লোকসভা সমষ্টি তেজপুৰ

তেজপুৰ লোকসভা সমষ্টি (ইংৰাজী: Tezpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

তেজপুৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে:

  1. ঢেঁকীয়াজুলি বিধানসভা সমষ্টি
  2. বৰচলা বিধানসভা সমষ্টি
  3. তেজপুৰ বিধানসভা সমষ্টি
  4. ৰঙাপাৰা বিধানসভা সমষ্টি
  5. চতিয়া বিধানসভা সমষ্টি
  6. বিশ্বনাথ বিধানসভা সমষ্টি
  7. বিহালী বিধানসভা সমষ্টি
  8. গহপুৰ বিধানসভা সমষ্টি
  9. বিহপুৰীয়া বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল

ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৫৭ বিজয় চন্দ্ৰ ভাগৱতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২ বিজয় চন্দ্ৰ ভাগৱতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ বিজয় চন্দ্ৰ ভাগৱতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১ কমলা প্ৰসাদ আগৰৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ পূৰ্ণ নাৰায়ণ সিনহা জনতা দল
১৯৮৪ বিপিনপাল দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১ স্বৰূপ উপাধ্যায় ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ ঈশ্বৰ প্ৰসন্ন হাজৰিকা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৮ মণি কুমাৰ চুব্বা ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ ১৯৯৯ মণি কুমাৰ চুব্বা ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ ২০০৪ মণি কুমাৰ চুব্বা ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ ২০০৯ যোচেফ তপ্প' অসম গণ পৰিষদ
১৩ ২০১৪ ৰামপ্ৰসাদ শৰ্মা ভাৰতীয় জনতা পাৰ্টী

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

লোকসভা সমষ্টি তেজপুৰ বিধানসভাৰ সমষ্টিসমূহলোকসভা সমষ্টি তেজপুৰ লোকসভাৰ সদস্যসকললোকসভা সমষ্টি তেজপুৰ লগতে চাওকলোকসভা সমষ্টি তেজপুৰ তথ্য সংগ্ৰহলোকসভা সমষ্টি তেজপুৰঅসমইংৰাজী ভাষালোক সভা

🔥 Trending searches on Wiki অসমীয়া:

দীপৰ বিলঅগ্নিগড়ইতিহাসঅসম বৈভৱ বঁটাভাৰতত নাৰীবাদজন গণ মনউজনি অসমব্ৰাহ্ম সমাজজুবিন গাৰ্গৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘশিল্প বিপ্লৱপাইথেগাৰাছঅম্বুবাচীসাহিত্য সমালোচনাপৰ্যাবৃত্ত তালিকাবিৰিঞ্চি কুমাৰ বৰুৱাশক্তিৰ সংৰক্ষণশীলতাকোচ ৰাজবংশঅসমৰ সাধুকথাঅসমীয়া গালি-গালাজদশাৱতাৰৱিকিভাৰতৰ জাতীয় পতাকাপদ্মনাথ গোহাঞি বৰুৱামিচিং জনগোষ্ঠীজল প্ৰদূষণজৈৱ বৈচিত্ৰ্যইন্দ্ৰা নূয়ীফৰাচী বিপ্লৱপুৰাণগ্ৰহাণুআৰ্যভট্টহেম বৰুৱাম'লঅসমৰ পৰম্পৰাগত সাজ-পাৰভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধানবিহুৰ খাদ্যআধুনিকতাবাদবসন্ত ঋতুবেলিমাৰ (নাটক)তাজমহলবড়ো সাহিত্য সভাঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাগুৱাহাটী উচ্চ ন্যায়ালয়হেমকোষভাৰতীয় ভাষাধ্বনিতত্ত্বমুদ্ৰাস্ফীতিআনন্দৰাম বৰুৱাচিপাহী বিদ্ৰোহ ১৮৫৭ভাৰতীয় নাগৰিকত্ব আইনঅসমৰ চলচ্চিত্ৰব্যাকৰণকুমাৰ ভাস্কৰ বৰ্মাতোলনি বিয়াঅভিজ্ঞানম শকুন্তলমভাৰত-আৰ্য ভাষা পৰিয়ালনগাঁও কুইজ ফ'ৰামপৃথিৱীইয়াণ্ডাবু সন্ধিকামাখ্যা মন্দিৰঅসমৰ লোকবাদ্যলোকবিশ্বাসঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাদৰিদ্ৰতাদিহানামজেং বিহু৩০ মাৰ্চবিহুঅসম দিৱসসপ্তকাণ্ড ৰামায়ণঅসম চুক্তিযোগাসনমায়ংঅসম🡆 More