হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী

হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী হীৰেন গোহাঁইৰ এখন আত্মজীৱনী। হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ দ্বিতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৭ চনত। গ্ৰন্থখনত মুঠ ৩০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২২৪। আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: বতাহত ক’ৰ গধূলি গোপাল, সপোনৰ দিকচৌ বনত, আৰু ইমান তিতা সাগৰৰ পানী।

হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী  
গ্ৰন্থখনৰ বেটুপাত
লেখক হীৰেন গোহাঁই
প্ৰচ্ছদ শিল্পী মনজিৎ ৰাজখোৱা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশক বনলতা
প্ৰকাশ নৱেম্বৰ,২০০৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২২৪
আই.এচ.বি.এন. 978-81-7339-402-7

তথ্য সংগ্ৰহ

Tags:

ইমান তিতা সাগৰৰ পানীবতাহত ক’ৰ গধূলি গোপালসপোনৰ দিকচৌ বনতহীৰেন গোহাঁই

🔥 Trending searches on Wiki অসমীয়া:

গুগলচৈয়দ আব্দুল মালিকঅসমীয়া গালি-গালাজগড়গাঁওবাৰেচহৰীয়া ভাওনা মহোৎসৱবিহুগীতফলৰ তালিকাজোনাকী (আলোচনী)আধা লেখা দস্তাবেজৰামধেনু (আলোচনী)যোৰহাট জিলাৰ ইতিহাসহেমচন্দ্ৰ গোস্বামীঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহঅসমৰ চিত্ৰকলাৰ ইতিহাসমাতৃভাষানামনি অসমহিমন্ত বিশ্ব শৰ্মাচৰক সংহিতাএলবাৰ্ট আইনষ্টাইনঅসমত দেখা পোৱা সাপবোৰ২০২৩ জি-২০ নতুন দিল্লী সন্মিলনহুঁচৰিগুণাভিৰাম বৰুৱাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)যৌন সংগমসিংহবিশ্বনাথ চাৰিআলিআহোম-মোগলৰ সংঘৰ্ষস্বাভাৱিক সংখ্যাডাকৰ বচনমণিকৰ্ণেশ্বৰ দেৱালয়লেটিন ভাষাপৃথিৱীব্ৰহ্মপুত্ৰ উপত্যকাসেউজ গৃহ প্ৰভাৱবুৰঞ্জী সাহিত্যকেঁচুপায়ু সংগমঅসমীয়া ভাষাৰ শব্দসম্ভাৰপাইথেগাৰাছতথ্যহৰপ্পাশিক্ষাকাতি বিহুলভিতাদামোদৰ দেৱভাৰতৰ নিৰ্বাচন আয়োগসিন্ধু সভ্যতাশৰৎচন্দ্ৰ গোস্বামীহিন্দু ধৰ্মঅন্নপ্ৰাশনঅপভ্ৰংশভীমৰাও ৰামজী আম্বেদকাৰচৰিত পুথিইণ্টাৰনেটএহাত ডাবাযতীন বৰামানুহদৰ্শনপিঠাতাল (বাদ্যযন্ত্ৰ)মণিৰাম দেৱান (চলচ্চিত্ৰ)ভিটামিনপ্ৰাক-ইতিহাসলীলা গগৈশিৱঅমিয় কুমাৰ ভূঞাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)কৰকুলিহাজোপতঞ্জলিৰ যোগসূত্ৰ🡆 More