সংগীতজ্ঞ হীৰেন গোহাঁই: অসমীয়া সঙ্গীতজ্ঞ

হীৰেন গোহাঁই (ইংৰাজী: Hiren Gohain) ষাঠিৰ দশকৰ পৰাই আকাশবাণীৰ গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী ঘোষক, সুৰকাৰ তথা সংগীত পৰিচালক৷ সংগীতৰ জগতলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে অসম চৰকাৰে হীৰেন গোহাঁইলৈ ২০১২-১৩ বৰ্ষৰ শিল্পী বঁটা আগবঢ়াইছে৷

হীৰেন গোহাঁই
জন্ম নবেম্বৰ ১৯৪৬
ধাইআলি দিলিহি গাঁও, শিৱসাগৰ
পেচা সুৰকাৰ, সংগীত পৰিচালক

প্ৰাৰম্ভিক জীৱন

হীৰেন গোহাঁইৰ জন্ম হয় ১৯৪৬ চনৰ নৱেম্বৰ মাহত শিৱসাগৰ জিলাৰ ধাঁইআলি দিলিহি গাঁৱত৷ তেওঁৰ পিতৃ সাহিত্যিক পেঞ্চনাৰ ৰিপুনাথ বুঢ়াগোহাঁই৷ মাতৃ প্ৰতিমা বুঢ়াগোহাঁই৷ গোহাঁয়ে শ্বিলঙত প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰে৷ পিতৃৰ চাকৰিৰ হেতু অসমৰ কেইবাটাও অন্যান্য অঞ্চলত শিক্ষা গ্ৰহণ কৰি তেওঁ দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা লাভ কৰে৷

কৰ্মজীৱন

১৯৬৭ চনত গোহাঁয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰত ঘোষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে৷ পৰৱৰ্তী কালত তেওঁ ১৯৬৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যোগদান কৰে৷ ইয়াৰ লগে লগে সুৰকাৰ ৰূপেও তেওঁ আত্মপ্ৰকাশ কৰে৷ বৰ্তমানলৈকে তেওঁ ভালেসংখ্যক গীতৰ ৰচনা আৰু পৰিচালনা কৰিছে৷

বঁটা আৰু সন্মান

  • ২০১২-২০১৩ বৰ্ষৰ অসম চৰকাৰৰ শিল্পী বঁটা।

তথ্যসূত্ৰ

Tags:

সংগীতজ্ঞ হীৰেন গোহাঁই প্ৰাৰম্ভিক জীৱনসংগীতজ্ঞ হীৰেন গোহাঁই কৰ্মজীৱনসংগীতজ্ঞ হীৰেন গোহাঁই বঁটা আৰু সন্মানসংগীতজ্ঞ হীৰেন গোহাঁই তথ্যসূত্ৰসংগীতজ্ঞ হীৰেন গোহাঁইঅসম চৰকাৰইংৰাজী ভাষাগুৱাহাটীডিব্ৰুগড়

🔥 Trending searches on Wiki অসমীয়া:

শদিয়াসাপজয়মতী কুঁৱৰীঅসমীয়া খাদ্যাভ্যাসবুৰঞ্জীছুনামিআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যানগাঁও (লোকসভা সমষ্টি)শৰাইঘাটৰ যুদ্ধমৃত্যুঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫বুঢ়ী আইৰ সাধুনুৰ জাহান (মোগল সম্ৰাজ্ঞী)আন্তৰ্জাতিক মানৱ অধিকাৰ আইনভাৰতত মহিলা শিক্ষাসাধুকথামৌলিক সংখ্যাবাগ্‌ধ্বনিৰবীন্দ্ৰনাথ ঠাকুৰধুবুৰী (লোকসভা সমষ্টি)লক্ষ্মীধৰ শৰ্মাভাৰতৰ নিৰ্বাচন আয়োগপালি ভাষাজাতনামগণৰাজ্য দিৱস (ভাৰত)হুমায়ুনৰ সমাধিক্ষেত্ৰমিচিং জনগোষ্ঠীনেপোলিয়ন বোনাপাৰ্টঘৰ শালিকালিখন পদ্ধতিযক্ষ্মাবিজ্ঞাপনঅসমপুঁজিবাদঅসমৰ পৰম্পৰাগত সাজ- পাৰনীলমণি ফুকন (জ্যেষ্ঠ)পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত্ৰিপিটকলোকভাষাআয়ুৰ্বেদশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীশিৱপাৰিজাত হৰণ নাটৰামায়ণৰাষ্ট্ৰসংঘমূৰাৰা, ৰঙিয়ামনোমতীআফগানিস্তানভগদত্তব্লগবেলিমাৰ (নাটক)ঢোলকৰচাইকেলশব্দ (অভিধান)শক্তিহেম বৰুৱা (ত্যাগবীৰ)কোষ (জীৱবিজ্ঞান)হিমবাহভাৰত ত্যাগ আন্দোলনহোমেন বৰগোহাঞিশকুন্তলাঅংকলোকাচাৰমৰিগাঁও জিলাবেদমূলা গাভৰুপৃথিৱীমোহনদাস কৰমচান্দ গান্ধীবুৰঞ্জী সাহিত্যনলবাৰীহীৰেন গোহাঁইজৈৱ বৈচিত্ৰ্যঅণুজীৱ🡆 More