বিবেকানন্দ কেন্দ্ৰ

বিবেকানন্দ কেন্দ্ৰ হৈছে স্বামী বিবেকানন্দৰ আদৰ্শৰে পৰিচালিত এটা হিন্দু আধ্যাত্মিক সংগঠন। শ্ৰী একনাথ ৰানাডেই ১৯৭২ চনৰ ৭ জানুৱাৰীত ভাৰতবৰ্ষৰ তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰীত ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ বৰ্তমানৰ সভাপতি হৈছে পি পৰমেশ্বৰম।

প্ৰভাৱ

বিবেকানন্দ কেন্দ্ৰৰ সমগ্ৰ ভাৰতবৰ্ষ জুৰি ১৮ খন ৰাজ্যত ২০৫ টা শাখা আৰু ২০০তকৈও বেছি পূৰ্ণকালীন কৰ্মী আছে। উত্তৰ-পূব ভাৰতত এই সংগঠনটোৰ প্ৰভাৱ সৰ্বাধিক। কৰ্মীসকলক তিনিটা শ্ৰেণীত ভাগ কৰা হয়:

  • জীৱনব্ৰতী (সংস্কৃত: जीवनव्रती) বা আজীৱন কৰ্মী, কেন্দ্ৰত জীৱনজুৰি কাম কৰিবলৈ যোগদান কৰা কম বসয়ৰ ল'ৰা-ছোৱালী;
  • সেৱাব্ৰতী (সংস্কৃত: सेवाव्रती), যিয়ে কেন্দ্ৰ নিৰ্দিষ্ট সময়ৰ বাবে যোগদান কৰে;
  • বানপ্ৰস্থী (সংস্কৃত: वानप्रस्थी), যিয়ে অৱসৰ গ্ৰহণৰ পিছত কেন্দ্ৰত যোগদান কৰে; আৰু
  • কাৰ্যকৰ্তা (সংস্কৃত: कार्यकर्ता), স্থানীয় কৰ্মী যি ব্যক্তিগত কাম-কাজ বাদ নিদিয়াকৈ কেন্দ্ৰত নিয়োজিত হয়।

কৰ্মীসকলক গঢ় দিবৰ বাবে কেন্দ্ৰই 'যোগ বৰ্গ' (পাঠদান), 'বাল-সংস্কাৰ বৰ্গ', স্বধ্যায় বৰ্গ' আৰু প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। ভাৰতৰ চাৰিও মণ্ডলতে প্ৰশিক্ষণ কেন্দ্ৰবোৰ বিয়পি আছে।

বাহ্যিক সংযোগ

Tags:

তামিলনাডুভাৰতস্বামী বিবেকানন্দ

🔥 Trending searches on Wiki অসমীয়া:

অংকীয়া নাটকৃষ্ণকান্ত সন্দিকৈদাদাচাহেব ফাল্কেগুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকাহনুমানজয়মতী (১৯৩৫ চলচ্চিত্ৰ)বুটসাঁথৰনাৰীবিহু নৃত্যচিপাহী বিদ্ৰোহ ১৮৫৭গাঁও পঞ্চায়তসত্ৰীয়া নৃত্যবাঁহবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবসন্ত ঋতুউপভাষালোকসভাৰ অধ্যক্ষউৎসৱভ্ৰাম্যমাণ থিয়েটাৰনলিনীবালা দেৱীকপৌ ফুলদিহানামবড়ো ভাষাকুন্তীশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯তেজপুৰঅসমীয়া লিপিজোনবিল মেলাভিটামিনহাংৰি আন্দোলনশিক্ষা মনোবিজ্ঞানমঙ্গল গ্ৰহচ্যু-কা-ফানামঘোষাবাসুদেৱ থানআব্দুছ ছাত্তাৰপ্ৰতিমা (কাব্য গ্ৰন্থ)অতুল চন্দ্ৰ হাজৰিকাজোনাকী (আলোচনী)আর্গন (পোশাক)নৰসিংহ (উদ্ভিদ)তুলসীঅসীমত যাৰ হেৰাল সীমামামণি ৰয়ছম গোস্বামীদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া গালি-গালাজৰবীন্দ্ৰনাথ ঠাকুৰঅসমীয়া ভাষানীল প্ৰজাপতিঅসমীয়া জাতিকৰবী ডেকা হাজৰিকাৰাতি বিহুজৱাহৰলাল নেহৰুগদ্যলোকভাষাশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসমীয়া খাদ্যাভ্যাসহাতীহেমকোষসংগীতবড়ো জনগোষ্ঠীকেতেকীযতি-চিনসংস্কৃত ভাষাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাফুলহিউৱেন-চাংদেৱকান্ত বৰুৱাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅসমীয়া ভাষা উন্নতি সাধিনী সভা🡆 More