এপ্ৰ'পিডিয়া

এপ্ৰ'পিডিয়া আন্তৰ্জালৰ এটি ৱেবছাইট য'ত পৰিৱেশ সংৰক্ষণ, নতুন প্ৰযুক্তি বা কৌশল ব্যৱহাৰ কৰা আদিৰ ওপৰত লেখ লেখা হয়। এই ৱেবছাইটে ৱিকি পদ্ধতি ব্যৱহাৰ কৰে। পৰিৱেশ সংৰক্ষণ আৰু অন্যান্য দিশৰ বিভিন্ন নন-প্ৰফিট প্ৰতিষ্ঠানে আপ্ৰ'পিডিয়া ব্যৱহাৰ কৰে। and the Full Belly Project.

এপ্ৰ'পিডিয়া
এপ্ৰ'পিডিয়া ৱৰ্ল্ড
এপ্ৰ'পিডিয়া
অঞ্চল আৰ্কাটা, কেলিফ'ৰ্ণিয়া

এপ্ৰ'পিডিয়াত মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়। এই ৱেবছাইটত বৰ্তমান ৬০০০তকৈও অধিক লেখ আৰু ২৪০০০তকৈও অধিক ফাইল আছে।

বুৰঞ্জী

বিভিন্ন পৰিৱেশ সংৰক্ষণৰ লগত জড়িত কাৰ্যক্ৰমত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ পাছত লনি গ্ৰেফমেনে ২০০৬ চনত, সঠিক প্ৰযুক্তি সম্বন্ধীয় ৱেবছাইট এপ্ৰ'পিডিয়া মুকলি কৰিলে। আৰন এণ্ট্ৰিম আৰু গেব্ৰিয়েল ক্ৰছে তেওঁক মিডিয়াৱিকি ইঞ্জিন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিলে।

২০০৬ চনৰ ডিচেম্বৰত ৱিকিগ্ৰিনৰ সৈতে গঢ় লোৱা সম্পৰ্কই তেওঁক কাম কৰিবলৈ প্ৰেৰণা যোগালে। এপ্ৰ'পিডিয়া (Appropedia) নাম চয়ন কৰা হ'ল। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে এপ্ৰ'পিডিয়াক সামগ্ৰী যোগান ধৰাত সহায় কৰিলে, যাৰ ভিতৰত চিডিজ ফৰ দা থাৰ্ড ৱৰ্ল্ড অন্যতম।

আৰু চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

এপ্ৰ'পিডিয়া বুৰঞ্জীএপ্ৰ'পিডিয়া আৰু চাওকএপ্ৰ'পিডিয়া তথ্য সংগ্ৰহএপ্ৰ'পিডিয়া বাহ্যিক সংযোগএপ্ৰ'পিডিয়াappropedia:Full Belly Project

🔥 Trending searches on Wiki অসমীয়া:

জ্ঞানপীঠ বঁটাচ্যু-কা-ফাআৰবী ভাষাবিহুবৰাইল পৰ্বতহয়গ্ৰীৱ মাধৱ মন্দিৰঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিপ্ৰেমচন্দঅসমৰ ইতিহাসঅসমৰ চিত্ৰকলাৰ ইতিহাসমাটিৰ হিচাপজেং বিহুপৃথিৱীদেৱতা (হিন্দু ধৰ্ম)কনকলতা বৰুৱাগুৰু আসনঅতুলানন্দ গোস্বামীভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যমৌৰ্য সাম্ৰাজ্যবিহু নৃত্যতোলনি বিয়াপ্ৰথম বিশ্বযুদ্ধভিয়েটনামকামৰূপ ৰাজ্যনগাঁও জিলামনোমতীতীৰ্থনাথ শৰ্মানাৰীমাৰ্ক্সবাদখ্ৰীষ্টান ধৰ্মজনপ্ৰব্ৰজনষড়ভুজআলেকজেণ্ডাৰ গ্ৰাহাম বে'লসত্যনাথ বৰাভট্টদেৱৰ গদ্যশৈলীসৎনামী বিদ্ৰোহজোনাকী (আলোচনী)প্ৰদূষণঅন্তঃস্ৰাৱী তন্ত্ৰগাখীৰঅসম আন্দোলনদিল্লীজঙ্গমপৰীক্ষামূলক মনোবিজ্ঞানবাঁহী (আলোচনী)চাহঅংকীয়া নাটবড়ো জনগোষ্ঠীআব্দুছ ছাত্তাৰপ্ৰাকৃতিক পৰিৱেশদৰ্শননলবাৰী জিলাবহুভাষাবাদচক্ৰধ্বজ সিংহ (নাটক)এমিবা২০২৩ৰাছিয়াডিম্বেশ্বৰ নেওগভাৰীগানসমোচ্চাৰিত শব্দকৃষ্ণকান্ত সন্দিকৈঅসমৰ লোকবাদ্যদেবেন্দ্ৰ নাথ আচাৰ্যআহোম জনগোষ্ঠীশীতল যুদ্ধঅমিতাযৌন নিৰ্যাতনসতী সাধনীঅসমৰ সত্ৰসমূহৰ তালিকাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকামনোবিজ্ঞানবায়ু প্ৰদূষণকপৌ ফুলচান্দ সদাগৰকাঠৰ জোখ মাপঅসমীয়া লোক-সংস্কৃতিযোৰহাট🡆 More