অসম চুক্তি

অসম চুক্তি (১৯৮৫) ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি (ইংৰাজী: Memorandum of Settlement (MoS))। এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু ইয়াৰ ফলস্বৰূপে আন্দোলনৰ নেতৃত্বই এটা ৰাজনৈতিক দল গঠন কৰি পৰৱৰ্তী সময়ত অসমত চৰকাৰ গঠন কৰিছিল।

যদিও এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিল, চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা অদ্যাপি কাৰ্যকৰীকৰণ হোৱা নাই। ইয়াৰ ফলস্বৰূপে কেইবাটাও মূল সমস্যাই মূৰ দাঙি আছে।

স্বাক্ষৰকাৰীসকল

অসম আন্দোলনৰ প্ৰতিনিধি

অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি

এই চুক্তিৰ স্বাক্ষৰৰ সময়ত উপস্থিত আছিল

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

অসম আন্দোলনইংৰাজী ভাষানতুন দিল্লীভাৰত চৰকাৰ

🔥 Trending searches on Wiki অসমীয়া:

বিলবসন্ত ঋতুভঠেলিচুতীয়া ৰাজ্যহিন্দু ধৰ্মৰাহুভাৰতত নাৰীবাদজ্ঞানপীঠ বঁটামহেশ্বৰ নেওগমৌলিক সংখ্যাৰুক্মিণী হৰণ নাটলাভলীনা বৰগোহাঁইহিন্দী ভাষামোহনদাস কৰমচান্দ গান্ধীঅসমছট পূজাপ্ৰাকৃতিক দুৰ্যোগসাত বিহুকাৰ্বি ভাষাখৰ্গেশ্বৰ তালুকদাৰডাকৰ বচনজৱাহৰ নৱোদয় বিদ্যালয়পথেৰ পাঁচালীমকৰাজৈৱ বৈচিত্ৰ্যদিনগমাৰীতলাতল ঘৰসেউজ গৃহ প্ৰভাৱনেপালী জনগোষ্ঠীৰাভা জনগোষ্ঠীসন্ধিবুটকাৰ্বি আংলং জিলাকোষ (জীৱবিজ্ঞান)ক্ষকৰবী ডেকা হাজৰিকাদেৱদাসী নৃত্যপাৰ চৰাইযক্ষ্মাকৃষ্ণকান্ত সন্দিকৈজুবিন গাৰ্গদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰইউক্লিডচামগুৰি সত্ৰতাল (বাদ্যযন্ত্ৰ)দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানজল প্ৰদূষণ২ মে'প্ৰথম বিশ্বযুদ্ধদন্দুৱা দ্ৰোহকামৰূপী প্ৰাকৃতঅসমীয়া লোক-সংস্কৃতিৰমন্যাসবাদৱিকিপিডিয়ামাঘ বিহুজোনাকী (আলোচনী)গৰু বিহুম’বাইল ফোনবদলা পদ্ম আতা সত্ৰকমলাবাৰী সত্ৰবাল্য বিবাহ নিষেধ আইন, ২০০৬মৰাণ জনগোষ্ঠীফুলগুৰি ধেৱাএৰী ৰেচমমহাভাৰতৰ পাত্ৰহেমচন্দ্ৰ বৰুৱাঅৰ্থনীতিপ্ৰাগজ্যোতিষপুৰসাঁচিপাতবৰাক নদীঘৰচিৰিকালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যতিতাবৰ মহকুমা🡆 More