ভাৰত চৰকাৰ

ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মুখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।

ভাৰত দেশৰ নাগৰিকসকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক প্ৰক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ প্ৰক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মাণ হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, কাৰ্যপালিকা, বিধায়িকা আৰু ন্যায়পালিকাৰ অন্তৰ্গত কাম কৰে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

কাল সংহতিনাৰীবাদী তত্ত্বকামাখ্যা মন্দিৰভাৰতৰ ইতিহাসঅসমৰ লোকগীতশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰাজস্থানবিশেষ্য পদঅসমীয়া উপন্যাসসূৰ্যৰামধেনুতিনিচুকীয়া জিলাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবাবৰকিতাপমনোমতীউপেন্দ্ৰনাথ ব্ৰহ্মনামঘৰবিচূৰ্ণীভৱনইৰানকাঞ্চন (উপন্যাস)ক্ষদীপলিনা ডেকাঘিলাধাৰী ঘাটৰ সন্ধিবাণীকান্ত কাকতিগোলকীয় উষ্ণতা বৃদ্ধিভাৰতীয় ভাষাবিশ্ব সিংহৰামমোহন ৰায়মানস ৰাষ্ট্ৰীয় উদ্যানইষ্ট ইণ্ডিয়া কোম্পানীপাইক প্ৰথানৱবিধা ভক্তিহেমচন্দ্ৰ গোস্বামীফাট বিহুমহাদেশদীপা মাস্বাধীনতা দিৱস (ভাৰত)লিঅ'নাৰ্ড' দা ভিন্সিঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যসংখ্যানীতি আয়োগব্ৰাহ্ম সমাজনামঘোষাঅতুল চন্দ্ৰ হাজৰিকাপুথিভঁৰালভূ-বিজ্ঞানবায়ু প্ৰদূষণমঘাই ওজাজীৱনৰ বাটতভট্টদেৱৰ গদ্যশৈলীমই আৰু নেফাভাৰতৰ জলবায়ুভাৰত চৰকাৰভূপাল দুৰ্ঘটনাচিপাহী বিদ্ৰোহ ১৮৫৭মাইলছ ব্ৰনছনভাওনাবাজেটচৰাইদেউ জিলাশিৱসাগৰকলিমাআনে' ফ্ৰাংককথা কবিতাফৰাচী বিপ্লৱসিন্ধু নদীঅসমৰ জনগোষ্ঠীগোলকীয় নাগৰিকত্বউপন্যাসৰঘুনাথ চৌধাৰীতামোলভাৰতত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণবিত্তীয় ব্যৱস্থা🡆 More