আলোচনী মায়া

মায়া এখন অসমীয়া বিনোদনধৰ্মী আলোচনী। আলোচনীখনৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল ১৯৯৯ চনৰ জানুৱাৰী মাহত। অসমৰ শ্ৰব্য কেছেট প্ৰযোজনা তথা চলচ্চিত্ৰ, চুটিছবি নিৰ্মাতা আৰু বিতৰণ প্ৰতিষ্ঠান এন.কে. প্ৰডাকচনৰ ভগ্নী প্ৰতিষ্ঠান ‘নতুন প্ৰকাশ'ৰ[উদ্ধৃতিৰ প্ৰয়োজন] দ্বাৰা প্ৰকাশিত ‘মায়া'ৰ প্ৰথম প্ৰকাশিকা আছিল ৰাণী বৰকটকী। বৰ্তমান দেৱব্ৰত দত্তই প্ৰকাশ কৰা এই আলোচনীখন অসমৰ সংগীত শিল্পৰ লগত জড়িত পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখ্য সম্পাদনা আৰু ৰবচন বৰুৱাৰ সম্পাদনাত প্ৰথমে আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত বিতোপন বৰাই সম্পাদকৰ দায়িত্ব বহন কৰা এই আলোচনীখনে বৰ্তমান (২০১২, মাৰ্চ) ১৩ বছৰত ভৰি দিছে। মাৰ্চ, ২০১২ সংখ্যাৰ সম্পাদক অমৃতকৃষ্ণ বৰা। গায়ক জুবিন গাৰ্গ এই আলোচনীৰ মুখ্য পৃষ্ঠপোষক।

মায়া
মায়া
সম্পাদক অমৃতকৃষ্ণ বৰা
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক নতুন প্ৰকাশ, ডি.জি. মিউজিক ষ্টুডিঅ', সেন্দুৰী আলি, গুৱাহাটী-২৪
প্ৰতিষ্ঠাপক দেৱ বৰকটকী
প্ৰথম সংখ্যা জানুৱাৰী, ১৯৯৯
দেশ ভাৰত
ভাষা অসমীয়া

অনলাইন সংস্কৰণ

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ লোকগীতঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তকৰ'নাভাইৰাছ ৰোগ ২০১৯হেপাটাইটিছ বিঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাবৃত্তঅসমীয়া জাতিভাৰতৰ সংৰক্ষণ ব্যৱস্থাচৰিত পুথিঅসমৰ মাছঅসম আন্দোলনভাৰতৰ সংবিধানগমধৰ কোঁৱৰশাল গছঅসমৰ নদীসমূহৰ তালিকামুগা (ৰেচম)নাৰীঅসমীয়া লোকসাহিত্যঅসমৰ পৰম্পৰাগত সাজ- পাৰবৃহস্পতি গ্ৰহভাৰতৰ ইতিহাসমাধৱ কন্দলিভাৰতৰ নিৰ্বাচন আয়োগজোনাকী (আলোচনী)সত্যনাথ বৰাকাৰ্ল মাৰ্ক্সকলিমাভূমি প্ৰদূষণগুণাভিৰাম বৰুৱাব-দ্বীপফাট বিহুভাওনানিৰ্মলপ্ৰভা বৰদলৈভাৰতীয় ৰিজাৰ্ভ বেংকমামণি ৰয়ছম গোস্বামীদুৰ্গা পূজাৰজনীগন্ধাউমাচল শিলালিপিভাৰতৰ ৰাষ্ট্ৰপতিতলাতল ঘৰমাতৃভাষাকাৰেংঘৰঅসম বৈভৱ বঁটাএ পি জে আব্দুল কালামমৌখিক ইতিহাসহিমবাহঅসমৰ চাহ জনগোষ্ঠীঅসমীয়া লোক কবিতাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাসংশয় ব্যৱস্থাপনাচুটিগল্পহেমকোষআত্মসহায়ক গোটযৌন সংগমসংখ্যালোকসভাকবিতাব'হাগ বিহুবিশেষ শিক্ষাঅখণ্ড সংখ্যাতাল (বাদ্যযন্ত্ৰ)ভূগোল২৫ এপ্ৰিল২৬ এপ্ৰিলএশিঙীয়া গঁড়উপভাষাপদ্মনাথ গোহাঞি বৰুৱাবেলি ফুলবাগ্‌ধ্বনিহাজং জনগোষ্ঠীঠেঙ্গাল কছাৰী জনগোষ্ঠীসংবিধান দিৱস (ভাৰত)গুৰু আসনমধ্যাহ্ন ভোজন আঁচনিউমানন্দকৃষ্ণকান্ত সন্দিকৈবিল গেট্‌ছ🡆 More