আখৈ: চাউলেৰে তৈয়াৰী জলপান

আখৈ হৈছে ধানৰ পৰা প্ৰস্তুত কৰা এবিধ জলপান। ইয়াৰ বাবে ধান ৰ'দত শুকুৱাই লোৱা হয়। নদী বা পুখুৰীৰ পৰা বালি আনি ৰ'দত শুকুৱাই লোৱা হয়। তাৰ পিছত চৌকাত এটা কেৰাহীত শুকান বালিবোৰ তপতোৱা হয়। এনেদৰে তপতাই থাকোঁতে তাৰ ওপৰত ধানবোৰ ৰখা হয়। সৰু সৌতা এটাৰে ধানবোৰ লৰাই থাকোঁতে সেইবোৰ ফাটি 'ফট' 'ফট' শব্দ কৰি আখৈ প্ৰস্তুত হয়। সেইবোৰ কেৰাহীৰ পৰা তুলি এখন কুলাত ৰখা হয়। কুলাৰে সেইবোৰ জাৰি পৰিষ্কাৰ কৰি আখৈ উলিয়াই লোৱা হয়।মৃগেন শৰ্মাই লিখিছে-অসমীয়া সমাজত বিয়া অনুষ্ঠানত আখৈৰ ভূমিকা আছে৷ এই পৰ্বৰ নাম 'আখৈ তোলা'৷

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

অসমীয়া জলপান

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ভাষাৰ শব্দসম্ভাৰউদ্ভিদজীৱনৰ বাটতআহোম ৰাজবংশগমধৰ কোঁৱৰদীৰ্ঘেশ্বৰী দেৱালয়ভাৰতৰ ইতিহাসভগদত্তপদুমৰাতি বিহুকাৰেঙৰ লিগিৰীহৰি-হৰ যুদ্ধকোচ ৰাজবংশকেঁচুসাৰপদ্মনাথ গোহাঞি বৰুৱাপাঠ্যক্ৰমজন গণ মনস্বাভাৱিক সংখ্যাডাকৰ বচননৱ-বৈষ্ণৱ ধৰ্মজলসিঞ্চনশালস্তম্ভ ৰাজবংশস্বদেশী আন্দোলনআলি আঃয়ে লৃগাংশোণিতপুৰ জিলানিমাতী কইনাআকবৰঅসমৰ পুৰণি স্থাপত্যঅপাৰেটিং চিষ্টেমলখিমপুৰ (লোকসভা সমষ্টি)সাধুকথাঅৰ্কিডচিত্ৰা মণ্ডলচৰকাৰভাৰতীয় নাগৰিকত্ব আইনহেম বৰুৱা (ত্যাগবীৰ)কামাখ্যা মন্দিৰহৰপ্পাশিশুৰ খেল-ধেমালিবুলু ফিল্মৰামধেনু (আলোচনী)কুলিৰাসোৎসৱভূমিকম্পব্যাকৰণবাঁহীনেলছন মেণ্ডেলাৰুদ্ৰেশ্বৰ দেৱালয়মাধৱী লতাআধুনিকতাবাদগগৈউত্তৰ-পূব ভাৰতহিতেশ্বৰ বৰবৰুৱাএহাত ডাবাবিপন্ন প্ৰজাতিলভিতাশিৱসাগৰকাঞ্চন (উপন্যাস)অসমৰ নদীসমূহৰ তালিকাঅৰ্জুন ভঞ্জনহিউৱেন-চাংকাৰ্বি ভাষাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগসন্ধ্যাৰাগ (চলচ্চিত্ৰ)চিৰ চেনেহী মোৰ ভাষা জননীকামৰূপ জিলামৰিগাঁও জিলাত্ৰিপিটকইন্দ্ৰছ'ভিয়েট সংঘকামৰূপ ৰাজ্যমানুহ🡆 More