অগ্নিস্নান: অসমীয়া চলচ্চিত্ৰ (১৯৮৫)

অগ্নিস্নান (ইংৰাজী: Agnisnaan) হৈছে ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন ড্ৰামাভিত্তিক অসমীয়া চলচ্চিত্ৰ। শইকীয়াৰ অন্তৰীপ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ইন্দ্ৰ বণিয়া, কাশ্মীৰি শইকীয়া বৰুৱা, মলয়া গোস্বামী, বিজু ফুকন আদিয়ে। ভবেন্দ্ৰনাথ শইকীয়াই চলচ্চিত্ৰখনৰ বাবে ১৯৮৫ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।

অগ্নিস্নান
অগ্নিস্নান: কাহিনী, অভিনয়ত, কলা-কুশলী
পৰিচালক ভবেন্দ্ৰনাথ শইকীয়া
কাহিনী ভবেন্দ্ৰনাথ শইকীয়া
প্ৰযোজক ভবেন্দ্ৰনাথ শইকীয়া
অভিনয়ত ইন্দ্ৰ বণিয়া
কাশ্মীৰি শইকীয়া বৰুৱা
চেতনা দাস
অশোক ডেকা
মলয়া গোস্বামী
অৰ্জুন গুহ ঠাকুৰীয়া
অৰুণ নাথ
বিজু ফুকন
চিত্ৰগ্ৰহণকাৰী কমল নায়ক
সম্পাদনা নিকুঞ্জ ভট্টাচাৰ্য
সংগীত পৰিচালক তৰুণ গোস্বামী
মুক্তি
২৭ ডিচেম্বৰ, ১৯৮৫
দৈৰ্ঘ্য
১৭২ মিনিট
দেশসমূহ অসম, অগ্নিস্নান: কাহিনী, অভিনয়ত, কলা-কুশলী ভাৰত
ভাষা অসমীয়া

কাহিনী

ছবিখনৰ কাহিনী মনোবৈজ্ঞানিক আৰু অগতানুগতিক। এজন সম্পদশালী ব্যৱসায়ীয়ে দ্বিতীয় বিবাহ কৰিবলৈ মন মেলে। তেওঁৰ এই সিদ্ধান্তই তেওঁৰ প্ৰথমা পত্নী আৰু পুত্ৰৰ মনত তীব্ৰ খং আৰু আশ্চৰ্যৰ সৃষ্টি কৰে। স্বামীৰ প্ৰতি তেওঁৰ অপৰিসীম প্ৰেম আৰু সমৰ্পণৰ বিনিময়ত প্ৰথমা পত্নীয়ে প্ৰৱঞ্চনা পোৱা যেন অনুভৱ কৰে আৰু তেওঁ ইয়াৰ প্ৰতিশোধ লয়।

অভিনয়ত

  • সঞ্জীৱ হাজৰিকা


কলা-কুশলী

  • প্ৰযোজনা/পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ- ভবেন্দ্ৰনাথ শইকীয়া
  • সহ-পৰিচালনা- সঞ্জীৱ হাজৰিকা, গৌতম বৰা
  • সংগীত- তৰুণ গোস্বামী
  • চিত্ৰগ্ৰহণ- কমল নায়ক
  • সম্পাদনা- নিকুঞ্জ ভট্টাচাৰ্য


সন্মান

  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ চিত্ৰনাট্য, ভবেন্দ্ৰনাথ শইকীয়া, ১৯৮৫
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৰজত কমল, আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ (অসমীয়া ভাষা), ১৯৮৫
  • 'ভাৰতীয় পেনোৰামা'লৈ নিৰ্বাচিত।
  • ফ্ৰান্সৰ নেণ্টিছ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত।
  • উত্তৰ কোৰিয়াৰ প্যংয়াং চলচ্চিত্ৰ মহোৎসৱ বাবে নিৰ্বাচিত।
  • বাংলাদেশৰ ঢাকা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত।
  • আলজেৰিয়াৰ স্বাধীনতা ৰূপালী জয়ন্তী মহোৎসৱৰ বাবে নিৰ্বাচিত।


তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

অগ্নিস্নান কাহিনীঅগ্নিস্নান অভিনয়তঅগ্নিস্নান কলা-কুশলীঅগ্নিস্নান সন্মানঅগ্নিস্নান তথ্যসূত্ৰঅগ্নিস্নান বাহ্যিক সংযোগঅগ্নিস্নানঅসমীয়া চলচ্চিত্ৰইংৰাজী ভাষাইন্দ্ৰ বণিয়াকাশ্মীৰি শইকীয়া বৰুৱাবিজু ফুকনভবেন্দ্ৰনাথ শইকীয়ামলয়া গোস্বামী

🔥 Trending searches on Wiki অসমীয়া:

মানৰ অসম আক্ৰমণঢোলকাৰেংঘৰমাইকেলেঞ্জেল'মৰাণ জনগোষ্ঠীঊষাবড়ো সাহিত্য সভাডিব্ৰুগড়ভক্তি ৰত্নাৱলী২৮ মাৰ্চঅভিধানপুথিভঁৰালজোনবিল মেলাস্বাস্থ্যহাঁচতিঅশোকাষ্টমীধ্বনিবিজ্ঞাননেপালী জনগোষ্ঠীবাগৰুম্বাচানডুবি বিলকয়লাশিৱসাগৰ পুখুৰীগোলকীয় উষ্ণতা বৃদ্ধিৰাজনৈতিক দলবেংক অৱ মহাৰাষ্ট্ৰপ্ৰাচীন গ্ৰীচহাজোগড়গাঁওহোমেন বৰগোহাঞিফ্ৰান্সভাৰতীয় দৰ্শনশকুন্তলাৰমা দাশব্ৰহ্মপুত্ৰ উপত্যকাব'হাগ বিহুভৌতিক সংস্কৃতিবাৰ্ট্ৰেণ্ড ৰাছেল২৯ মাৰ্চশ্ৰী সূৰ্য পাহাৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাৰামধেনুঅসমীয়া কবিতাৰ ইতিহাসনাট্য শাস্ত্ৰবিহুএংকৰ ৱাটভাৰতীয় জনতা পাৰ্টিনিৰুপমা বৰগোহাঞিফকৰা যোজনাজুবিন গাৰ্গসৌৰভ কুমাৰ চলিহাসংস্কৃত ভাষাযোৰহাট জিলাঅসমত দেখা পোৱা মাছৰ তালিকাবিজ্ঞানহেমকোষমৌখিক সাহিত্যজ্ঞানপীঠ বঁটাচ'মাংকানজোনবিৰি (অলংকাৰ)সমাজতত্ত্বজয়মতী কুঁৱৰী (নাটক)অসমৰ পুৰণি স্থাপত্যসদৌ অসম ছাত্ৰ সন্থামাৰ্ক্সবাদযোৰানামকোষ (জীৱবিজ্ঞান)গোলাঘাট জিলাগোলাঘাটঅসম বৈভৱ বঁটাশিৱসাগৰৰ শিৱদৌলকেন্দ্ৰীয় শাসিত অঞ্চলমাহ🡆 More