চলচ্চিত্ৰ স্মৃতিৰ পৰশ

স্ম়তিৰ পৰশ (ইংৰাজী: Smritir Parash) ১৯৫৬ত মুক্তি পোৱা এখন অসমীয়া বোলছবি।বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত ছবিথন প্ৰযোজনা কৰে গৌৰী শংকৰ হিম্মৎসিংকাই আৰু পৰিচালনা কৰে নিপ বৰুৱাই। নিপ বৰুৱা পৰিচালিত এইখন প্ৰথম ছবি। এইখন ছবিতে প্ৰথমবাৰৰ বাবে হিন্দীগীত আৰু সম্পূৰ্ণ বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।

স্মৃতিৰ পৰশ
Smritir Parash
চলচ্চিত্ৰ স্মৃতিৰ পৰশ
স্মৃতিৰ পৰশ ছবিৰ পোষ্টাৰ
পৰিচালক নিপ বৰুৱা
চিত্ৰনাট্য নিপ বৰুৱা
কাহিনী নিপ বৰুৱা
প্ৰযোজক গৌৰী শংকৰ হিম্মৎসিংকা
অভিনয়ত ব্ৰজেন বৰুৱা
নিভা বৰুৱা
চিত্ৰগ্ৰহণকাৰী নলিন দুৱৰা
সম্পাদনা ৰমেশ যোশী
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

অভিনয় শিল্পী

গীত

ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। সঙ্গীত পৰিচালক ৰুপে এয়া ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি। গীত আছিল সাতটা; ইয়াৰে দুটা হিন্দী গীত। এয়াই আছিল অসমীয়া ছবিত প্ৰথম হিন্দী গীতৰ সংযোজন। সেই সময়ৰ হিন্দীগীতৰ জনপ্ৰিয়তা দেখি ব্যৱসায়িক দৃষ্টিভঙ্গীৰে সঙ্গীত পৰিচালক ব্ৰজেন বৰুৱাই এনে ছবিখনত হিন্দীগীতৰ সংযোজন কৰিব পাৰে। ছবিখনৰ বহুকেইটা গীত তেতিয়া অতি জনপ্ৰিয় হৈছিল। অসমীয়া ছবিত প্ৰথমবাৰৰ বাবে বিহুনাচ দেখুওৱা হৈছিল ৰুণুমী ছবিত; কিন্তু এই নাচ দেখুওৱা হৈছিল অতি কম সময়ৰ বাবে। 'স্মৃতিৰ পৰশ'ত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ এটা বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "টুনটুন কণমান আহা- সোণকণ পোনাকণ আহা"  কেশৱ মহন্ত ৰমেন বৰুৱা, ননী কাকতি
বিভা বৰুৱা, গিৰিণ বৰুৱা
 
2. "আই আমাৰ কপালতে ৰঙা সেন্দুৰৰে তিলক আঁকি দিয়া"  কেশৱ মহন্ত ৰমেন বৰুৱা, ননী কাকতি  
3. "অজান বেথাৰ লাগি শিহৰণ ঘনে ঘনে কঁপে হিয়া"  কেশৱ মহন্ত ৰমেন বৰুৱা  
4. "অ' মোৰে দেহীটি ঐ, অ' মোৰে চেনাইটি ঐ (বিহু)"  কেশৱ মহন্ত ৰমেন বৰুৱা, গুণদা কাকতি, ননী কাকতি
বিভা বৰুৱা, গিৰিণ বৰুৱা
 
5. "তিৰিবিৰি কৰি থাকা তুমি, যেন মুকুতাৰে মণি"  দ্বিবন বৰুৱাব্ৰজেন বৰুৱা  
6. "হেই চলক পৰে চান্দনী, ইক বহক পৰে ৰাগনী (হিন্দী)"  বীৰেণ দত্ত শ্যামল মিত্ৰ  
7. "কিসী কি য়াদ মেঁ যাতি, চলী য়হ জিন্দেগী অপনী (হিন্দী)"  এম গৌতমআল্পনা বন্দোপধ্যায়  

তথ্য উৎস

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মাঘ বিহুঅসমীয়া ব্যাকৰণলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীভেদাই লতাপাঠ্যক্ৰমব্যক্তিত্বভঠেলিঅসমীয়া ভাষাৰ শব্দসম্ভাৰপাইথেগাৰাছজিকিৰঅন্তৰীপ (উপন্যাস)চিত্ৰা মণ্ডলপ্ৰশান্ত মহাসাগৰমানৱ ভূগোলৰাজনীতিঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰসিংহচাইকেলগোলাঘাট জিলাশিশুৰ খেল-ধেমালিৰাসোৎসৱৰামধেনু (আলোচনী)শ্ৰী শ্ৰী বটদ্ৰৱা থানছক্ৰেটিছনাটকশিক্ষা মনোবিজ্ঞানমৌৰ্য সাম্ৰাজ্যমহাভাৰতমিচিং জনগোষ্ঠীঅসমীয়া ভাষা আন্দোলনশদিয়াতথ্য জনাৰ অধিকাৰ আইন, ২০০৫অসমৰ মুখা শিল্পমাৰ্ঘেৰিটা মহকুমাপদ (ব্যাকৰণ)শিৱসাগৰ পুখুৰীম'হৰ শিঙৰ পেঁপাআহোম ৰাজ্যগণিতশেলাইঅসমৰ পৰম্পৰাগত খেল-ধেমালি২৭ এপ্ৰিলমোৰ জীৱন সোঁৱৰণশ্বিলংসংবিধান দিৱস (ভাৰত)অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলআওৰাআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিঅসমৰ বাঁহ-বেতৰ শিল্পমহেন্দ্ৰ বৰাg987zঅসমীয়া সাহিত্যবেণুধৰ শৰ্মাতথ্যমাতৃভাষাতগৰযোগাসনলীলা গগৈগাখীৰলাচিত বৰফুকনৰাজ্যসভাধুবুৰী (লোকসভা সমষ্টি)পায়ু সংগমহেমচন্দ্ৰ বৰুৱাশাল গছউইলিয়াম শ্বেইকছপীয়েৰচিৰ চেনেহী মোৰ ভাষা জননীক্ৰিকেটধৰিত্ৰী দিৱসযোৰহাট জিলা🡆 More