লগান

লগান (অসমীয়া: খাজনা, হিন্দী: लगान) হৈছে ২০০১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দি চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য ভূমিকা ৰুপায়ন কৰিছিল আমিৰ খান আৰু গ্ৰেছী সিঙে।

লগান: ৱাঞ্চ আপন এ টাইম ইন ইণ্ডিয়া
পৰিচালক আশুতোষ গোৱাৰিকৰ
ৰচনা K. P. Saxena
(হিন্দী সংলাপ)
আশুতোষ গোৱাৰিকৰ
(ইংৰাজী সংলাপ)
চিত্ৰনাট্য আশুতোষ গোৱাৰিকৰ
San
কাহিনী আশুতোষ গোৱাৰিকৰ
প্ৰযোজক আমিৰ খান
অভিনয়ত
  • আমিৰ খান
  • গ্ৰেচী সিং
  • ৰাচেল ছেলি
  • পল ব্লাকথ্ৰন
সূত্ৰধাৰ অমিতাভ বচ্চন
চিত্ৰগ্ৰহণকাৰী অনিল মেহতা
সম্পাদনা Ballu Saluja
সংগীত পৰিচালক এ. আৰ. ৰহমান
প্ৰযোজনা
কোম্পানী
আমিৰ খান প্ৰডাকচন
পৰিবেশক Sony Pictures Networks
Zee Network
মুক্তি
১৫ জুন ২০০১ (2001-06-15)
দৈৰ্ঘ্য
২২৪ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ২৫ কোটি
সৰ্বমুঠ আয় ৬৮.৬৮ কোটি

লগানে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিলাকত সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু ইয়াৰ লগতে ছবিখনে অনেক বঁটা লাভ কৰিছিল। লগান অস্কাৰ বঁটালৈ মনোনীত হোৱা তৃতীয় ভাৰতীয় চলচ্চিত্ৰ ৰূপে পৰিগণিত হ'ল।

তথ্য সংগ্ৰহ

Tags:

আমিৰ খান

🔥 Trending searches on Wiki অসমীয়া:

উত্তৰ-পূব ভাৰতমহাভাৰতঅসমীয়া লোকসাহিত্যগগনাপঞ্জাৱ এণ্ড সিন্ধ বেংকলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানউপভাষামোৰ জীৱন সোঁৱৰণপৰ্যাবৃত্ত তালিকাভূপেন হাজৰিকা সেতুশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯গোলকীয় উষ্ণতা বৃদ্ধিপুথিভঁৰালনগাঁও কুইজ ফ'ৰামআল্লাহঅসমৰ বনৌষধিঅজন্তা গুহাসমূহঅসমৰ তেল শোধনাগাৰঈয়াৰুইঙ্গমসৰ্থেবাৰীঅশোক ফুলচ্যু-খ্ৰং-ফাআহোম ৰাজবংশসংস্কৃতিদশাৱতাৰঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅসমীয়া উপন্যাসমাৰ্ক্সবাদচিলাৰায়জৈৱ বৈচিত্ৰ্যকাঞ্চন (উপন্যাস)জিকিৰজয়মতী (১৯৩৫ চলচ্চিত্ৰ)মহা মৃত্যুঞ্জয় মন্দিৰমোৱামৰীয়া বিদ্ৰোহসুমিত্ৰা চৰত ৰামমুদ্ৰাস্ফীতিআন্তৰ্জাতিক নাৰী দিৱসইউক্লিডপাচন তন্ত্ৰপাইক প্ৰথাপ্ৰাচীন গ্ৰীচবাঁহীডিম্বেশ্বৰ নেওগফুলসেউজ গৃহ প্ৰভাৱঅসমীয়া গালি-গালাজহস্তমৈথুনভবেন্দ্ৰ নাথ শইকীয়াবিবাহচলচ্চিত্ৰদৰং জিলাহিমন্ত বিশ্ব শৰ্মাঅসমীয়া লোক-সংস্কৃতিমাইকেলেঞ্জেল'অৰুণাচল প্ৰদেশঅসমৰ চলচ্চিত্ৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিভাৰতমনকৰমনোমতীনাৰী সবলীকৰণসমাজবাদবড়ো ভাষাভাৰতৰ উপৰাষ্ট্ৰপতিসংখ্যাশকুন্তলা (চলচ্চিত্ৰ)পৰিসংখ্যাসুভাষ চন্দ্ৰ বসুগৱেষণাকছাৰী ৰাজ্যদেওধাই অসম বুৰঞ্জীপথেৰ পাঁচালীভটিমাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবাণ ৰঙ্গমঞ্চ🡆 More