়টচ্ 2009 হয় ৰনচ'ৰ দাস শ্যামল দাস চাঞ্চৰ/ ফুনচুখ ৱাংগৰু[V] মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
পিপলি লাইফ 2010 হয় Nominated—Filmfare Award for Best Film
ধোবি ঘাট 2011 হয় হয় অৰুণ
Big in Bollywood 2011 হয় Himself Documentary film
দেল্হী বেলি 2011 হয় হয় Disco Fighter Special appearance in song "I Hate You (Like I Love You)"

Nominated—Filmfare Award for Best Film

তালাশ: দ্যা এঞ্চৱাৰ লাইচ ৱিডিন 2012 হয় হয় সুৰ্জন সিং শ্বেখাৱত
বম্বে টকিচ্ 2013 হয় Himself Special appearance in song "Apna Bombay Talkies"
Ru-Ba-Ru 2013 হয় হয় Himself Documentary film
ধুম ৩ 2013 হয় শ্বাহিৰ খান/সমৰ খান[VI]
পিকে 2014 হয় Nominated—Filmfare Award for Best Actor
ডিল ধডকনে দো 2015 হয় প্লুট' Voice role
দংগল 2016 হয় হয় নেপথ্য গায়ক মহাবীৰ সিং ফোগাট Filmfare Award for Best Actor

Filmfare Award for Best Film

চিক্ৰেট চুপাৰস্তাৰ 2017 হয় হয় শক্তি কুমাৰ Nominated—Filmfare Award for Best Supporting Actor

Nominated—Filmfare Award for Best Film

ঠাগছ অব্ হিণ্ডুস্তান 2018 হয় ফিৰঙ্গী মাল্লাহ

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

গুগলশব্দ (অভিধান)কীৰ্তন ঘোষা সংকলনযোৰহাট জিলাৰ ইতিহাসবিশ্ব মেলেৰিয়া দিৱসঅসমৰ মাছ ধৰা সঁজুলিউদ্বিগ্নতাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅসমীয়া উপন্যাসতেজলক্ষ্মীনাথ বেজবৰুৱাবৰগীতভাৰতৰ উপৰাষ্ট্ৰপতিভীমৰাও ৰামজী আম্বেদকাৰঅসমৰ সাহিত্যিকসকলৰ তালিকাঅসমৰ পৰম্পৰাগত সাজ- পাৰআলেকজেণ্ডাৰসম্ৰাট অশোকলখিমপুৰ (লোকসভা সমষ্টি)জলসিঞ্চনঅসমীয়া ভাষাআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিআহোম ৰাজ্যভগদত্তবাজেটকমলাবাৰী সত্ৰঅৰুণোদইবুৰঞ্জীমহাদেশকলিতা জনগোষ্ঠীআৰবী ভাষাজল প্ৰদূষণউৎসৱঅসমৰ তেল শোধনাগাৰg987zঈয়াৰুইঙ্গমৰাজনীতিলোকসভাগোলকীকৰণঢ়ডিমাছা জনগোষ্ঠীঅসমীয়া সাহিত্যমূৰাৰা, ৰঙিয়ালক্ষ্মীধৰ শৰ্মাহুঁচৰিমংগোলিয়ামামণি ৰয়ছম গোস্বামীদীৰ্ঘেশ্বৰী দেৱালয়নামঘৰত্ৰিপিটক২৬ এপ্ৰিলদুৰ্যোগহিমাংশু প্ৰসাদ দাসবৰদৈচিলাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)ভিটামিনশৰাইঘাট দলংকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানউত্তৰ-পূব সীমান্ত ৰেলৱেআলি আঃয়ে লৃগাংবৰপেটা (লোকসভা সমষ্টি)ভাৰতীয় মহাকাশ গৱেষণা সংস্থাকলাআনন্দৰাম ঢেকিয়াল ফুকনঅৰ্জুন ভঞ্জনগান্ধাৰীঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণবিবাহমেলেৰিয়া🡆 More