চলচ্চিত্ৰ কনকলতা

কনকলতা (ইংৰাজী: Kanaklata) অসমৰ দ্বিতীয় মহিলা চলচ্চিত্ৰ পৰিচালক কুন্তলা ডেকাই পৰিচালনা কৰা আৰু লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা এখন জীৱনীভিত্তিক চলচ্চিত্ৰ। প্ৰযোজক দিলীপ ডেকা আৰু কুন্তলা ডেকা। শব্দগ্ৰহণত পীযুষ কান্তি ৰয়। ১৯৯০ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উদেষ্ণা চিত্ৰগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্বো হৈছিল। ১৯৪২ চনৰ শ্বহীদ, গহপুৰৰ ওচৰৰ বৰঙাবাৰীত জন্মগ্ৰহণ কৰা কনকলতাৰ জীৱনৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰিছিল ভবেন বৰুৱাই। পৰিচালকগৰাকীয়ে এটা ভিডিঅ’ত কয় যে ছবিখন নিৰ্মাণ কৰোঁতে প্ৰায় পাঁচ বছৰ সময় লাগিছিল।

কনকলতা
পৰিচালক কুন্তলা ডেকা
ৰচনা ভবেন বৰুৱা
চিত্ৰনাট্য দিলীপ ডেকা, কুন্তলা ডেকা
প্ৰযোজক দিলীপ ডেকা, কুন্তলা ডেকা
অভিনয়ত ৰুমী গোস্বামী (নাম ভূমিকা)
দিলীপ শৰ্মা
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
সম্পাদনা বিজয় চৌধুৰী
সংগীত পৰিচালক অনুপম চৌধুৰী
মুক্তি
৩ ফেব্ৰুৱাৰী ১৯৯০ (1990-02-03) (প্ৰিমিয়াৰ)
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

অভিনয়

সংগীত

ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইটামান গীত ব্যৱহাৰ কৰা হৈছে। সমবেত কণ্ঠত গীতসমূহ গাইছে সন্ধ্যা মেনন, কুইন দাস আদিয়ে। সংগীত পৰিচালনা অনুপম চৌধুৰীৰ।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

চলচ্চিত্ৰ কনকলতা অভিনয়চলচ্চিত্ৰ কনকলতা সংগীতচলচ্চিত্ৰ কনকলতা তথ্য উৎসচলচ্চিত্ৰ কনকলতা বাহ্যিক সংযোগচলচ্চিত্ৰ কনকলতাইংৰাজী ভাষাকনকলতা বৰুৱাপীযুষ কান্তি ৰয়

🔥 Trending searches on Wiki অসমীয়া:

সংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাকথা কবিতালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানচ্যু-লিক-ফাডাকৰ বচনভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহকাৰেংঘৰব্ৰহ্মগুপ্ততথ্যকনকলতা বৰুৱাপাঠ্যক্ৰমভাষাসংস্কৃতিইয়াত এখন অৰণ্য আছিলপদ (ব্যাকৰণ)ভাওনাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাবসন্ত ৰোগলীলা গগৈসিংহএলবাৰ্ট আইনষ্টাইনপিঠাসুশোভন সোনু ৰায়সত্যনাথ বৰাচৰাইদেউ জিলাঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিমানৱ শৰীৰকিতাপবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰামশৰৎচন্দ্ৰ গোস্বামীলোকবিশ্বাসশিক্ষকসম্পাদনাফলৰ তালিকাবেণুধৰ শৰ্মাচ'মাংকানব্যৱস্থাপনাহিতেশ্বৰ বৰবৰুৱাশ্ৰীকৃষ্ণকীৰ্তনআমেৰিকা যুক্তৰাষ্ট্ৰসমাজতত্ত্বপৰ্যাবৃত্ত তালিকাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅস্বাভাৱিক মনোবিজ্ঞানজোনাকী (আলোচনী)ব'হাগ বিহুযৌন সংগমউচ্চ ৰক্তচাপবনঘোষাঅসম বিধানসভাঅণুগল্পউইলিয়াম শ্বেইকছপীয়েৰবসন্ত ঋতুপদাৰ্থৰ অৱস্থাঅব্যয় পদমদন কামদেৱ দেৱালয়ধৰ্মনগেন শইকীয়াভাৰতৰ শিক্ষাউৎপাদন (অৰ্থনীতি)বিষুৱ ৰেখাতলাতল ঘৰকৃষিযোৰানামতেজপুৰবিহু নৃত্যমেলেৰিয়া🡆 More