শুক্ৰেশ্বৰ মন্দিৰ

শুক্ৰেশ্বৰ মন্দিৰ হ'ল অসমৰ কামৰূপ জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ। আহোম ৰজা প্ৰমত্ত সিংহই ১৭৪৪ চনত শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। গুৱাহাটী মহানগৰীৰ পাণবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত।

শুক্ৰেশ্বৰ মন্দিৰ
শুক্ৰেশ্বৰ মন্দিৰ
নাম
আনুস্থানিক নাম শুক্ৰেশ্বৰ মন্দিৰ
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা কামৰূপ
স্থান গুৱাহাটী
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
ইতিহাস
প্ৰতিস্থাপক প্ৰমত্ত সিংহ

লগতে চাওক

তথ্য সংগ্ৰহ

  • Baruah, S.L., Last Days of Ahom Monarchy—A History of Assam from 1769 to 1826, 1993
  • Barpujari, H.K., The Comprehensive History of Assam, p. 220, Volume Three, From Thirteenth Century A.D. to the Treaty of Yandabo (1826); Publication Board Assam, Guwahati-781 021.

বাহ্যিক সংযোগ

Tags:

অসমকামৰূপ মহানগৰ জিলাপ্ৰমত্ত সিংহব্ৰহ্মপুত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

সেউজ গৃহ প্ৰভাৱমাইলছ ব্ৰনছনঅপভ্ৰংশবাঁহনৱবিধা ভক্তিতিনিচুকীয়া জিলাকবিতাঅন্তৰীপ (উপন্যাস)ৰংনিৰোদ চৌধুৰীপিয়লি ফুকনগাঁও পঞ্চায়তবিষ্ণুপুৰুষোত্তম দাসভাৰতীয় ৰিজাৰ্ভ বেংকব্ৰিটিছ ৰাজবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণঅনুৰাধা শৰ্মা পূজাৰীঅম্বুবাচীবিবাহভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫জ্যোতিপ্ৰসাদ আগৰৱালামৰিগাঁও জিলাভক্তি ৰত্নাৱলীজণ্ডিছঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তভেঁকুৰত্ৰিপুৰাবতৰহাড়ব্ৰহ্মপুত্ৰ নদভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকালোকসভামাধৱ কন্দলিহলায়ুধধানগোৱালপৰীয়া লোকগীতগৱেষণাখনিকৰ (নাট)অৰ্থব্যৱস্থাপানীঅৰণ্যশীতল যুদ্ধমানৱ ভূগোলম’বাইল ফোনস্বাধীনতা দিৱস (ভাৰত)ভাৰতত মহিলা শিক্ষাসাহিত্য অকাডেমি বঁটাঅসমৰ জাতীয় গীতকৃষিসৌৰভ কুমাৰ চলিহাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅসমৰ ৰাজ্যপালসকলৰ তালিকাভূমিকম্পপ্ৰাকৃতিক দুৰ্যোগমহনিৰুপমা বৰগোহাঞিভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅন্নপ্ৰাশনবিশ্বকোষবিত্তীয় ব্যৱস্থাপালি ভাষাভাৰতীয় জনতা পাৰ্টিছাইমন কমিশ্যনমহেশ্বৰ নেওগআহোম ৰাজবংশজুবিন গাৰ্গমৰুভূমিটকা (বাদ্য)কোষ (জীৱবিজ্ঞান)শোণিত কুঁৱৰীবাগ্‌ধ্বনিচামেলি মেমচা'বপুৰাণ🡆 More